Emergency drugs store

Emergency drugs store Drx Mofidul Mondal

13/07/2025

Drx Mofidul Mondal

02/02/2025
24/01/2025

সন্মানীয় Pharmacist সতীৰ্থ সকল। ARPA ৰ দশম বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি এখন আলোচনী প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। সেই উপলক্ষে আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ ।
N.B :- আপোনালোকে যদি আপোনালোকৰ লিখনি আলোচনী খনত প্ৰকাশ কৰিব বিচাৰে তলত দিয়া ফোন নম্বৰ অথবা ইমেইল ত ২৫/০১/২০২৫ তাৰিখ ৰ ভিতৰত পঠাবলৈ অনুৰোধ জনালোঁ।
(আলোচনী খন অহা ৯/০২/২০২৫ তাৰিখ ত দশম কেন্দ্ৰীয় অধিবেশনত উন্মোচন কৰা হ'ব)

29/12/2024

We, ARPA, are persistently working to bring to the attention of the Assam government the alarming issue of fake degrees and diplomas being acquired from certain universities near Assam, including those in Meghalaya, Arunachal Pradesh, Manipur, and other parts of India. These counterfeit documents are being utilized by unscrupulous individuals to secure registration under the Assam Pharmacy Council, often through the payment of substantial bribes. The fraudulent documents in question include forged intern papers, higher secondary certificates, and pharmacy education credentials.

This serious matter has once again come to light through the post below. Our primary goal is to ensure that all genuine pharmacy students are granted fresh registration under the Assam Pharmacy Council and receive proper internship permissions without being subjected to bribery or harassment.

Regrettably, students are now facing additional harassment, as a so-called leader attempts to introduce a middleman system ("dalali") to extort sums of rupees per student for providing internship papers.

We once urge the Assam government and concerned authorities to take immediate and decisive action to investigate these allegations through a committee, eliminate corruption, and establish a transparent and fair process that safeguards the interests of genuine students and upholds the integrity of the pharmacy profession.

মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, আৰু ভাৰতৰ অন্যান্য প্ৰান্তকে ধৰি অসমৰ সমীপৰ কিছুমান বিশ্ববিদ্যালয়ৰ পৰা ভুৱা ডিগ্ৰী আৰু ডিপ্লমা লাভ কৰাৰ গুৰুতৰ বিষয়টো অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি আৰপাই অহৰহ কাম কৰি আছো। এই নকল নথি-পত্ৰসমূহ অসম ফাৰ্মাচী পৰিষদৰ অধীনত পঞ্জীয়ন নিশ্চিত কৰিবলৈ অসাধু ব্যক্তিয়ে যথেষ্ট উৎকোচ প্ৰদানৰ জৰিয়তে ব্যৱহাৰ কৰি আহিছে। এই ভুৱা নথি-পত্ৰসমূহৰ ভিতৰত আছে জাল ইণ্টাৰ্ণ পেপাৰ, উচ্চতৰ মাধ্যমিকৰ প্ৰমাণপত্ৰ, আৰু ফাৰ্মাচী শিক্ষাৰ প্ৰমাণপত্ৰ।

এই গুৰুতৰ বিষয়টো আকৌ এবাৰ তলৰ পোষ্টটোৰ জৰিয়তে পোহৰলৈ আহিছে। আমাৰ প্ৰাথমিক লক্ষ্য হৈছে, সকলো প্ৰকৃত ফাৰ্মাচীৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে অসম ফাৰ্মাচী পৰিষদৰ অধীনত তেওঁলোকৰ আবেদনৰ তাৰিখৰ ভিত্তিত পঞ্জীয়ন পায় আৰু উৎকোচ বা হাৰাশাস্তিৰ বলি নোহোৱাকৈ উপযুক্ত ইণ্টাৰ্ণশ্বিপৰ অনুমতি লাভ কৰে।

দুখৰ বিষয়, এতিয়াও ছাত্ৰ-ছাত্ৰীসকলে অতিৰিক্ত হাৰাশাস্তিৰ সন্মুখীন হৈছে, কিয়নো কিছু তথাকথিত নেতাই ইণ্টাৰ্ণশ্বিপৰ কাগজ প্ৰদানৰ নামত প্ৰতিজন ছাত্ৰৰ পৰা ছয় হাজাৰ পৰা সাত হাজাৰ টকা আদায় কৰিবলৈ মধ্যভোগী ব্যৱস্থা ("দালালি") প্ৰৱৰ্তনৰ চেষ্টা কৰিছে।

আমি আকৌ এবাৰ অসম চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছো যে, এই অভিযোগসমূহৰ তদন্ত সমিতিৰ জৰিয়তে তাৎক্ষণিকভাৱে তদন্ত কৰি নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰক। দুৰ্নীতি নিৰ্মূল কৰক, প্ৰকৃত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰক, আৰু ফাৰ্মাচী বৃত্তিৰ অখণ্ডতা ৰক্ষাৰ বাবে এক স্বচ্ছ আৰু ন্যায্য প্ৰক্ৰিয়া স্থাপন কৰক।
Himanta Biswa Sarma CMO Assam Ashok Singhal

04/08/2024
13/07/2024
30/06/2024

Address

Dhubri

Telephone

+918471944579

Website

Alerts

Be the first to know and let us send you an email when Emergency drugs store posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Emergency drugs store:

Share