TEST TUBE BABY centre

TEST TUBE BABY centre I AM DR. HIREN GOGOI, INERTILITY AND IVF SPECIALIST. THE BEST IVF CENTRE IN DIBRUGARH.THE COST IS VERY LOW FOR POOR PEOPLE.

05/01/2026
   | DR HIREN GOGOI IVF, DIBRUGARH is hiringJoin their dynamic team and be a part of a growing organisation dedicated to...
03/12/2025

| DR HIREN GOGOI IVF, DIBRUGARH is hiring

Join their dynamic team and be a part of a growing organisation dedicated to excellence in healthcare!

🔹 Open Positions

1️⃣ Marketing Manager
📘 Qualification: MBA
🔸 Looking for a motivated professional with strong communication skills, strategic thinking, and experience in healthcare marketing (preferred).

2️⃣ Graphic Designer
📘 Qualification: Graduate
🔸 Seeking a creative individual proficient in design tools, with the ability to create engaging visuals and brand materials.

📍 Location: Dibrugarh

📩 Send Your CV: +91-75768-65713

Be a part of a team that strives to make a difference.

পুৰুষৰ যৌনাংগৰ শিথিলতাবিয়াৰ পিছত কিছুমান যুৱকৰ যৌনাংগৰ শিথিলতা দেখা যায়।যৌনসম্পৰ্ক কৰা সময়ত যৌনাংগ ঢিলা হৈ পৰে। ফলত, ...
19/06/2025

পুৰুষৰ যৌনাংগৰ শিথিলতা
বিয়াৰ পিছত কিছুমান যুৱকৰ যৌনাংগৰ শিথিলতা দেখা যায়।যৌনসম্পৰ্ক কৰা সময়ত যৌনাংগ ঢিলা হৈ পৰে। ফলত, যুৱক জনৰ মানসিক চাপ বাঢ়ি যায়, আত্মবিশ্বাস কমায়, পাৰিবাৰিক অশান্তি বাঢ়ে। যৌনাংগৰ শিথিলতা কিছুমান ৰোগৰ আগজাননী হব পাৰে, যেনে হৃদৰোগ।
যৌনাংগৰ শিথিলতা এবাৰ হলে কোনো চিন্তাৰ কাৰণ নাই, কিন্তু দীৰ্ঘ সময়ৰ বাবে হলে চিন্তাৰ কাৰণ হব পাৰে।এই সমস্যা বেছি দিন হলে চিকিৎসকৰ পৰামৰ্শ লব লাগে। এই সমস্যা লগত মধুমেহ, হৃদৰোগ আদি থাকিব পাৰে।
পুৰুষৰ যৌনকায্য ভালদৰে হবলৈ মস্তিষ্ক, হৰমন, মাংসপেশীৰ,তেজৰ ধমনী ভাল দৰে কাম কৰিব লাগিব। যিকোনো এটা জেগাত সমস্যা হলেই পুৰুষ জনৰ যৌনাংগৰ শিথিলতা হব পাৰে। ইয়াৰ উপৰিও, মানসিক চাপ আৰু মানসিক স্বাস্থ্যই ভালকৈ প্ৰভাৱ পেলায়।
কাৰণ সমূহৰ
হৃদৰোগ, তেজৰ ধমনিবোৰ চাপ খাই যোৱা, বেছি কলেষ্টাৰোল, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, মেদবহুলতা, কিছুমান দৰৱ, ধপাত সেৱন, মদ্যপান, ভাং সেৱন, নিদ্ৰাহীনতা, prostate সমস্যা, যৌনাংগৰ কাষত হোৱা অস্ত্ৰোপ্ৰচাৰ, ৰাজহাড়ত দুখ পোৱা, কম তেষ্টোষ্টাৰণ আদি
যৌন কাৰ্যৰ প্ৰক্ৰিয়া আৰম্ভ হ্য় আমাৰ মস্তিষ্কত। যদিহে এজন পুৰুষে মানসিক চাপ, অশান্তি, খং , দুখ,বেজাৰ আদিত ভুগি থাকে, তেতিয়া যৌন কাৰ্যৰ অনুভৱ সৃষ্টি নহয়।
যৌনাংগৰ শিথিল হোৱা ফলত যৌন জীৱন বিঘ্নিত হয়।মানসিক চাপ, অশান্তি, বিষন্নতা বাঢ়ি যায়।আত্মবিশ্বাস কমি যায়। পাৰিবাৰিক অশান্তি বাঢ়ে। বন্ধাত্য সমস্যা দেখা দিয়ে।
এই সমস্যা পৰা পৰিত্ৰাণ পাবলৈ এটা সুষ্ট জীৱন শৈলী গঢ়ি তুলিব লাগে। এই সমস্যা লগত থাকিব পৰা অন্য সমস্যা বোৰৰ চিকিৎসা কৰিব লাগে।নিয়মিত চিকিৎসকৰ পৰামৰ্শ আৰু পয়োজনীয় পৰীক্ষা কৰাব লাগে।মদ, ভাং, ধপাত আদিৰ পৰা আঁতৰি থাকিব লাগে। নিয়মিত ব্যয়াম কৰিব লাগে।মানসিক চাপৰ,অশান্তি, বেজাৰ , দুখৰ পৰা আঁতৰি থাকিব লাগে
অধিক জানিবলৈ মোক whatsapp কৰিব পাৰে।
Aditya Ivf
Dr Hiren Gogoi
Whatsapp
6026000010

Plz contact us for consultation
30/05/2025

Plz contact us for consultation

প্রসুতিকালিন মানসিক বিষন্নতা নাৰী জীৱনৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা হল মাতৃ হোৱা। এই মাতৃত্ব অৰ্জন কৰিবলৈ বহুতো মানসিক প্ৰস...
27/02/2025

প্রসুতিকালিন মানসিক বিষন্নতা
নাৰী জীৱনৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা হল মাতৃ হোৱা। এই মাতৃত্ব অৰ্জন কৰিবলৈ বহুতো মানসিক প্ৰস্তুতিৰ পয়োজন। কিয়নো, এই সময়ত মহিলা গৰাকীৰ জীৱনত মাতৃ হোৱা গৌৰৱ আৰু আনন্দ লগতে বহুতো দায়িত্ব আহি পৰে, লগতে কিছুমান মানসিক হেঁচা।এই মানসিক হেঁচা ফলত তেওঁৰ মনত নানান চিন্তা, দুৰ্ভাবনা, মানসিক পৰিবৰ্তন ,অস্থিৰতা, ভয়,টোপনি নহা আদি আহিব পাৰে। এই পৰিবৰ্তনবোৰ দুই পৰা চৈধ্য দিনৰ ভিতৰত হব পাৰে। কিন্তু কেতিয়াবা দীঘলীয়া হব পাৰে। এই লক্ষণবোৰ গৰ্ভাৱস্থাত ও আৰম্ভ হব পাৰে।
এই অৱস্থাত মাতৃ গৰাকী মনত বেজাৰ, শংকা, ভয়, খং, টোপনি নহা, দুখ, কামত মন নবহা, ভোক কমা, কান্দি থকা, নৱজাতকৰ প্ৰতি অনিহা, পৰিয়ালৰ মানুহৰ পৰা আঁতৰি থকা, ভাগৰ, দুৰ্বলতা, একো কামতে ভাল নলগা, ভাল মাতৃ হব নোৱাৰিম বুলি ভয়, আশাহীনতা, লাজ, দুখ ভাৱ , অযোগ্য ভাৱ, ভাবলেখহীনতা, অহেতুক ভয়,নিজক ক্ষতি কৰা চিন্তা আদি হব পাৰে।
এই সময়ত মহিলা গৰাকীক পয়োজন আপুনজনৰ মৰম আৰু মানসিক সহায়। এই সমস্যাবোৰ ঘৰৰ মানুহৰ লগত পাতিব লাগে। এই লক্ষণ বোৰ বেছি হলে এজন মনোৰোগ বিশেষজ্ঞ চিকিৎসকৰ সহায় লব লাগে। দৰকাৰ হলে চাৰিওকাষৰ পৰিবেশ সলনি কৰিব লাগে।
মাতৃৰ মানসিক বিষন্নত চিকিৎসাৰ দ্বাৰা ঠিক কৰিব পৰা সমস্যা। পৰিয়াল আৰু আপোন জনৰ সহায় আৰু শুশ্ৰূষা দ্বাৰা সহজে ঠিক কৰিব পাৰি। আপোনালোকে অধিক জানিবলৈ মোৰ যোগাযোগ কৰিব পাৰে। মোৰ WHATSAPP NUMBER 9395106232
ধন্যবাদ
ডঃ হীৰেন গগৈ
আদিত্য IVF

Address

ADITYA HOSPITAL
Dibrugarh
786005

Telephone

918472049735

Website

Alerts

Be the first to know and let us send you an email when TEST TUBE BABY centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to TEST TUBE BABY centre:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram