Swastha Hospital Dibrugarh

Swastha Hospital Dibrugarh Care and Compassion are at the heart of our work. Upper Assam's trusted choice for your health. NABH Accredited To know more, visit our website or call us.
(1)

Swastha Hospital is a Multi-Speciality Hospital in Dibrugarh with state-of-the-art infrastructure and specialist team. Located at Graham Bazaar Tiniali, the Hospital is established with the aim of providing safe and quality care to patients of this region. With a team of specialists and 24x7 Critical Care Specialists and Resident Doctor Support, the Hospital houses one of the most modern and equip

ped Intensive Care Unit (ICU) in Upper Assam. With the assurance of high-quality treatment, commitment to safety and transparent communication, we are the safest choice for your loved ones when it comes to treatment and recovery. Our values are represented in our care and our success in our recoveries.

20/04/2026

Others chilling with fancy summer drinks…
Meanwhile us: just surviving the heat

summer vibes, heat wave, hot weather, summer fun, chill moments, relatable, trending reel

18/04/2026

পোহনীয়া কুকুৰ ভেকচিন লোৱা হলেও, কামুৰিলে কেতিয়াও অৱহেলা নকৰিব।
ৰেবিছ এটা অত্যন্ত মাৰাত্মক ৰোগ — কিন্তু সময়মতে সঠিক চিকিৎসা গ্ৰহণ কৰিলে ইয়াক সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পৰা যায়।
এই ভিডিঅ'টোত ডা. ধ্ৰুৱজিত গগৈয়ে আগবঢ়াইছে গুৰুত্বপূৰ্ণ বাস্তৱ তথ্য।

সচেতনতা আৰু সময়ত ব্যৱস্থা লোৱাই জীৱন ৰক্ষা কৰিব পাৰে। সুৰক্ষিত থাকক।

Swastha Hospital Dibrugarh,Best Multispeciality Hospital in Assam,Swastha Hospital, Dibrugarh — 24/7 emergency, ICU, maternity, surgery & specialist doctors. Best multispeciality hospital in upper Assam.

13/04/2026

বাপতি সাহোন বিহুৱে জাতি ধৰ্ম -বৰ্ণৰ নিৰ্বিশেষে পাৰ্থক্য নোহোৱাকৈ,
সকলোৰে জীৱনত মৰম, একতা আৰু আনন্দ কঢ়িয়াই আনে।

স্বস্থা চিকিৎসালয়ৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
আশা কৰোঁ, এই নতুন বছৰ আৰু ৰঙালী বিহুৱে
আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ জীৱনলৈ মিঠা, আনন্দ আৰু নতুন আশাৰ পোহৰ লৈ আহিব।
আপোনাৰ জীৱন হওক সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰে ভৰা

আমাৰ পৰিয়ালৰ তৰফৰ পৰা,
পুনৰ এবাৰ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা।

Happy Bihu to all!

Bihu Swastha Hospital, Dibrugarh, Bihu Celebration, Assam, Rongali Bihu Video
Bihu reels, Trending bihu video,

10/04/2026

কেঞ্চাৰ ৰোগী বা কেমো থেৰাপী লৈ থকা ৰোগীয়ে কুকুৰে কামুৰা ভেকচিন ল’ব পাৰে নে?



cancer patient, chemotherapy, rabies vaccine, dog bite treatment, vaccine safety, cancer care, immunocompromised patient, rabies prevention, oncology safety, medical awareness

বিশ্ব স্বাস্থ্য দিৱস
07/04/2026

বিশ্ব স্বাস্থ্য দিৱস

02/04/2026

Creatinine বাঢ়িলে মানেই সদায় কিডনী ক্ষতি হোৱা নহয়
Creatinine হৈছে আমাৰ শৰীৰৰ পেশীৰ পৰা উৎপন্ন হোৱা এক বর্জ্য পদাৰ্থ, যাক কিডনীয়ে ৰক্তৰ পৰা ফিল্টাৰ কৰি বাহিৰলৈ উলিয়াই দিয়ে।
যেতিয়া ৰক্তত Creatinineৰ পৰিমাণ বাঢ়ে, তেতিয়া ই কিডনীৰ কার্যক্ষমতাৰ বিষয়ে কিছু সংকেত দিব পাৰে—কিন্তু ইয়াৰ অৰ্থ সদায় কিডনী ডেমেজ নহয়।

ডিহাইড্ৰেচন, কিছুমান ঔষধ, বেছি প্ৰ’টিন খোৱা, বা আন কিছুমান সাময়িক কাৰণতো Creatinine বাঢ়িব পাৰে।
সেয়ে নিজে নিজে সিদ্ধান্ত নল’ব—সঠিক পৰীক্ষা আৰু বিশেষজ্ঞৰ পৰামৰ্শ অতি প্ৰয়োজনীয়।

এজন Nephrologist ৰ সৈতে সময়মতে পৰামৰ্শ কৰিলে সমস্যাটো আগতেই ধৰা পৰে আৰু সঠিক চিকিৎসাৰে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

Swastha Hospitalত উপলব্ধ উন্নত কিডনী যত্ন,
DM Nephrologist ডাঃ অংকিত ৰায়ৰ সৈতে।

দেৰি নকৰিব—আপোনাৰ কিডনীৰ যত্ন লওক সময়তে।

Swastha Hospital Dibrugarh, best hospital Dibrugarh, heart hospital Assam, cardiology Dibrugarh, angioplasty Assam, ICU hospital Dibrugarh, 24x7 emergency Assam, multispeciality hospital Assam, best doctors Dibrugarh, advanced healthcare Assam

31/03/2026

Swastha Hospital Dibrugarhত, প্ৰতিটো হৃদস্পন্দন আমাৰ বাবে দায়িত্ব
মাত্ৰ ৩ বছৰত—
২০০০+ সফল হৃদৰোগ চিকিৎসা
১১৩৭+ CAG | ৩৫৮ Angioplasty
৩১১ Temporary + ১৪১ Permanent Pacemaker
এই সংখ্যাবোৰ কেৱল ডাটা নহয়—এইবোৰ হৈছে জীৱন বচোৱাৰ কাহিনী, বিশ্বাসৰ প্ৰতিচ্ছবি আৰু যত্নৰ প্ৰতিফলন।
Dr. Reja Wasif Bora আৰু আমাৰ অভিজ্ঞ টীমৰ সৈতে—আপোনাৰ হৃদয় আছে সুৰক্ষিত হাতত।
কাৰণ বিশ্বাস গঢ়ে ফলাফলেই।
📍 Swastha Hospital, Dibrugarh

27/03/2026

আশাৰ পোহৰ… ৮৫ বছৰত জীৱনৰ নতুন আৰম্ভণি।
ৰোগী আৰু পৰিয়ালৰ হৃদয়ত থকা সৰু সৰু চিন্তা, ভয় আৰু প্ৰশ্নবোৰকো গুৰুত্ব দিয়া ,চিকিৎসা পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ কাম !!
হৃদৰোগ বিশেষজ্ঞ ডা. ৰেজা বৰাই সেইটোৱেই কৰিলে… প্ৰতিটো কথা ধৈৰ্যৰে বুজাই, প্ৰতিটো সন্দেহ দূৰ কৰি, বিশ্বাসৰ ভেটিত চিকিৎসা কৰি ৰোগীৰ পৰিয়ালৰ মনত আশ্বাস গঢ়ি তোলে।

৮৫ বছৰীয়া কুঞ্জলতা দাস…
যি সময়ত সকলো আশাই যেন ম্লান হৈছিল,
আজি দিনা তেওঁ পুনৰ হাঁহিছে… জীৱনৰ দিশে আগবাঢ়িছে।

এইটো কেৱল চিকিৎসা নহয়
এইটো মৰম, যত্ন আৰু অন্তৰিক প্ৰচেষ্টাৰ ফল।

পৰিয়ালৰ চকুত থকা সেই কৃতজ্ঞতাৰ চকুলো আৰু আমাৰ প্ৰতি দেখুওৱা বিশ্বাসেই আমাৰ বাবে শক্তি।

সেয়ে স্বস্থাই এই আনন্দৰ মুহূৰ্তটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ…
কাৰণ আমি জানো —
য’ত যত্ন আৰু মৰম থাকে, তাতেই জীৱন জয়ী হয়।

Swastha Hospital Dibrugarh, best hospital in Dibrugarh, heart specialist Dibrugarh, cardiologist Dr Reja Bora, elderly patient heart treatment Assam, cardiac care Dibrugarh, trusted hospital Assam, senior citizen treatment Dibrugarh, heart care Assam, patient success story Dibrugarh,

26/03/2026

ৰেবিজ থকা কুকুৰে আন কুকুৰক কামুৰিলে কি হয়?
সেই কুকুৰটো নিশ্চিতভাৱে আক্রান্ত হয়নে, নে ইয়াতো আছে কিছুমান গুৰুত্বপূৰ্ণ তথ্য যি আপুনি নাজানে?

সম্পূৰ্ণ সত্য জানিবলৈ ভিডিঅ’টো শেষলৈকে চাওক
এই তথ্যটো শ্বেয়াৰ কৰি আপোনাৰ আপোনজনকো সুৰক্ষিত ৰাখক!

Swastha Hospital Dibrugarh, best hospital in Dibrugarh, Assam hospital, multi speciality hospital Assam, healthcare Dibrugarh, emergency hospital Assam, ICU care Dibrugarh, cardiology hospital Assam, kidney care Dibrugarh,

এই  পৱিত্ৰ ঈদৰ উৎসৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি আৰু সমৃদ্ধি। তাৰে কামনাৰে স্বস্থা প...
21/03/2026

এই পৱিত্ৰ ঈদৰ উৎসৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি আৰু সমৃদ্ধি।
তাৰে কামনাৰে স্বস্থা পৰিয়ালৰ তৰফৰ পৰা সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা যাচিলো

ঈদ মোবাৰক!

20/03/2026

ৰেবিজ কেনেকৈ হয়?
কুকুৰে কামুৰিলে আপুনি কি কৰিব লাগে জানেনে?

এই গুৰুত্বপূৰ্ণ বিষয়ত স্পষ্টকৈ বুজাই দিছে ডাঃ ধ্ৰুৱজিৎ গগৈ য়ে

নিজৰ আৰু আপোনাৰ আপোনজনৰ সুৰক্ষাৰ বাবে এই ভিডিঅটো সম্পূৰ্ণকৈ চাওঁক।
আৰু সজাগতা বঢ়াবলৈ অৱশ্যেই শ্বেয়াৰ কৰক।

18/03/2026

কুকুৰে কামুৰিলে মানুহে কেৱল ৰেবিছৰ কথা ভাবে…
কিন্তু আচল বিপদটো তাৰ পাছৰ খিনিহে

বেছিভাগ মানুহে যি ভুল কৰে — সেই ভুলেই জীৱন বিপদত পেলায়।

কি কলে Dr. Dhurbajit Gogoi-এ এই ভিডিওটো সম্পূৰ্ণকৈ চাওঁক।
এই তথ্যখিনি নজনাকৈ থাকিলে পিছত অনুতপ্ত হ'বলগীয়া হ'ব পাৰে।

ভিডিঅ'টো সম্পূৰ্ণ চাওক
💾 Save কৰক — নিজৰ বাবে, পৰিয়ালৰ বাবে।
🔁 Share কৰক — কাৰণ এই তথ্য সকলোৰে দৰকাৰ।

Swastha Hospital Dibrugarh, Dibrugarh hospital, best hospital in Dibrugarh, Assam healthcare, multispeciality

Address

A. T. Road, Graham Bazar Tiniali
Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when Swastha Hospital Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Swastha Hospital Dibrugarh:

Share

Category