Alternative Astro24 by Dr. Paraash M Sarmah

Alternative Astro24 by Dr. Paraash M Sarmah ✨ 𝐊𝐏-𝐍𝐀𝐃𝐈 𝐀𝐬𝐭𝐫𝐨𝐥𝐨𝐠𝐞𝐫 | 𝐂𝐞𝐥𝐞𝐛𝐫𝐢𝐭𝐲 𝐍𝐮𝐦𝐞𝐫𝐨𝐥𝐨𝐠𝐢𝐬𝐭 | 𝐀𝐬𝐭𝐫𝐨-𝐕𝐚𝐚𝐬𝐭𝐮 𝐂𝐨𝐧𝐬𝐮𝐥𝐭𝐚𝐧𝐭 | 𝐋𝐚𝐥 𝐊𝐢𝐭𝐚𝐛 |𝐊𝐚𝐦𝐚𝐤𝐡𝐲𝐚 𝐓𝐚𝐧𝐭𝐫𝐢𝐤✨

💌 𝐃𝐌 𝐟𝐨𝐫 𝐂𝐨𝐧𝐬𝐮𝐥𝐭𝐚𝐭𝐢𝐨𝐧

☎️ 𝟗𝟕𝟎𝟔𝟑𝟒𝟏𝟔𝟎𝟔
(13)

Online Astrology Consultancy and Teaching

01/03/2026

🎨🤔 Confusion about Holi Date?

🎉 On which day will the Holi of colors be played — March 3rd or March 4th?

Why is there so much confusion this year?

✨ Watch this video to know the correct date and clear all your doubts!

Follow Alternative Astro24 for accurate festival updates & astrology guidance.

01/03/2026

৩ মাৰ্চ ২০২৬ তাৰিখে সংঘটিত হ’বলগীয়া সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ (Blood Moon) সিংহ ৰাশি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত। এই গ্ৰহণ অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখা যাব।

এই ভিডিঅ’ত আপুনি জানিব—
✔️ কোন ৰাশি আটাইতকৈ বেছি প্ৰভাৱিত
✔️ ৰাশিভিত্তিক মানসিক, আৰ্থিক আৰু সম্পৰ্কীয় প্ৰভাৱ
✔️ গ্ৰহণৰ সময় কি কৰিব লাগে আৰু কি এৰাব লাগে
✔️ সহজ উপায় আৰু আধ্যাত্মিক পৰামৰ্শ

এই চন্দ্ৰগ্ৰহণ আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? ব্যক্তিগত কুণ্ডলী বিশ্লেষণ অবিহনে সঠিক সিদ্ধান্ত ল’ব নালাগে।

🔮 Personal Consultation Available
KP–Nadi–Lal Kitab–Numerology–Vaastu–Tantra সমন্বিত সঠিক ভবিষ্যদ্বাণীৰ বাবে যোগাযোগ কৰক Alternative Astro24 ৰ সৈতে।

📞 WhatsApp/Call: 9706341606

🌟 আমাৰ বিশেষত্ব:
– Practical Remedies
– Scientific Astrology Approach
– Accurate Timing Predictions
– Relationship, Career & Finance Guidance

ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিব নাপাহৰিব।

28/02/2026

✨ Activate your wealth energy today.
Keep North direction clean & light a diya on Friday 🪔
আজিৰে পৰা আপোনাৰ ধনৰ শক্তি সক্ৰিয় কৰক। উত্তৰ দিশ পৰিষ্কাৰ ৰাখক আৰু শুকুৰবাৰে প্ৰদীপ জ্বালাওক।

27/02/2026

আপোনাৰ জন্ম তাৰিখ (DOB) অনুসাৰে কোনটো হোলী (ফাকু) ৰং ব্যৱহাৰ কৰিব লাগে জানেনে? 🎨✨

সংখ্যা আৰু গ্ৰহৰ শক্তিৰ লগত ৰঙৰ গভীৰ সম্পৰ্ক আছে। সঠিক ৰং ব্যৱহাৰ কৰিলে জীৱনত আহিব পাৰে ভাগ্য, শান্তি আৰু সফলতা 🙏

নিজৰ DOB কমেন্ট কৰক বা DM কৰক – মই ক’ম আপোনাৰ বাবে শুভ হোলীৰ ৰং কোনটো 🌈

26/02/2026

🌼 27th February | Mahasanyog Amalaki Ekadashi ✨ Friday 🌼
Ultimate Prosperity Yoga – Don’t Miss This Divine Opportunity!

25/02/2026

🛍️ দোকানত গ্ৰাহক নাই নেকি?
Sales একেবাৰে Slow? 😔

ভাগ্য, Vaastu আৰু Energy ঠিক নাথাকিলে Business আগবাঢ়ে নোৱাৰে!

আজিয়েই জানক — আপোনাৰ দোকানৰ Sales কেনেকৈ বঢ়াব লাগে 📈✨

📞 DM কৰক “SALES” লিখি
Alternative Astro24

24/02/2026

আপুনি আপোনাৰ ঔষধবোৰ ক’ত ৰাখে? 🤔💊

সঠিক ঠাইত ঔষধ ৰাখিলে ই আপোনাক সঠিক সময়ত সহায় কৰে।
ভুল ঠাইত ৰাখিলে উপকাৰৰ পৰা বঞ্চিত হ’ব পাৰে!

👉 আপোনাৰ ঔষধ ৰাখোঁতে এই কথা মনত ৰাখিছে নে?
💬 Comment কৰক & Reelটো Save কৰক

23/02/2026

♐️সম্পৰ্ক আৰু টকাৰ সমস্যা সমাধানৰ গোপন সূত্ৰ | Dr. Paraash M Sarmah with Solutions

21/02/2026

🪐 শনি মন্দিৰত কেনেকৈ পূজা কৰিব? 🪐

শনি মন্দিৰলৈ গৈ সঠিক নিয়মে পূজা কৰিলে জীৱনৰ বাধা, দুখ আৰু দেৰী ধীৰে ধীৰে দূৰ হয় 🙏

🔹 স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি সন্ধিয়া (সূৰ্যাস্তৰ পিছত) মন্দিৰলৈ যাওক
🔹 শনিদেৱক তেল দিয়া অতি শুভ
🔹 ক’লা তিল, ক’লা কাপোৰ বা লোহাৰ বস্তু দান কৰক
🔹 শনি মন্ত্ৰ জপ কৰক —
“ওঁ প্ৰাঁ প্ৰীঁ প্ৰৌঁ সঃ শনৈশ্চৰায় নমঃ”
🔹 আৰতি কৰি ধৈৰ্য্যসহ প্ৰাৰ্থনা কৰক
🔹 পূজাৰ পিছত গৰীব বা অসহায় মানুহক দান কৰক

🙏 বিশ্বাস আৰু শ্ৰদ্ধাৰে পূজা কৰিলে শনিদেৱ সদায় কৃপা কৰে।

✨ Save কৰক | Share কৰক | Follow কৰক

19/02/2026

🧿 নজৰ তাবিজ | বেয়া নজৰৰ পৰা শক্তিশালী সুৰক্ষা 🧿

অকাৰণে মন অশান্ত?
কামত বাধা?
নজৰ লাগিছে নেকি? 🤔

নজৰ তাবিজে সহায় কৰে —
✨ বেয়া নজৰ দূৰ কৰিবলৈ
✨ নেগেটিভ শক্তিৰ প্ৰভাৱ কমাবলৈ
✨ জীৱনত শান্তি আৰু পজিটিভ ভাইব আনিবলৈ

নিয়ম আৰু বিশ্বাসেৰে পিন্ধিলে ই অধিক ফলপ্ৰসূ হয় 🙏

👉 সম্পূৰ্ণ তথ্য জানিবলৈ ৰিলটো শেষলৈকে চাওক
👉 Save কৰক | Share কৰক আপোনজনৰ সৈতে

#নজৰতাবিজ

18/02/2026

চাউলৰে কৰিব পৰা ৩টা ৰামবান উপায়… 🌾✨

ঘৰত সহজে পোৱা সৰল চাউলেই আপোনাৰ জীৱনত আনিব পাৰে ধন, শান্তি আৰু সফলতা।
বিশ্বাস আৰু নিয়মে কৰিলে এই উপায়বোৰ অত্যন্ত ফলপ্ৰসূ।

👉 সম্পূৰ্ণ উপায় জানিবলৈ ৰিলটো শেষলৈকে চাওক
👉 Save কৰক & Share কৰক

✨ Grateful, Honoured & Blessed ✨I am deeply honoured to receive the Best Astro-Numerologist of the Year Award at Mukali ...
17/02/2026

✨ Grateful, Honoured & Blessed ✨

I am deeply honoured to receive the Best Astro-Numerologist of the Year Award at Mukali 2.0, organised by the All Assam Tourism Students Association.

This prestigious award was presented by respected Dr-Paramananda Rajbongshi along with other esteemed personalities. Moments like these strengthen my belief in divine guidance, disciplined practice, and service through astrology & numerology.

Heartfelt gratitude to everyone who has trusted my guidance and supported my journey with Alternative Astro24. This recognition belongs to all of you 🙏✨

📍 Guwahati, Assam
🏆 Best Astro-Numerologist of the Year

Address

DPI Kahilipara, Janakpur Path, Laxmi Niwas
Guwahati
781019

Alerts

Be the first to know and let us send you an email when Alternative Astro24 by Dr. Paraash M Sarmah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Alternative Astro24 by Dr. Paraash M Sarmah:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Dr Paraash M Sarmah24

Dr Paraash M Sarmah24 provides various services like Numerology, Tarot Card Reading, Horoscope/ Kundali making.

He is based out of Guwahati, Assam India. He is an expert in his field and enjoys an excellent reputation.

For online consultation with Astro specialist Dr.Paraash M Sarmah.

You may contact @9706341606(WhatsApp), 8133043407.