28/02/2026
কলন টিউমাৰৰ লক্ষণক অৱহেলা নকৰিব।
দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য, ডায়েৰিয়া, কালচে মল বা হঠাৎ ওজন কমা — এইবোৰ সতৰ্ক সংকেত হ’ব পাৰে।
সময়মতে পৰীক্ষাই জীৱন ৰক্ষা কৰে।
📍 Gastro & Liver Clinic, Dibrugarh
📞 6900745004 / 7205630501