Bharat Laboratory

Bharat Laboratory Address: AMC Rd, Dibrugarh, Assam 786002
Manager : Pranjal Mahanta
6003937434 (Reception) 6003977324 (Whatsapp)
Home Collection Contact -7086309643

আন্তর্জাতিক নার্চেছ দিৱসৰ শুভেচ্ছা মানৱ সেৱাৰ মহান দায়িত্ব নিষ্ঠাৰে পালন কৰা সকলো নার্চক জনালোঁ আন্তৰিক শুভেচ্ছা আৰু কৃত...
12/05/2026

আন্তর্জাতিক নার্চেছ দিৱসৰ শুভেচ্ছা
মানৱ সেৱাৰ মহান দায়িত্ব নিষ্ঠাৰে পালন কৰা সকলো নার্চক জনালোঁ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা।

সকলো মাতৃ লৈ মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
10/05/2026

সকলো মাতৃ লৈ মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

শ্ৰমিক দিৱসশ্ৰম অবিহনে সমাজৰ বিকাশ অসম্ভৱ। আহক আমি সকলোৱে শ্ৰমক মৰ্যাদা দিবলৈ শিকোঁ।
01/05/2026

শ্ৰমিক দিৱস
শ্ৰম অবিহনে সমাজৰ বিকাশ অসম্ভৱ। আহক আমি সকলোৱে শ্ৰমক মৰ্যাদা দিবলৈ শিকোঁ।

“সতী সাধনী দিৱস”"স্বজাতিৰ স্বাধিকাৰ সংগ্ৰামৰ ঐতিহাসিক পটভূমিত মহীয়সী নাৰী সতী সাধনী আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস।" ...
21/04/2026

“সতী সাধনী দিৱস”
"স্বজাতিৰ স্বাধিকাৰ সংগ্ৰামৰ ঐতিহাসিক পটভূমিত মহীয়সী নাৰী সতী সাধনী আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস।"

"অতিকৈ চেনেহৰ ব'হাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু, তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো"।আপোনাৰ লগতে পৰিয়ালৰ স...
15/04/2026

"অতিকৈ চেনেহৰ ব'হাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু, তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো"।

আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ব'হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। এই বিহুৱে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।

"সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। ঈদ মোবাৰক!"
21/03/2026

"সমূহ অসমবাসীলৈ পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। ঈদ মোবাৰক!"

“আপোনাৰ ঘৰতেই লেব পৰীক্ষা – সহজ, নিৰাপদ, বিশ্বাসযোগ্য।”
15/03/2026

“আপোনাৰ ঘৰতেই লেব পৰীক্ষা – সহজ, নিৰাপদ, বিশ্বাসযোগ্য।”

প্ৰতি গৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা!"
08/03/2026

প্ৰতি গৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা!"

"ৰঙে ফাগু খেলে চৈতন্য বনমালী, দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী..."সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
03/03/2026

"ৰঙে ফাগু খেলে চৈতন্য বনমালী, দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী..."
সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Address

AMC Road
Dibrugarh
786002

Opening Hours

Monday 7am - 9:30pm
Tuesday 7am - 9:30pm
Wednesday 7am - 9:30pm
Thursday 7am - 9:30pm
Friday 7am - 9:30pm
Saturday 7am - 9:30pm
Sunday 7am - 6pm

Telephone

+916003937434

Alerts

Be the first to know and let us send you an email when Bharat Laboratory posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Bharat Laboratory:

Share

Category