Heath Corner Dhubri

Heath Corner Dhubri We are based on Poly Clinic service. With best doctor and medicine
we are here to serve you

ধুবুৰীৰ চিলাৰায় নাৰ্চিংহোমৰ ওচৰত হেল্থ কৰ্নাৰ"ত অহা 9th MARCH 2 PM & 10th MARH তাৰিখত ৰাতিপুৱা 9-30 বজাত দেখা কৰিব পাৰি...
21/03/2024

ধুবুৰীৰ চিলাৰায় নাৰ্চিংহোমৰ ওচৰত হেল্থ কৰ্নাৰ"ত অহা 9th MARCH 2 PM & 10th MARH তাৰিখত ৰাতিপুৱা 9-30 বজাত দেখা কৰিব পাৰিব I
070029 70819

আপুনি কি গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে নেকি?বুকু জ্বলা-পোৰা, বদহজম ,ফেটি লিভাৰ ,জণ্ডিচ, আছে নেকি ?তেতিয়া হলে আজিয়ে আমাৰ ডাক...
09/03/2024

আপুনি কি গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে নেকি?
বুকু জ্বলা-পোৰা, বদহজম ,ফেটি লিভাৰ ,জণ্ডিচ, আছে নেকি ?
তেতিয়া হলে আজিয়ে আমাৰ ডাক্তৰৰ সৈতে পৰামৰ্শ কৰক
🩺Dr. Sourav Kr. Chhajer
Consultant , Gastroenterology & Hepatology of GNRC HOSPITAL
Health Corner
Visiting date & Time 👇
10/03/.2024 (Sunday )👩‍⚕️
11 am 🕖
contact us for appointment ☎️ 070029 70819
1.OPD
2.ENDOSCOPY
3.COLONOSCOPY
4.LIVER FIBROSCAN
🏥Address:- Health Corner (Near CHILARAINURSINGHOME) Dhubri GTB ROAD (Assam)
HEALTH CORNER ত প্ৰদান কৰা সেৱা (যেনে ৰোগৰ বাবে অ’পিডিৰ পৰামৰ্শ:)
1) গেষ্ট্ৰ’-ইছ’ফেজিয়াল বিকাৰ:👇
a) জি ই আৰ ডি
b) পেপটিক আলচাৰ ৰোগ (PUD)
c) জি আই ৰক্তক্ষৰণ
d) ডিচপেপচিয়া
e) গেষ্ট্ৰিক কেন্সাৰ
f) খাদ্যনলীৰ কৰ্কট ৰোগ
g) খাদ্যনলীৰ জাৰণকাৰী আঘাত
2) অন্ত্ৰৰ বিকাৰ:👇
a) কোষ্ঠকাঠিন্য
b) ডায়েৰিয়া
c) আই বি এছ
d) ক্ৰ’ন’ছ ডিজিজ
e) আলচাৰেটিভ কলাইটিছ
f) কলন কেন্সাৰ
g) কলনিক ডাইভাৰটিকুলাইটিছ
h) পেট আৰু অন্ত্ৰৰ যক্ষ্মা
i) অৰ্শ (প্লাই)
3) যকৃতৰ বিকাৰ:👇
a) ফেটি লিভাৰ
b) জণ্ডিচ
c) লিভাৰ চিৰ’চিছ
d) মদ্যপান কৰা যকৃতৰ ৰোগ
e) ভাইৰাছজনিত হেপাটাইটিছ
f) যকৃতৰ ফোঁহা
g) যকৃতৰ কৰ্কট ৰোগ

ধুবুৰীৰ চিলাৰায় নার্চিংহোমৰ ওচৰত হেল্থ কর্নাৰ"ত অহা 24th MARCH তাৰিখত ৰাতিপুৱা 12 বজাত দেখা কৰিব পাৰিব।Contact now - 60...
08/03/2024

ধুবুৰীৰ চিলাৰায় নার্চিংহোমৰ ওচৰত হেল্থ কর্নাৰ"ত অহা 24th MARCH তাৰিখত ৰাতিপুৱা 12 বজাত দেখা কৰিব পাৰিব।
Contact now - 6000698115



07/03/2024

আপুনিও বাৰু ডাইবেটিছ, উচ্চ ৰক্তচাপ, থাইৰইড, নাৰ্ভৰ

সমস্যাৰ কাৰণে ভাল ডক্তৰ বিচাৰি আছে নেকি?

তেতিয়া হ'লে এতিয়া আৰু চিন্তাৰ কোনো কাৰন নাই! আপোনালোকৰ ধুবুৰী চহৰৰ Health Corner হায়দৰাবাদৰ পৰা আহি আছে ডাইবেটোলজিষ্ট আৰু জেনেৰেল ফিজিচিয়ান ড' সুমাইয়া তাছনিম

MBBS,CCDM Apollo Hospital Hyderabad, DIP Diabetologist (LONDAN)

Location - GTB Road, Dhubri

Contact -070029 70819

ধুবুৰীৰ চিলাৰায় নাৰ্চিংহোমৰ ওচৰত হেল্থ কৰ্নাৰ"ত অহা 24th March তাৰিখত ৰাতিপুৱা 10 বজাত দেখা কৰিব পাৰিব I6000698115     ...
06/03/2024

ধুবুৰীৰ চিলাৰায় নাৰ্চিংহোমৰ ওচৰত হেল্থ কৰ্নাৰ"ত অহা 24th March তাৰিখত ৰাতিপুৱা 10 বজাত দেখা কৰিব পাৰিব I
6000698115

05/03/2024

Pateint Feadback About (Dr.Jyotirmoy Das)

You can meet at Health Corner near Chilarai Nursing Home, Dhubri on 9th MARCH 2 PM & 10th MARH at 9-30 AM.

Call us at - 7002970819

ধুবুৰীৰ চিলাৰায় নাৰ্চিংহোমৰ ওচৰত হেল্থ কৰ্নাৰ"ত অহা 9th MARCH 2 PM & 10th MARH তাৰিখত ৰাতিপুৱা 9-30 বজাত দেখা কৰিব পাৰি...
04/03/2024

ধুবুৰীৰ চিলাৰায় নাৰ্চিংহোমৰ ওচৰত হেল্থ কৰ্নাৰ"ত অহা 9th MARCH 2 PM & 10th MARH তাৰিখত ৰাতিপুৱা 9-30 বজাত দেখা কৰিব পাৰিব I
Call now - 070029 70819

Address

Dhubri

Telephone

+917002970819

Website

Alerts

Be the first to know and let us send you an email when Heath Corner Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share