Dr. Nitin Bhartia, MBBS MD Medicine

Dr. Nitin Bhartia, MBBS MD Medicine Dr NITIN BHARTIA
MBBS MD MEDICINE
CONSULTING PHYSICIAN

APEKSHA HOSPITAL
JALAN NAGAR
OPP MADONNA LAB Dibrugarh

"সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। ঈদ মোবাৰক!"
21/03/2026

"সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। ঈদ মোবাৰক!"

প্ৰতি গৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা!"
08/03/2026

প্ৰতি গৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা!"

সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক।
03/03/2026

সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক।

পবিত্ৰ ৰমজানৰ হিয়াভৰা শুভেচ্ছা! ৰমজান মাহে আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী অধিক সুদৃঢ় কৰিব।
19/02/2026

পবিত্ৰ ৰমজানৰ হিয়াভৰা শুভেচ্ছা!
ৰমজান মাহে আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী অধিক সুদৃঢ় কৰিব।

"মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে-লৃগাং উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। এই উৎসৱে আমাৰ সমাজত শান্তি ...
18/02/2026

"মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে-লৃগাং উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। এই উৎসৱে আমাৰ সমাজত শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক।"

11/02/2026

ডায়েবেটিছ (মধুমেহ) বা বহুমূত্ৰ ৰোগৰ ফলত হ’ব পৰা জটিলতাসমূহ
ডায়েবেটিছ ৰোগীৰ ঘাঁ সোনকালে নুশুকায়।
তেজত চুগাৰৰ মাত্ৰা অনিয়ন্ত্ৰিত হ’লে দৃষ্টিশক্তি কমি যায়
অনিয়ন্ত্ৰিত চুগাৰৰ বাবে কিডনী বিকল হ’ব পাৰে
অনিয়ন্ত্ৰিত চুগাৰৰ বাবে কিডনী বিকল হ’ব পাৰে
অনিয়ন্ত্ৰিত চুগাৰৰ বাবে কিডনী বিকল হ’ব পাৰে

মে-ডাম-মে-ফী (Me-Dam-Me-Phi) উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জনালোঁ। এই পবিত্ৰ দিনটোত পূৰ্বপুৰুষসকলৰ আশ...
31/01/2026

মে-ডাম-মে-ফী (Me-Dam-Me-Phi) উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জনালোঁ। এই পবিত্ৰ দিনটোত পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ আমাৰ সকলোৰে জীৱনলৈ শান্তি, সমৃদ্ধি আৰু একতা কঢ়িয়াই আনক, তাৰেই কামনা কৰিলোঁ।

একতা আৰু ভাতৃত্ববোধেই আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি। এই শক্তিৰে আমি ভাৰতক বিশ্বৰ দৰবাৰত জিলিকাই তোলোঁ আহক।সকলোলৈ গণৰাজ্য ...
26/01/2026

একতা আৰু ভাতৃত্ববোধেই আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি। এই শক্তিৰে আমি ভাৰতক বিশ্বৰ দৰবাৰত জিলিকাই তোলোঁ আহক।
সকলোলৈ গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা।

20/01/2026

পেটৰ যক্ষ্মা
(TB in Stomach/Abdominal TB) হৈছে Mycobacterium tuberculosis নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক সংক্ৰামক ৰোগ, যিয়ে পাচনতন্ত্ৰ (পাকস্থলী, অন্ত্ৰ), পেৰিটোনিয়াম (পেটৰ আৱৰণ), আৰু লিম্ফ নোডক আক্ৰমণ কৰে

“শিল্পী দিৱস”অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ বাটকটীয়া ৰূপকোঁৱৰৰ স্মৃতিত শ্ৰদ্ধা জনাইছোঁ।
17/01/2026

“শিল্পী দিৱস”
অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ বাটকটীয়া ৰূপকোঁৱৰৰ স্মৃতিত শ্ৰদ্ধা জনাইছোঁ।

আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।এই মেজিৰ জুইত নিপাত যাওঁক সকলাে অস...
14/01/2026

আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।
এই মেজিৰ জুইত নিপাত যাওঁক সকলাে অসূয়া-অপ্রীতি ।

প্ৰতিটো প্ৰত্যাহ্বান সুযোগলৈ পৰিণত হওক, আনন্দ-ফূৰ্তিবোৰ ক্ৰমান্বয়ে বাঢ়ি যাওক। শুভ নৱবৰ্ষ !
31/12/2025

প্ৰতিটো প্ৰত্যাহ্বান সুযোগলৈ পৰিণত হওক, আনন্দ-ফূৰ্তিবোৰ ক্ৰমান্বয়ে বাঢ়ি যাওক।
শুভ নৱবৰ্ষ !

Address

APEKSHA HOSPITAL, JALAN NAGAR
Dibrugarh
786001

Opening Hours

Monday 9:30am - 1:30pm
3pm - 6pm
Tuesday 9:30am - 1:30pm
3pm - 6pm
Wednesday 9:30am - 1:30pm
3pm - 6pm
Thursday 9:30am - 1:30pm
3pm - 6pm
Friday 9:30am - 1:30pm
3pm - 6pm
Saturday 9:30am - 1:30pm
3pm - 6pm

Telephone

+918486877013

Alerts

Be the first to know and let us send you an email when Dr. Nitin Bhartia, MBBS MD Medicine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Nitin Bhartia, MBBS MD Medicine:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category