Eunoia Care

Eunoia Care We provide mental health service We provide counselling and psychotherapy for mental health issues. We also do career and academic counselling.

You can contact with our Clinical Psychologist both online and offline mode (Offline meeting is preferred). To know more, please write to us: eunoiacareclinic@gmail.com

আমি মানসিক স্বাস্থ্যজনিত সমস্যাৰ বাবে পৰামৰ্শ আৰু মনোচিকিৎসা প্ৰদান কৰোঁ। আপুনি আমাৰ ক্লিনিকেল চাইক’লজিষ্টৰ সৈতে অনলাইন আৰু অফলাইন দুয়োটা ধৰণৰ যোগাযোগ কৰিব পাৰে (অফলাইন মিটিং পছন্দ কৰা হ’ব)। আমি কেৰিয়াৰ আৰু একাডেমিক কাউন্সেলিংও কৰো। অধিক জানিবলৈ আমাক লিখক: eunoiacareclinic@gmail.com

हम मानसिक स्वास्थ्य संबंधी मुद्दों के लिए परामर्श और मनोचिकित्सा प्रदान करते हैं। आप हमारे क्लिनिकल साइकोलॉजिस्ट से ऑनलाइन और ऑफलाइन दोनों तरीकों से संपर्क कर सकते हैं (ऑफलाइन मीटिंग को प्राथमिकता दी जाती है)। हम करियर और शैक्षणिक परामर्श भी देते हैं। अधिक जानने के लिए, कृपया हमें लिखें: eunoiacareclinic@gmail.com

🇮🇳 Eunoia Care Wishes You a Happy 75th Republic Day! 🇮🇳On this momentous occasion of the 75th Republic Day of India, Eun...
26/01/2024

🇮🇳 Eunoia Care Wishes You a Happy 75th Republic Day! 🇮🇳

On this momentous occasion of the 75th Republic Day of India, Eunoia Care extends heartfelt wishes to our fellow citizens! As we celebrate the spirit of unity, diversity, and resilience that defines our great nation, let us also take a moment to reflect on the importance of mental well-being.

In the journey towards a healthier and happier society, Eunoia Care is honored to stand by you, offering compassionate mental health services. Our dedicated team is committed to fostering emotional well-being, ensuring that every individual finds strength, resilience, and peace within themselves.

🌟 Contact Us for Support:
📞 +916026885876
📧 eunoiacareclinic@gmail.com

May this Republic Day inspire us all to nurture not only our country's progress but also the well-being of each citizen. Let's build a future where mental health is prioritized, and every individual can thrive.

Wishing you joy, prosperity, and a harmonious 75th Republic Day!

Warm regards,
The Eunoia Care Team

We are pleased to inform you that our Consultant Clinical Psychologist and Co-founder Niharika Borgohain , Assistant Pro...
25/01/2024

We are pleased to inform you that our Consultant Clinical Psychologist and Co-founder Niharika Borgohain , Assistant Professor, Dibrugarh University has published a review paper in a prestigious Journal of Applied Consciousness Studies, which is indexed in PubMed and listed in UGC Care.
Please find the paper using following link

d mindfulness-based cognitive therapy in other different forms. This article aims to evaluate the effectiveness of mindfulness as an independent intervention and integrative treatments incorporating mindfulness. There is satisfactory evidence to support mindfulness in the treatment of OCD, specifica...

23/01/2024

প্ৰসংগ: হতাশাগ্ৰস্ততা (Depression)

মানসিক স্বাস্থ্যৰ বিষয়ত কথা ওলালেই প্ৰথম মনলৈ অহা অতি চিনাকি এটি নাম হ'ল হতাশাগ্ৰস্ততা। এতিয়া আছল কথাটো হ'ল ইয়াৰ বিষয়ে আমি কিমান ভালদৰে জানো? সঠিক সময়ত ইয়াৰ অনুধাৱন কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ আমি কিমান প্ৰস্তুত? ২০১৮ ৰ এক সমীক্ষা অনুসৰি এতিয়াও মানুহে হতাশাগ্ৰস্ততাৰ প্ৰতি ভুল ধাৰণা পুহি ৰাখিছে। বহুতে আছলতে বুজিয়েই নাপায় যে তেওঁ হয়তো হতাশা গ্ৰস্ততাৰ চিকাৰ হ’ব পাৰে। বহুলোকে ভাবে যে depression দৈনন্দিন কামৰ সালসলনি কৰিলে অথবা positive কথা ভাবিব ল'লে বা ব্যস্ততা বঢ়ালে ঠিক হৈ যায়। ই আছলতে একেবাৰে ভুল ধাৰণা। বহুতে সাধাৰণতে 'দুখ লগা' আৰু depression দুয়োটা একেই বুলি ধৰে। কিন্তু দুয়োটা যথেষ্ট পৃথক। দুখ লগা হৈছে এক মানৱীয় অনুভূতি। ই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল। পৰিস্তিতি ধনাত্মক হ'লে অথবা কিছুমান অভ্যাসৰ সালসলনি কৰিলে ই সহজে নাইকিয়া হয়। কিন্তু depression ইয়াতকৈ বেছি জটিল। ই ব্যক্তিৰ জীৱন দূৰ্বিহ কৰি দিয়ে। চাকনৈয়াৰ দৰে ই ব্যক্তিক এক দীৰ্ঘ দিন অথবা বাৰে বাৰে suffering ত আৱদ্ধ কৰি ৰাখে। সেয়েহে সময়ত ই নিজে ভাল হব বা positive চিন্তা কৰিলে ভাল হ'ব বুলি ভবা অনুচিত। (আগলৈ…)

✍🏻 Niharika Borgohain
Clinical Psychologist (RCI licensed)
Assistant Professor
Centre for Studies in Applied Psychology
Dibrugarh University

হতাশাগ্ৰস্ততাৰ দৰে মানসিক সমস্যাৰ পৰা সমাধান পাবলৈ আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হ’ল 060268 85876

14/01/2024
05/01/2024

Our Consultant Clinical Psychologist cm Co-founder, Eunoia Care Ms Niharika Borgohain

For any help regarding your mental health, please contact at 060268 85876

We provide mental health service

05/01/2024

প্ৰসংগ: মানসিক ৰোগ আৰু ইয়াৰ প্ৰকাৰ

আধুনিক বিজ্ঞান প্ৰযুক্তিৰ যুগৰ অগ্ৰগতিৰ লগে লগে মানসিক স্বাস্থ্য আৰু ইয়াৰ ৰোগ সম্পৰ্কে সজাগতাৰ প্ৰাধান্যতা বৃদ্ধি পাই আহিছে। যদিও আধুনিক প্ৰযুক্তিয়ে জ্ঞানৰ উৎস সমূহ অতি সহজলভ্য কৰি তুলিছে, তথাপিও আমাৰ সমাজত মানসিক ৰোগ সম্পৰ্কে বহূতো ভুল ব্যাখ্যা আৰু ধাৰণা প্ৰচলিত হৈ আহিছে। সেয়েহে আজি মানসিক ৰোগৰ প্ৰকাৰ বিষয়ত এটি চমু বিৱৰণ আগবঢ়াইছো।

মানসিক ৰোগক বহলভাবে দুটা ভাগত ভাগ কৰিব পাৰি - নিউৰ'ছিছ আৰু চাইক'ছিছ।

নিউৰ'ছিছ প্ৰকাৰৰ মানসিক ৰোগ সমূহৰ তীব্ৰতা তুলনামূলক হিচাপে কম। এই প্ৰকাৰৰ ৰোগৰ দুটিমান উদাহৰণ হৈছে হতাশাগ্ৰস্ততা ( Major Depressive Disorder), অত্যাধিক উগ্নিদ্ধতা ( Anxiety disorders) ইত্যাদি। এইসমূহ ৰোগ সততে সমাজৰ দৃষ্টিগোচৰ নহয়।চাইক'ছিছ প্ৰকাৰৰ ৰোগ সমূহৰ তীব্ৰতা নিউৰ'ছিছৰ তুলনাত বেছি হয় আৰু সহজে দৃষ্টিগোচৰ হয়। এই ৰোগৰ ব্যক্তিৰ কথা বতৰাৰ খেলিমেলি হয়, বোধগম্য লুপ পায়, ব্যৱহাৰ আৰু আচৰণত খুব বেছি পৰিবৰ্তন দেখা যায়। চাইক'ছিছৰ প্ৰকাৰৰ ৰোগৰ এটা উদাহৰণ হৈছে- স্কিজ'ফ্ৰেনিয়া ( Schizophrenia)। চাইক'ছিছ প্ৰকাৰৰ ৰোগৰ তুলনাত নিউৰ'ছিছ প্ৰকাৰৰ ৰোগত ব্যক্তিৰ বোধশক্তি, বিচাৰ-বিবেচনাৰ ক্ষমতা অটুট থাকে। কিন্তু এইপ্ৰকাৰৰ ৰোগৰ মাত্ৰা যদি বাঢ়ি যায় অথবা দীৰ্ঘদিন ধৰি থাকে, তেন্তে ই চাইক'ছিছ প্ৰকাৰলৈ পৰিবৰ্তিত হ’ব পাৰে আৰু ব্যক্তিজনৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। সেয়েহে দুয়োপ্ৰকাৰৰ ৰোগত উপযুক্ত সময়ত চিকিৎসা কৰাতো অতি আৱশ্যক।

✍🏻 নীহাৰিকা বৰগোহাঁই (Niharika Borgohain)
নিদানিক মনোবিজ্ঞানী ( Clinical Psychologist)
RCI পঞ্জীয়ন নং-A95161
সহকাৰী অধ্যাপিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়

( আপোনাৰ বিভিন্ন মানসিক সমস্যাৰ সমাধানৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে +9160268 85876 )

May you find solace in the support around you, and may the path ahead be illuminated with hope and positivity. Eunoia Ca...
01/01/2024

May you find solace in the support around you, and may the path ahead be illuminated with hope and positivity. Eunoia Care is dedicated to being your companion on this journey, providing unwavering support for your mental health and wellness.

Address

Dhemaji

Telephone

+916026885876

Website

Alerts

Be the first to know and let us send you an email when Eunoia Care posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Eunoia Care:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram