Heramba Bordoloi Eye Centre

Heramba Bordoloi Eye Centre To serve the people by providing best eye care at an affordable cost with a Human touch. We deal with the best optical lenses.

To provide affordable Eye care with utmost human touch using latest equipment a humble beginning. A baby step of a futuristic project .

For the first time we have given the PILOT lens to a pilot and he is a retired Indian Airforce Air Commodore, currently ...
11/10/2025

For the first time we have given the PILOT lens to a pilot and he is a retired Indian Airforce Air Commodore, currently piloting Helicopters.

We are first in the North east to disburse PILOT lenses of a particular brand.

Here, it is his feedback

23/09/2025

শ্ৰদ্ধেয় ৰাইজ,

আজি ২৩/০৯/২০২৫ তাৰিখে ডিব্ৰুগড় মহানগৰৰ বৈৰাগীমঠত অৱস্হিত হেৰম্ব বৰদলৈ চকুকেন্দ্ৰই এটা দশক সম্পূৰ্ণ কৰিলে৷

২০১৫ চনৰ আজিৰ দিনটোতেই শিক্ষক , সাংবাদিক , সমাজসেৱক আৰু সাহিত্যিক প্ৰয়াত হেৰম্ব বৰদলৈদেৱৰ ওপজাদিনৰ দিনা তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ স্মৃতিত এই স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানটোক তেওঁৰ নামত উৎসৰ্গা কৰা হৈছিল৷

এটা দশকৰ আমাৰ যাত্ৰাৰ লগত জড়িত প্ৰতিজন ব্যক্তিক আমি এই সুযোগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

এই শুভক্ষণত আমি গভীৰ বিষাদৰে স্মৰণ কৰিছোঁ অসমৰ জনশিল্পী প্ৰয়াত জুবিন গাৰ্গ দেৱক। তেওঁৰ অনুপস্থিতিয়ে আমাৰ সমাজত সৃষ্টি কৰা শূণ্যতা অপূৰণীয়। সেয়েহে , তেখেতৰ অন্তিম যাত্ৰাৰ প্ৰতি শ্ৰদ্ধা জনাই, আমাৰ চকুকেন্দ্ৰটোৰ দশম বাৰ্ষিকী উপলক্ষে আয়োজনযোগ্য সকলো অনুষ্ঠান আমি আজি আয়োজন কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷

এইদিনটোৰ লগত সংগতি ৰাখি মাথোঁ ৰাইজৰ জ্ঞাতাৰ্থে এটি ক্ষুদ্ৰ বাৰ্তা আগবঢ়ালোঁ৷

ধন্যবাদ

ডা° মৃণ্ময়ী বৰদলৈ
শ্ৰীমন্ত বৰদলৈ
হেৰম্ব বৰদলৈ চকুকেন্দ্ৰ,ডিব্ৰুগড়৷

Respected Well-wishers,

On this day, 23rd September 2025, Heramba Bordoloi Eye Centre, located at Bairagimath in Dibrugarh city, completes a decade of dedicated service.

It was on this very day in 2015, on the birth anniversary of Late Heramba Bordoloi — a revered teacher, journalist, social worker, and writer — that this healthcare institution was dedicated in his memory as a humble tribute to his enduring legacy.

We take this opportunity to extend our heartfelt gratitude to every individual who has been a part of our ten-year journey.

At this moment , we also pause with deep sorrow to remember Late Zubeen Garg, Assam’s beloved artist. His absence has left an irreplaceable void in our cultural and emotional landscape.

As a mark of respect for his final journey, we have decided to refrain from holding any celebratory events today, which were originally planned in observance of our 10th anniversary.

In keeping with the spirit of the day, we are sharing this brief message with our community.

With gratitude,

Dr. Mrinmoyee Bordoloi
Srimanta Bordoloi
Heramba Bordoloi Eye Centre, Dibrugarh

31/08/2025

Shortly we are introducing into our Eyeware portfolio - "Arnette"

30/08/2025

Shortly we are introducing into our Eyeware portfolio - "Ferrari"

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ দিনা ডাঃ মৃন্ময়ীকে ধৰি প্ৰতিজন শ্ৰদ্ধাৰ চিকিৎসকক শুভেচ্ছা জনালোঁ৷
01/07/2025

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ দিনা ডাঃ মৃন্ময়ীকে ধৰি প্ৰতিজন শ্ৰদ্ধাৰ চিকিৎসকক শুভেচ্ছা জনালোঁ৷

বৰ্ণান্ধতা আৰু ইয়াৰ দৈনন্দিন জীৱনত প্ৰভাৱ∶ৰঙ চিনাক্ত কৰাৰ ক্ষমতা কি?ৰঙ চিনাক্ত কৰাৰ ক্ষমতা হৈছে মানৱ চকুৰে বিভিন্ন ৰঙ বু...
26/06/2025

বৰ্ণান্ধতা আৰু ইয়াৰ দৈনন্দিন জীৱনত প্ৰভাৱ∶

ৰঙ চিনাক্ত কৰাৰ ক্ষমতা কি?

ৰঙ চিনাক্ত কৰাৰ ক্ষমতা হৈছে মানৱ চকুৰে বিভিন্ন ৰঙ বুজাৰ সক্ষমতা। এই কাৰ্যটি চকুৰ ৰেটিনাত অৱস্থিত বিশেষ কোষ — ক’ন ফটো-ৰিসেপ্টৰ (cone photoreceptor) — দ্বাৰা সম্পাদিত হয়। এই ক’নবোৰত পোহৰত সংবেদনশীল ৰঞ্জক থাকে, যিবোৰ মূলত ৰঙা, সেউজীয়া আৰু নীলা পোহৰৰ প্ৰতি সংবেদনশীল। মগজুৱে এই ক’নবোৰৰ পৰা অহা সংকেতসমূহ প্ৰক্ৰিয়াকৰণ কৰি সম্পূর্ণ ৰঙৰ দৃশ্য গঠন কৰে।

বৰ্ণান্ধতা কিয় হয়?

ৰঙ চিনাক্ত কৰাৰ ক্ষমতাৰ ঘাটতিক বৰ্ণান্ধতা বা Colour Vision Deficiency (CVD) বোলা হয়। এই অৱস্থাত ক’ন ৰঞ্জক অনুপস্থিত বা ঠিকঠাককৈ কাম নকৰাৰ ফলত ৰঙৰ সঠিক চিনাক্তত অসুবিধা হয়। বৰ্ণান্ধতাৰ গুৰুত্বতা অনুসৰি ৰোগীয়ে আংশিক বা সম্পূৰ্ণভাৱে ৰঙ চিনাক্ত কৰিবলৈ অক্ষম হ’ব পাৰে।

বৰ্ণান্ধতাৰ প্ৰধান ধৰণসমূহ:

1. ৰঙা-সেউজীয়া ঘাটতি (Red-Green Deficiency):

আটাইতকৈ সাধাৰণ ধৰণৰ৷

ৰোগীয়ে ৰঙা আৰু সেউজীয়া ৰঙৰ মাজত পাৰ্থক্য কৰাত অসুবিধা পায়।

2. নীলা-হালধীয়া ঘাটতি (Blue-Yellow Deficiency):

তুলনামূলকভাৱে বিৰল, কিন্তু গুৰুতৰ।

সচৰাচৰ ৰঙা-সেউজীয়া ঘাটিসহেই দেখা যায়।

3. সম্পূৰ্ণ ৰঙ অন্ধতা (Achromatopsia):

অতি বিৰল অৱস্থা।

ৰোগীয়ে কেৱল ক'লা, বগা আৰু ধূসৰ ৰঙেই দেখিবলৈ পায়।

বৰ্ণান্ধতাৰ সম্ভাব্য কাৰণসমূহ:

বংশগত (Genetic):

আটাইতকৈ সাধাৰণ কাৰণ।

সাধাৰণতে মাতৃৰ পৰা পুত্ৰলৈ X-গ্ৰন্থিৰ জৰিয়তে সংক্ৰমিত হয়।

চকুৰ বিশেষ ৰোগ:

গ্ল’ক’মা, মেকুলাৰ ডিজেনাৰেশ্যন, অপ্টিক স্নায়ুৰ ক্ষতি আদি।

ঔষধ বা ৰাসায়নিকৰ প্ৰভাৱ:

কিছু ঔষধ বা ৰাসায়নিক পদাৰ্থই দৃষ্টিত সাময়িক বা স্থায়ী প্রভাৱ পেলাব পাৰে।

লক্ষণ আৰু চিনাক্তকৰণ:

বহু ৰোগীয়ে আৰম্ভণিতে নিজৰ সমস্যা বুজি নাপায়। সাধাৰণতে স্কুলত দৃষ্টিপৰীক্ষা বা চাকৰিৰ বাবে বিশেষ পৰীক্ষাৰ সময়তে বৰ্ণান্ধতা ধৰা পৰে। কিছু বিশেষ পৰীক্ষা (যেনে Ishihara Test)ৰ জৰিয়তে সহজে বৰ্ণান্ধতা চিনাক্ত কৰা যায়।

চিকিৎসা আৰু ব্যৱস্থাপনা:

বংশগত বৰ্ণান্ধতা:
বৰ্তমান পৰ্যন্ত স্থায়ী চিকিৎসা নাই।
কিন্তু ৰঙ চিনাক্ত কৰিবলৈ সহায়কাৰী বিশেষ চশমা বা কণ্টেক্ট লেন্স উপলব্ধ।

আর্জিত (Acquired) বৰ্ণান্ধতা:

যদি কাৰণটো নিৰাময়যোগ্য হয় (যেনে ঔষধৰ প্ৰভাৱ), তেন্তে উন্নতি সম্ভৱ।

উন্নত গৱেষণা:

জীন থেৰাপী ইতিমধ্যে জন্তুৰ ওপৰত সফল হৈছে আৰু মানৱৰ ওপৰত পৰীক্ষা চলি আছে, যাৰ পৰা ভৱিষ্যতলৈ আশাবাদী হোৱা যায়।

দৈনন্দিন জীৱনত প্ৰভাৱ:

যদিও বৰ্ণান্ধতা সাধাৰণ দৃষ্টিশক্তিত ব্যাঘাত ঘটায় ন, তথাপি কিছুমান পেচাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

উদাহৰণস্বৰূপ:

- বিমান পৰিচালনা

- ইলেক্ট্ৰিকেল কাম

- ট্ৰেফিক চিন চিনি পোৱা

- সেনা বা আৰক্ষী বাহিনীৰ কৰ্ম

- চিকিৎসা বা পৰীক্ষাগাৰ সম্পৰ্কীয় কাম

উপসংহাৰ:

বর্ণান্ধতা যদিও এক অচিকিৎসাযোগ্য বংশগত অৱস্থা, তথাপিও ৰোগীয়ে সচেতনতা আৰু উপযুক্ত ব্যৱস্থাৰে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। আগতীয়াকৈ চিনাক্তকৰণে শিক্ষা, পেচা আৰু জীৱনৰ অন্যান্য ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল’বলৈ সহায় কৰে।

ভৱিষ্যতে জীন থেৰাপীৰ সফল ব্যৱহাৰে বর্ণান্ধতাৰ স্থায়ী চিকিৎসাৰ দুৱাৰ মেলিব বুলি আশা কৰিব পাৰি।

28/05/2025

Available with us.

  Favourite Brand   Selling Models   # Michael Kors    your Fashion Eyewear to Inspire You # Sleek # Color    Brand  Ran...
26/05/2025

Favourite Brand
Selling Models
# Michael Kors

your Fashion
Eyewear to Inspire You
# Sleek
# Color

Brand
Range
Range

চকু অপাৰেচন কৰাৰ পাছত বিনামূলীয়াকৈ এযোৰ চশমা দিয়া হ’ল৷মুখত হাঁহি বিৰিঙি উঠিল৷
05/05/2025

চকু অপাৰেচন কৰাৰ পাছত বিনামূলীয়াকৈ এযোৰ চশমা দিয়া হ’ল৷

মুখত হাঁহি বিৰিঙি উঠিল৷

20/04/2025

Stellest for Myopia slow down

MK brand is available with us (selective)
15/04/2025

MK brand is available with us (selective)

Address

Heramba Bordoloi Eye Centre
Dibrugarh
786003

Opening Hours

Monday 10am - 7:30pm
Tuesday 10am - 7:30pm
Wednesday 10am - 7:30pm
Thursday 10am - 7:30pm
Friday 10am - 7:30pm
Saturday 10am - 7:30pm
Sunday 10am - 7:30pm

Telephone

+919435334704

Website

Alerts

Be the first to know and let us send you an email when Heramba Bordoloi Eye Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Heramba Bordoloi Eye Centre:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram