Renofresh Dialysis Centre

Renofresh Dialysis Centre Comprehensive Kidney Care Service Provider in Dibrugarh, Assam. Team of Consultant Nephrologist, Cert

CONTACT
+91 96780 78986
+91 60017 47923

World No To***co Day ***coDay  ***co  ***co
31/05/2026

World No To***co Day

***coDay ***co ***co

পবিত্ৰ ঈদ-উল-জুহাৰ আন্তৰিক শুভেচ্ছা
28/05/2026

পবিত্ৰ ঈদ-উল-জুহাৰ আন্তৰিক শুভেচ্ছা

25/05/2026

আপোনাৰ কিডনীয়ে হয়তো নীৰৱে কষ্ট পাই আছে…
কাৰণ আপুনি অজ্ঞাতে প্ৰতিদিনে বহুত নিমখ খাই আছে।

Soft Drinks
Bread
Sauce & Packet Food

এই নিমখে ব্লাড প্ৰেছাৰ বঢ়াই কিডনীৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে।

আজিৰ পৰাই Food Label চাওক, কম Sodium খাওক আৰু বেছি পানী খাওক।

সুস্থ কিডনীৰ বাবে আজিয়েই সচেতন হওক।
অধিক স্বাস্থ্য টিপছৰ বাবে ক Follow কৰক।

📞 Contact Now: +91 60017 47923

১৭ মে’ – বিশ্ব Hypertension দিৱস
17/05/2026

১৭ মে’ – বিশ্ব Hypertension দিৱস

শৰীৰক নতুনকৈ শক্তি দিয়াৰ এক নতুন আৰম্ভণি Renofresh-ত ডায়েলাইছিছ মানে কেৱল চিকিৎসা নহয়, ই হৈছে সুস্থ জীৱনলৈ পুনৰ এক নত...
14/05/2026

শৰীৰক নতুনকৈ শক্তি দিয়াৰ এক নতুন আৰম্ভণি
Renofresh-ত ডায়েলাইছিছ মানে কেৱল চিকিৎসা নহয়, ই হৈছে সুস্থ জীৱনলৈ পুনৰ এক নতুন আশাৰ পথ।

আজিয়েই বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক আৰু আপোনাৰ জীৱনক কৰক অধিক সুস্থ আৰু শক্তিশালী।

Book Your Appointment Now!

+91 60017 47923
+91 96780 78986

12/05/2026

ডায়েলাইছিছ মানেই জীৱন শেষ নহয়…
এইটো হৈছে নতুনকৈ জীয়াই থকাৰ এটা সাহসী আৰম্ভণি।
ভয়, চিন্তা আৰু অনিশ্চয়তাৰ মাজতো সঠিক যত্ন আৰু বিশ্বাসে জীৱনক পুনৰ হাঁহিৰে ভৰাই তুলিব পাৰে।

Renofres Dialysis Center-ত আমি কেৱল চিকিৎসাই নহয়, আপোনাক নিজৰ পৰিয়ালৰ দৰে যত্ন দিওঁ।

Contact Now - 60017 47923
Renofresh Dialysis Center — আপোনাৰ বিশ্বাস, আমাৰ যত্ন।

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ আন্তৰিক শুভেচ্ছা
11/05/2026

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ আন্তৰিক শুভেচ্ছা


শুভ মাতৃ দিৱসHappy Mother’s Day, Mother’s Day 2026,Renofresh Dialysis Centre
09/05/2026

শুভ মাতৃ দিৱস

Happy Mother’s Day, Mother’s Day 2026,Renofresh Dialysis Centre

02/05/2026

কিডনী ৰোগ আজিকালি নীৰৱে বাঢ়ি গৈছে… আৰু বহু সময়ত আমি গমেই নাপাওঁ যেতিয়া ই আৰম্ভ হয়।

নিজকে সুৰক্ষিত ৰাখিবলৈ—
✔️ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰক
✔️ ডায়েবেটিছ আৰু BP নিয়ন্ত্ৰণত ৰাখক
✔️ যিকোনো লক্ষণক অৱহেলা নকৰিব

সঠিক সময়ত সঠিক চিকিৎসাই জীৱন বচাব পাৰে।

Renofresh Dialysis Centre
উন্নত কিডনীৰ যত্ন আৰু ডায়ালাইচিছ সেৱা
Contact: +91 60017 47923

আপোনাৰ স্বাস্থ্যই আপোনাৰ দায়িত্ব—আজি পৰাই সজাগ হওক।

Renofresh Dialysis Centre, dialysis centre in Dibrugarh, best dialysis centre Assam, kidney care Dibrugarh, nephrology clinic Assam, dialysis treatment near me, kidney hospital Dibrugarh, renal care centre Assam, hemodialysis services Dibrugarh, affordable dialysis Assam, chronic kidney disease treatment, ESRD treatment India, nephrologist Dibrugarh, dialysis hospital Assam, kidney specialist Assam

যদি আপুনি এতিয়াও সঠিক ডায়েলাইছিছ চেণ্টাৰ বাছনি কৰাৰ ক্ষেত্ৰত বিভ্ৰান্তিত আছে—তেন্তে ৰ'ৱ । এই পোষ্টটো আপোনাৰ বাবেই।Swip...
29/04/2026

যদি আপুনি এতিয়াও সঠিক ডায়েলাইছিছ চেণ্টাৰ বাছনি কৰাৰ ক্ষেত্ৰত বিভ্ৰান্তিত আছে—তেন্তে ৰ'ৱ । এই পোষ্টটো আপোনাৰ বাবেই।
Swipe কৰক আৰু আপোনাৰ বাবে উপযুক্ত যত্ন বিচাৰি লওক।
যোগাযোগ - 60017 47923

Renofresh Dialysis Centre, dialysis care, kidney treatment, nephrology, hemodialysis, CKD care, renal care, kidney specialist, dialysis centre Assam, patient care, advanced dialysis

Address

Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when Renofresh Dialysis Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Renofresh Dialysis Centre:

Share