Gastro & Liver Clinic

Gastro & Liver Clinic Gastro & Liver Clinic

মাঘ বিহুৰ শুভক্ষণে সুস্বাদু ভোজৰ আনন্দৰ লগতে শক্তিশালী পাচনতন্ত্ৰৰ আশীৰ্বাদো প্ৰদান কৰক। আগন্তুক এটা স্বাস্থ্যকৰ আৰু সুখ...
15/01/2024

মাঘ বিহুৰ শুভক্ষণে সুস্বাদু ভোজৰ আনন্দৰ লগতে শক্তিশালী পাচনতন্ত্ৰৰ আশীৰ্বাদো প্ৰদান কৰক। আগন্তুক এটা স্বাস্থ্যকৰ আৰু সুখী নতুন বছৰৰ বাবে, পদ্মাশ্বিনী গেষ্ট্ৰো ক্লিনিকৰ তৰফৰ পৰা এই ভোগালীৰ উষ্ম শুভেচ্ছা থাকিল।

পেটৰ বাবে উপকাৰী ভেষজ
13/01/2024

পেটৰ বাবে উপকাৰী ভেষজ

খাদ্য – যি সুস্বাদু আৰু স্বাস্থ্যকৰ |
09/01/2024

খাদ্য – যি সুস্বাদু আৰু স্বাস্থ্যকৰ |

Happy New Year 2024As the calendar turns a new leaf, may your digestive system be in perfect sync with the rhythm of wel...
01/01/2024

Happy New Year 2024

As the calendar turns a new leaf, may your digestive system be in perfect sync with the rhythm of well-being. Padmashini wishes you a healthy and prosperous New Year ahead!

Merry Christmas! Padmashini Gastro Clinic extends warm wishes for a Christmas that's easy on the stomach and rich in hap...
25/12/2023

Merry Christmas!
Padmashini Gastro Clinic extends warm wishes for a Christmas that's easy on the stomach and rich in happiness.
May your days be merry, your meals delightful, and your health vibrant.

উচ্চ পৰিমাণে চেনিযুক্ত + সংসাধিত খাদ্য = অন্ত্ৰৰ অসন্তুলিত বেক্টেৰিয়াফলত ইৰিটেবল বাৱেল চিণ্ড্ৰোম (IBS) আৰু প্ৰদাহজনক অন্...
07/12/2023

উচ্চ পৰিমাণে চেনিযুক্ত + সংসাধিত খাদ্য = অন্ত্ৰৰ অসন্তুলিত বেক্টেৰিয়া
ফলত ইৰিটেবল বাৱেল চিণ্ড্ৰোম (IBS) আৰু প্ৰদাহজনক অন্ত্ৰৰ ৰোগ (IBD) হয়।
পেটৰ সৈতে জড়িত যিকোনো সমস্যাৰ বাবে আপোনাৰ সৈতে আছে পদ্মাশ্বিনী।
+91 6900 745 004 / 7205630501

অসম  দিৱস! সকলোৰে মাজত একতা, সুস্বাস্থ্য কঢ়িয়াই  চুকাফাৰ চিদাভাস অনুৰণিত হওঁক, এই কামনাৰেই পদ্মাশ্বিনী ক্লিনিকে সমূহ অ...
02/12/2023

অসম দিৱস!
সকলোৰে মাজত একতা, সুস্বাস্থ্য কঢ়িয়াই চুকাফাৰ চিদাভাস অনুৰণিত হওঁক,
এই কামনাৰেই পদ্মাশ্বিনী ক্লিনিকে সমূহ অসমবাসীলৈ এক আনন্দময় অসম দিৱস ওৰফে চুকাফা দিৱসৰ শুভেচ্ছা জনাইছো!

World AIDS Day"Empowering Lives, Defeating Diabetes."
01/12/2023

World AIDS Day
"Empowering Lives, Defeating Diabetes."

লাচিত দিৱস প্ৰতিজন অসমীয়াৰ সিৰে সিৰে বোৱা অদম্য সাহসৰ স্মাৰক এই লাচিত দিৱস!এই বিশেষ দিনটোত পদ্মাশ্বিনী পৰিয়ালৰ সমূহ সদস্...
24/11/2023

লাচিত দিৱস
প্ৰতিজন অসমীয়াৰ সিৰে সিৰে বোৱা অদম্য সাহসৰ স্মাৰক এই লাচিত দিৱস!
এই বিশেষ দিনটোত পদ্মাশ্বিনী পৰিয়ালৰ সমূহ সদস্যই অসমগৌৰৱ আৰু সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনক নতশিৰে প্ৰণিপাত জনালোঁ।

World Diabetes Day 2023
14/11/2023

World Diabetes Day 2023

আনন্দ, পোহৰ আৰু আশাৰ উৎসৱেৰে জীৱনটোৰ নতুন শুভ আৰম্ভনি কৰক। পদ্মশ্বিনি পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা থাকিল!...
12/11/2023

আনন্দ, পোহৰ আৰু আশাৰ উৎসৱেৰে জীৱনটোৰ নতুন শুভ আৰম্ভনি কৰক। পদ্মশ্বিনি পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা থাকিল!

Address

NEAR SRISHTI HOSPITAL, PALTAN BAZAR
Dibrugarh
786005

Telephone

+917205630501

Website

Alerts

Be the first to know and let us send you an email when Gastro & Liver Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share