BBaruah Health Care

BBaruah Health Care Welcome to BBaruah Health Care, where pain ends and wellness begins!!

We provide Physiotherapy care by Qualified & Senior Physiotherapist, Highly Qualified Doctors Consultation service, Pharmacy and dealing with Rehabilitation aids.

শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্বখনিকৰৰ আশীৰ্বাদে সৃষ্টিশীলতা আৰু কৰ্মকুশলতা...
17/09/2025

শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্বখনিকৰৰ আশীৰ্বাদে সৃষ্টিশীলতা আৰু কৰ্মকুশলতাৰ সৈতে জড়িত সকলোৰে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই অনাৰ লগতে আমাৰ ৰাজ্যখনক বিজ্ঞান, প্ৰযুক্তি আৰু ন-ন উদ্ভাৱনী শক্তিৰে সমৃদ্ধিশালী কৰি তোলক তাৰেই কামনা কৰিছোঁ।

𝗛𝗔𝗣𝗣𝗬 𝗘𝗡𝗚𝗜𝗡𝗘𝗘𝗥'𝗦 𝗗𝗔𝗬On the special occasion of Engineer’s Day, we pay tribute to Bharat Ratna Sir Mokshagundam Visvesvar...
15/09/2025

𝗛𝗔𝗣𝗣𝗬 𝗘𝗡𝗚𝗜𝗡𝗘𝗘𝗥'𝗦 𝗗𝗔𝗬
On the special occasion of Engineer’s Day, we pay tribute to Bharat Ratna Sir Mokshagundam Visvesvaraya (1861–1962) — the Father of Indian Engineering, a visionary whose pioneering contributions laid the foundation for modern engineering in India.
Today, we also celebrate the ingenuity, dedication, and innovation of engineers who continue to shape our world and transform ideas into reality.
𝑯𝒂𝒑𝒑𝒚 𝑬𝒏𝒈𝒊𝒏𝒆𝒆𝒓’𝒔 𝑫𝒂𝒚 𝒕𝒐 𝒕𝒉𝒆 𝒃𝒓𝒊𝒍𝒍𝒊𝒂𝒏𝒕 𝒎𝒊𝒏𝒅𝒔 𝒃𝒖𝒊𝒍𝒅𝒊𝒏𝒈 𝒐𝒖𝒓 𝒇𝒖𝒕𝒖𝒓𝒆!

আজি ৰাতি শিলা বৰষিলে        নুশুনি প্ৰজাৰ মাত পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা         উপজিলে জগন্নাথ ।।পবিত্র জন্মাষ্টমীৰ এ...
14/09/2025

আজি ৰাতি শিলা বৰষিলে
নুশুনি প্ৰজাৰ মাত
পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা
উপজিলে জগন্নাথ ।।
পবিত্র জন্মাষ্টমীৰ এই শুভ ক্ষণত পৰম ঈশ্বৰে পৃথিৱীৰ সকলো অপায় অমঙ্গল ৰোগ ব্যাধি নাশ কৰি সুখ শান্তি প্রতিষ্ঠা কৰক তাৰেই কামনাৰে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
আজি ভগৱান শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷৷

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম যাচিলোঁ। তেৰাৰ মহান জীৱনাদৰ্শ আৰু...
12/09/2025

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম যাচিলোঁ। তেৰাৰ মহান জীৱনাদৰ্শ আৰু বাণীসমূহ হৈছে আমাৰ বাবে পথ-প্ৰদৰ্শকস্বৰূপ।
অসমভূমিক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিবলৈ গুৰুজনাৰ আশিস বিচাৰিছোঁ।

Congratulations to Shri C.P. Radhakrishnan on his election as the 15th Vice President of India.
09/09/2025

Congratulations to Shri C.P. Radhakrishnan on his election as the 15th Vice President of India.

আজি সুধাকণ্ঠ, 'ভাৰত ৰত্ন' ড০ ভূপেন হাজৰিকাদেৱৰ ১০০সংখ্যক জন্মদিন।প্ৰতিগৰাকী অসমীয়াৰ লগতে ভাৰতবাসীৰ হৃদয়ৰ কোঁহে কোঁহে সোম...
08/09/2025

আজি সুধাকণ্ঠ, 'ভাৰত ৰত্ন' ড০ ভূপেন হাজৰিকাদেৱৰ ১০০সংখ্যক জন্মদিন।
প্ৰতিগৰাকী অসমীয়াৰ লগতে ভাৰতবাসীৰ হৃদয়ৰ কোঁহে কোঁহে সোমাই থকা সুবিশাল প্ৰেৰণাদায়ক এটি অনন্য ব্যক্তিসত্তা- সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। বিশ্বৰ দিহিঙে-দিপাঙে ঘূৰি বিস্তৃত অভিজ্ঞতা বুটলি যাযাবৰী জীৱন কটোৱা ভূপেনদাৰ আছিল মানৱতাৰ বাবে শক্তিশালী পণ। কালজয়ী গীতসমূহৰ মাজেৰেই তেখেতে জনজীৱনত বিলাই দিছিল 'বসুধৈৱ কুটুম্বকম'ৰ বাৰ্তা, মহীয়ান কৰি তুলিছিল ভাৰতীয় সংস্কৃতিৰ ধাৰা।
বিশ্ববিশ্ৰুত শিল্পী, ভাৰত ৰত্ন, আমাৰ প্ৰাণৰো প্ৰাণৰ ভূপেনদাক আজি পুণ্য জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। প্ৰবাদপ্ৰতিম শিল্পীগৰাকীয়ে দেশৰ বুকুত সংগীত আৰু সম্প্ৰীতিৰ যি অনন্য লহৰ জগাই থৈ গ'ল, সেয়া লুইত-গংগা বৈ থকালৈ যুগ-যুগান্তৰলৈ প্ৰতিধ্বনিত হৈ ৰ'ব।

মহান দাৰ্শনিক, শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। লগতে আজি শিক্ষক দিৱসৰ শুভক্ষণত ...
05/09/2025

মহান দাৰ্শনিক, শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। লগতে আজি শিক্ষক দিৱসৰ শুভক্ষণত জ্ঞানৰ জ্যােতিৰে আমাৰ সমাজখন আলোকিত কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ।

অৰ্জুন বঁটা বিজয়ী যশস্বী ক্ৰীড়াবিদ শ্ৰী ভোগেশ্বৰ বৰুৱাই নতুন প্ৰজন্মৰ খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰি আহিছে। ১৯৬৬ চনৰ বেংক...
03/09/2025

অৰ্জুন বঁটা বিজয়ী যশস্বী ক্ৰীড়াবিদ শ্ৰী ভোগেশ্বৰ বৰুৱাই নতুন প্ৰজন্মৰ খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰি আহিছে। ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত তেখেতে দুভৰিৰ যাদুৰে স্বৰ্ণ পদক লাভ কৰা মুহূৰ্তটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱময় অধ্যায়।

'অভিৰুচি ক্ৰীড়া দিৱস'ৰ শুভ মুহূৰ্তত দেশৰ গৌৰৱ বৰুৱা ডাঙৰীয়াক ওপজা দিনৰ আন্তৰিক ওলগ জনালোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। পূৰ্বতে এগৰাকী খেলুৱৈ হিচাপে আৰু পিছলৈ এগৰাকী সুপ্ৰশিক্ষকৰূপে ক্ৰীড়াৰ প্ৰসাৰৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা উল্লেখযোগ্য।

ঔঁম গণপতয়ে নমো নমঃসিদ্ধিবিনায়ক নমো নমঃশ্ৰীশ্ৰী গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত প্ৰভু গণেশৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনোৱাৰ লগ...
27/08/2025

ঔঁম গণপতয়ে নমো নমঃ
সিদ্ধিবিনায়ক নমো নমঃ

শ্ৰীশ্ৰী গণেশ চতুৰ্থীৰ পবিত্ৰ ক্ষণত প্ৰভু গণেশৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনোৱাৰ লগতে সমূহ ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।
সিদ্ধিদাতা প্ৰভু শ্ৰী গণেশৰ আশীৰ্বাদে সকলোৰে জীৱনৰ পৰা বাধা-বিঘিনি দূৰ কৰি কঢ়িয়াই আনক সুখ-শান্তি-প্ৰগতি তথা সমৃদ্ধিৰ বতৰা, তাৰেই কামনা কৰিছোঁ।

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰযাকেৰি নাহিকে উপাম |তোহাৰি চৰণে ৰেণু শত কৌটিবাৰেক কৰোহোঁ প্ৰণাম ||অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্...
25/08/2025

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম |
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম ||

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত তেৰালৈ নিবেদিছোঁ শতকোটি প্ৰণাম।

ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ভক্তপ্ৰাণ ৰাইজলৈ শ্ৰদ্ধাপূৰ্ণ শুভেচ্ছা যাচিলোঁ। আমাৰ আধ্যাত্মিকতাৰ পৰাণপুৰুষ ...
16/08/2025

ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ভক্তপ্ৰাণ ৰাইজলৈ শ্ৰদ্ধাপূৰ্ণ শুভেচ্ছা যাচিলোঁ। আমাৰ আধ্যাত্মিকতাৰ পৰাণপুৰুষ গৰাকীৰ অভয় চৰণত ভক্তি সেৱা আগবঢ়াইছোঁ। মহাপ্ৰভুৰ আশীৰ্বাদে সকলোৰে মংগল কৰক।

ভাৰতবৰ্ষৰ ৭৯‎ সংখ্যক স্বাধীনতা‎ দিৱসৰ‎ গৌৰৱময় মুহূৰ্তত‎ সমূহ‎ দেশবাসীলৈ আন্তৰিক‎ শুভেচ্ছা জনালোঁ। প্ৰতিগৰাকী‎ ভাৰতীয়ৰ ...
15/08/2025

ভাৰতবৰ্ষৰ ৭৯‎ সংখ্যক স্বাধীনতা‎ দিৱসৰ‎ গৌৰৱময় মুহূৰ্তত‎ সমূহ‎ দেশবাসীলৈ আন্তৰিক‎ শুভেচ্ছা জনালোঁ। প্ৰতিগৰাকী‎ ভাৰতীয়ৰ বাবে এয়া‎ গৌৰৱোজ্জ্বল‎ মুহূৰ্ত।

জয় হিন্দ
জই‎ আই অসম

Address

Hiren Commercial Complex, , Street Floor, Near National Insurance Company Ltd, Basistha Chariali, Kamrup
Dispur
781029

Opening Hours

Monday 10am - 1pm
4pm - 8pm
Tuesday 10am - 1pm
4pm - 8pm
Wednesday 10am - 1pm
4pm - 8pm
Thursday 10am - 1pm
4pm - 8pm
Friday 10am - 1pm
4pm - 8pm
Saturday 10am - 1pm
4pm - 8pm
Sunday 9am - 12pm

Telephone

9613993123

Website

Alerts

Be the first to know and let us send you an email when BBaruah Health Care posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to BBaruah Health Care:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram