
18/01/2025
প্ৰায়ে দেখা যায় যে চৰকাৰী/ বেচৰকাৰী/ ব্যাক্তিগত ভাৱেও বহুতে RCI(Rehabilitation Council of India) ৰ Registration অবিহনে Disabilities থকা শিশুসকলক বিভিন্ন থেৰাপী/ Training দিয়া পৰিলক্ষিত হয়। এই ক্ষেত্ৰত ৬ জানুৱাৰী ২০২৫ তাৰিখে RCI য়ে সাধাৰণ জনসাধাৰণৰ বাবে এখন বিধিগত সৰ্তকবাণী জাৰি কৰিছে য'ত উল্লেখ আছে যে সাধাৰণ ৰাইজে এনে বিষয়বোৰ documentary evidence ৰ সহায়ত Post/e-mail/fax ৰ জৰিয়তে RCI ক জনাব পাৰিব।