Authentic Physiotherapy Clinic

Authentic Physiotherapy Clinic Multirehab unit for physiotherapy,myotherapy,psychological counselling & nutritional counseling.

Today, we celebrate National Science Day, honoring the remarkable discovery of the Raman Effect by the great Indian scie...
28/02/2026

Today, we celebrate National Science Day, honoring the remarkable discovery of the Raman Effect by the great Indian scientist C. V. Raman and recognizing the power of science to transform our nation.

আপোনাৰ মেৰুদণ্ডই আপোনাৰ জীৱনৰ প্ৰতিটো মুহূর্তত সমৰ্থন দিয়ে — বহা, থিয় হোৱা, খোজ কঢ়া বা কিবা উঠোৱা সকলো সময়তে। ৩৩টা হাড়ৰ...
27/02/2026

আপোনাৰ মেৰুদণ্ডই আপোনাৰ জীৱনৰ প্ৰতিটো মুহূর্তত সমৰ্থন দিয়ে — বহা, থিয় হোৱা, খোজ কঢ়া বা কিবা উঠোৱা সকলো সময়তে। ৩৩টা হাড়ৰে গঠিত এই মেৰুদণ্ডই আপোনাৰ শৰীৰৰ প্ৰকৃত স্তম্ভ। আপোনাৰ মেৰুদণ্ডৰ যত্ন লওক। আমাৰ দক্ষ থেৰাপিষ্ট আৰু আধুনিক প্ৰযুক্তিয়ে আপোনাক সক্ৰিয় আৰু বেদনামুক্ত জীৱন যাপন কৰাত সহায় কৰিবলৈ সদায় সাজু।

বিষ, আঘাত বা চলাফুৰাত  অসুবিধা পাইছে নেকি? আমাৰ বিশেষজ্ঞ ফিজিঅ’থেৰাপী সেৱাৰে লাভ কৰক দ্ৰুত আৰোগ্য আৰু উন্নত জীৱনৰ অনুভৱ।...
26/02/2026

বিষ, আঘাত বা চলাফুৰাত অসুবিধা পাইছে নেকি? আমাৰ বিশেষজ্ঞ ফিজিঅ’থেৰাপী সেৱাৰে লাভ কৰক দ্ৰুত আৰোগ্য আৰু উন্নত জীৱনৰ অনুভৱ।

বিষ আৰু জড়তাই আপোনাৰ দৈনন্দিন জীৱনত বাধা সৃষ্টি কৰিছে নেকি? হাই ইন্টেনচিটি লেজাৰ থেৰাপী এক আধুনিক আৰু কাৰ্যকৰী চিকিৎসা ...
25/02/2026

বিষ আৰু জড়তাই আপোনাৰ দৈনন্দিন জীৱনত বাধা সৃষ্টি কৰিছে নেকি? হাই ইন্টেনচিটি লেজাৰ থেৰাপী এক আধুনিক আৰু কাৰ্যকৰী চিকিৎসা পদ্ধতি, যিয়ে বিষ কমোৱাত, ইনফ্লেমেচন হ্ৰাস কৰাত আৰু দ্ৰুত আৰোগ্য লাভত সহায় কৰে।

গেৰোহাৰ বিষ! এই সমস্যাক উপেক্ষা নকৰিব, গেৰোহাৰ বিষে আপোনাৰ দৈনন্দিন জীৱন আৰু চলাফুৰাত বাধা দিব পাৰে। সঠিক ফিজিঅ’থেৰাপী চ...
24/02/2026

গেৰোহাৰ বিষ! এই সমস্যাক উপেক্ষা নকৰিব, গেৰোহাৰ বিষে আপোনাৰ দৈনন্দিন জীৱন আৰু চলাফুৰাত বাধা দিব পাৰে। সঠিক ফিজিঅ’থেৰাপী চিকিৎসাৰ জৰিয়তে এই সমস্যাৰ পৰা দ্ৰুত আৰাম লাভ কৰিব পাৰি।

দীৰ্ঘসময় বহি বা কাম কৰাৰ সময়ত ভুল ভংগীয়ে পিঠি, ডিঙি আৰু কান্ধৰ বিষ বৃদ্ধি কৰিব পাৰে। সুস্থ দেহ, সুস্থ জীৱনৰ বাবে আজিৰ পৰ...
23/02/2026

দীৰ্ঘসময় বহি বা কাম কৰাৰ সময়ত ভুল ভংগীয়ে পিঠি, ডিঙি আৰু কান্ধৰ বিষ বৃদ্ধি কৰিব পাৰে। সুস্থ দেহ, সুস্থ জীৱনৰ বাবে আজিৰ পৰা সঠিক ভংগীৰ অভ্যাস কৰক। প্ৰয়োজন হ’লে আমাৰ ফিজিঅ’থেৰাপী বিশেষজ্ঞৰ পৰামৰ্শ লওক।

শ্লিপ ডিস্ক এক যন্ত্ৰণাকাতৰ সমস্যা।অৱহেলা নকৰাকৈ অতি শীঘ্ৰে সঠিক চিকিৎসা ল’লে আপুনি পৰিত্ৰাণ পাব পাৰে।আমাৰ লগত যোগাযোগ ক...
21/02/2026

শ্লিপ ডিস্ক এক যন্ত্ৰণাকাতৰ সমস্যা।
অৱহেলা নকৰাকৈ অতি শীঘ্ৰে সঠিক চিকিৎসা ল’লে আপুনি পৰিত্ৰাণ পাব পাৰে।আমাৰ লগত যোগাযোগ কৰক আৰু যন্ত্ৰণাৰ পৰা মুক্তি পাওক।

এতিয়াই আমাৰ App ডাউনলোড কৰক আৰু সহজে এপইন্টমেণ্ট বুক কৰক।ঘৰতেই লাভ কৰক বিশেষজ্ঞ ফিজিঅ’থেৰাপী সেৱা। আপোনাৰ সুস্বাস্থ্যৰ ...
20/02/2026

এতিয়াই আমাৰ App ডাউনলোড কৰক আৰু সহজে এপইন্টমেণ্ট বুক কৰক।
ঘৰতেই লাভ কৰক বিশেষজ্ঞ ফিজিঅ’থেৰাপী সেৱা। আপোনাৰ সুস্বাস্থ্যৰ যত্ন ল’বলৈ আমি সদায় সাজু।

আঁঠুৰ বিষ বা যিকোনো আঁঠুৰ সমস্যাক অৱহেলা নকৰিব। সঠিক সময়ত চিকিৎসা ল’লে পুনৰ পোৱা যায় শক্তিশালী আৰু মজবুত আঁঠু। আজিয়েই...
19/02/2026

আঁঠুৰ বিষ বা যিকোনো আঁঠুৰ সমস্যাক অৱহেলা নকৰিব। সঠিক সময়ত চিকিৎসা ল’লে পুনৰ পোৱা যায় শক্তিশালী আৰু মজবুত আঁঠু। আজিয়েই আমাৰ সৈতে যোগাযোগ কৰক আৰু আৰম্ভ কৰক বেথামুক্ত জীৱনৰ দিশে প্ৰথম পদক্ষেপ।

আলি আঃয়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা জনালোঁ। গুমৰাগ নৃত্য, ঐনিতমৰ সুৰেৰে সকলোৰে জীৱন আনন্দময় হৈ পৰক।
18/02/2026

আলি আঃয়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা জনালোঁ। গুমৰাগ নৃত্য, ঐনিতমৰ সুৰেৰে সকলোৰে জীৱন আনন্দময় হৈ পৰক।

পিঠিৰ বিষ এক সচৰাচৰ সমস্যা। দীৰ্ঘদিনৰ অসুবিধা উপেক্ষা নকৰি আজিয়েই সঠিক চিকিৎসা লওক।আপোনাৰ সুস্থতাৰ যাত্ৰা আৰম্ভ কৰক আজিয়...
17/02/2026

পিঠিৰ বিষ এক সচৰাচৰ সমস্যা। দীৰ্ঘদিনৰ অসুবিধা উপেক্ষা নকৰি আজিয়েই সঠিক চিকিৎসা লওক।আপোনাৰ সুস্থতাৰ যাত্ৰা আৰম্ভ কৰক আজিয়েই।

মহা শিৱৰাত্ৰিৰ পৱিত্ৰ শুভেচ্ছা। ভগৱান শিৱৰ কৃপাৰে আপোনাৰ জীৱন হওক শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰপূৰ। হৰ হৰ মহাদেৱ!  ...
15/02/2026

মহা শিৱৰাত্ৰিৰ পৱিত্ৰ শুভেচ্ছা। ভগৱান শিৱৰ কৃপাৰে আপোনাৰ জীৱন হওক শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰপূৰ। হৰ হৰ মহাদেৱ!

Address

Beltola
Dispur
781028

Telephone

+919957577384

Website

Alerts

Be the first to know and let us send you an email when Authentic Physiotherapy Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram