Alternative Astro24 by Dr. Paraash M Sarmah

Alternative Astro24 by Dr. Paraash M Sarmah ✨ 𝐊𝐏-𝐍𝐀𝐃𝐈 𝐀𝐬𝐭𝐫𝐨𝐥𝐨𝐠𝐞𝐫 | 𝐂𝐞𝐥𝐞𝐛𝐫𝐢𝐭𝐲 𝐍𝐮𝐦𝐞𝐫𝐨𝐥𝐨𝐠𝐢𝐬𝐭 | 𝐀𝐬𝐭𝐫𝐨-𝐕𝐚𝐚𝐬𝐭𝐮 𝐂𝐨𝐧𝐬𝐮𝐥𝐭𝐚𝐧𝐭 | 𝐋𝐚𝐥 𝐊𝐢𝐭𝐚𝐛 |𝐊𝐚𝐦𝐚𝐤𝐡𝐲𝐚 𝐓𝐚𝐧𝐭𝐫𝐢𝐤✨

💌 𝐃𝐌 𝐟𝐨𝐫 𝐂𝐨𝐧𝐬𝐮𝐥𝐭𝐚𝐭𝐢𝐨𝐧

☎️ 𝟗𝟕𝟎𝟔𝟑𝟒𝟏𝟔𝟎𝟔
(13)

Online Astrology Consultancy and Teaching

29/04/2026

✨ One special number can create miracles 🔢

এইটো number টো সাধাৰণ নহয়… powerful energy লৈ আহে 💫
Completion, manifestation আৰু strong vibration ৰ symbol বুলি ধৰা হয় 🔥

👉 same wish repeat কৰক daily
👉 same intention ৰাখক continuously
👉 right timing ত action লওক

Believe কৰক + consistency ৰাখক = miracles automatically attract হব ✨

⚠️ Just number নহয়… আপোনাৰ effortেই main key 💯

28/04/2026

🌕 Buddha Purnima Special: Life Changing Wisdom 🙏

26/04/2026

🚫 এই ৫টা বস্তু কেতিয়াও দান নকৰিব!

আপুনি ভাল ভাবি কৰা দানেই কেতিয়াবা জীৱনত সমস্যা আনিব পাৰে… 😳
শাস্ত্ৰ অনুসাৰে কিছুমান বস্তু আছে যিবোৰ দান কৰিলে ভাগ্য কমি যায়, দুখ-দৰিদ্ৰতা বৃদ্ধি পায়।

👉 জানিব বিচাৰে কোনবোৰ সেই ৫টা বস্তু?
ভিডিঅ’টো শেষলৈ চাওক 🔮

✨ সঠিক জ্ঞানেই আপোনাৰ সুৰক্ষা
📿 Follow কৰক আৰু নিজৰ জীৱনক সঠিক পথত লৈ যাওক

26/04/2026

আপোনাৰ কি মহাদশা চলি আছে? সঠিক নিয়ম নাজানিলে জীৱনত সমস্যা বাঢ়িব ⚠️

আপোনাৰ কি মহাদশা চলি আছে?
মহাদশা সকলোৰে জীৱনত থাকে—কিন্তু সঠিক নিয়ম নাজানিলে ইয়াৰ প্ৰভাৱেই সমস্যা ৰূপে দেখা দিয়ে।

👉 কামবোৰ কিয় বাৰে বাৰে নষ্ট হয়?
👉 টকা আহিও কিয় থাকি নাথাকে?
👉 মনত অশান্তি আৰু চিন্তা কিয় বাঢ়ে?

এইবোৰৰ পিছত বহুসময়ত মহাদশাৰ ভুল নিয়ম দায়ী হয়।

এই ভিডিঅ’টোত আপুনি জানিব👇
✔ মহাদশাত কি কি নিয়ম পালন কৰিব লাগে
✔ কোনটো বাৰ বিশেষ গুৰুত্বপূৰ্ণ
✔ কোন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে
✔ দৈনন্দিন জীৱনত কি কৰিলে ভাল ফল পোৱা যায়

✨ সঠিক নিয়ম মানিলে মহাদশাই আপোনাৰ পক্ষত কাম কৰিব পাৰে।

🔮 Services – Alternative Astro24
✨ Personal Horoscope Reading
✨ Black Magic Check
✨ Match Making
✨ Vaastu Guidance
✨ Ta***ic Remedies

📞 Consultationৰ বাবে WhatsApp কৰক: 97063-41606

📌 Disclaimer:
এই ভিডিঅ’টো educational purposeৰ বাবে। ব্যক্তিগত ফলাফল ভিন্ন হব পাৰে।

25/04/2026

⚡ Instant Vashikaran Possible হয় নে নহয়? 🤔

সকলোয়ে ক’ব—“ইনষ্টেণ্ট বশীকৰণ পাই!”
কিন্তু সত্যটো কি জানেনে? 👁️

🧿 সঠিক মন্ত্র + সঠিক শক্তি + সঠিক নিয়ম = ফল নিশ্চিত
❌ কিন্তু shortcut নাই!

✨ Real Vashikaran is not force… it’s attraction!

🔮 Alternative Astro24 লৈ সঠিক দিশ ল

👉 DM কৰি জানক powerful upay

**raPower

23/04/2026

🔱 Bagalamukhi Special Upay 🔱

যেতিয়া জীৱনত শত্রু বৃদ্ধি পায়, মামলা-মোকদ্দমা, বাধা-বিঘ্ন আৰু নেতিবাচক শক্তিয়ে আগবাঢ়িবলৈ বাধা দিয়ে—তেতিয়া মা বগলামুখীৰ কৃপা আপোনাৰ বাবে ৰক্ষাকৱচ হ’ব পাৰে 🙏

✨ শত্রু স্তম্ভন
✨ বাক্য আৰু বিতৰ্কত বিজয়
✨ আইনী সমস্যা নিয়ন্ত্ৰণ
✨ নেগেটিভ এনার্জিৰ পৰা সুৰক্ষা

সঠিক বিধি আৰু বিশ্বাসেৰে কৰা উপায়ে জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আনিব পাৰে 🔮

📩 Guidance বিচাৰিলে DM কৰক
**raUpay

22/04/2026

📿✨ ইন্দ্ৰজালকৰ গোপন শক্তি আপোনাৰ জীৱনত আনিব পাৰে আশ্চৰ্যজনক পৰিবৰ্তন!

🔮 Negative energy দূৰ কৰক
💰 ধন-প্ৰবাহ বৃদ্ধি কৰক
💞 সম্পর্কত আনক সমন্বয়
🧿 শক্তিশালী সুৰক্ষা

👉 এতিয়া আপোনাৰ নিজৰ “Indrajal” সংগ্ৰহ কৰক আৰু অনুভৱ কৰক বাস্তৱ ফলাফল

📩 DM কৰক বা এতিয়াই অর্ডাৰ কৰক

**raPower

20/04/2026

মন্দিৰত কৰা এই গুপ্ত উপায়বোৰে জীৱনত আচৰিত পৰিবৰ্তন আনিব পাৰে 🔱✨
ধনৰ বাধা কমে, মানসিক শান্তি বৃদ্ধি পায় আৰু ভাগ্য ধীৰে ধীৰে খুলি যায় 🙏

যদি আপুনি জীৱনত অগ্ৰগতি বিচাৰে, এইটো একেবাৰে ignore নকৰিব… 🔮

Follow কৰক অধিক আধ্যাত্মিক guidanceৰ বাবে ✨

17/04/2026

✨ অক্ষয় তৃতীয়া বিশেষ উপায় ✨

এই দিনটো বছৰত মাত্ৰ এবাৰ আহে… কিন্তু ইয়াত কৰা দান দিয়ে জীৱনভৰ ফল! 😱

🪔 অক্ষয় তৃতীয়াত এই দানসমূহ নিশ্চয় কৰক 👇
🌾 অন্ন দান
💧 জল দান
👕 বস্ত্ৰ দান
🪙 সামান্য ধন দান

🙏 এই সৰু সৎকৰ্মই আপোনাৰ জীৱনত আনিব সুখ, সমৃদ্ধি আৰু অক্ষয় পূণ্য 💰✨

⚡ আজি কৰা দান কেতিয়াও শেষ নহয় — এইয়েই অক্ষয় তৃতীয়াৰ শক্তি!

🔮 অধিক জ্যোতিষ উপায়ৰ বাবে Follow কৰক

16/04/2026

অক্ষয় তৃতীয়া হৈছে এটা অতি শুভ আৰু শক্তিশালী দিন য’ত কৰা পূজা, দান আৰু উপায়ৰ ফল কেতিয়াও নষ্ট নহয়। এই দিনটোত কৰা সৎ কামবোৰে আপোনাৰ জীৱনত ধন, সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰে।

এই ভিডিঅ’টোত আপুনি জানিব:
🔮 অক্ষয় তৃতীয়াৰ বিশেষ মহত্ব
🪔 কেনেকৈ সঠিকভাৱে পূজা কৰিব
💰 ধন লাভ আৰু সফলতাৰ বাবে বিশেষ উপায়
🙏 জীৱনৰ বাধা দূৰ কৰাৰ সহজ উপায়

এই শুভ দিনটো সঠিকভাৱে ব্যৱহাৰ কৰি নিজৰ ভাগ্য উজ্বল কৰক।

📿 আমাৰ সৈতে থাকক অধিক Astrology, Numerology, KP-Nadi, Lal Kitab, Vaastu আৰু Ta**ra সম্পৰ্কীয় ভিডিঅ’ৰ বাবে।

👉 Channel টো Subscribe কৰক আৰু Bell Icon টো On কৰি ৰাখক নতুন আপডেটৰ বাবে।

☎️ Personal Consultation ৰ বাবে যোগাযোগ কৰক: 9706341606

#অক্ষয়_তৃতীয়া **ra

14/04/2026

🌟 নৱগ্ৰহৰ শক্তিৰে আপোনাৰ ভাগ্য সলনি কৰক! 🔮✨

জ্যোতিষ শাস্ত্ৰ অনুসাৰে নৱগ্ৰহ (৯টা গ্ৰহ) আমাৰ জীৱনৰ প্ৰতিটো দিশ — স্বাস্থ্য 🏥, ধন-সম্পত্তি 💰, সম্পর্ক ❤️ আৰু সফলতা 🏆 — ওপৰত গভীৰ প্ৰভাৱ পেলায়।

🙏 নিয়মিতভাৱে নৱগ্ৰহ মন্ত্র জপ কৰিলে নেতিবাচক শক্তি দূৰ হয় আৰু জীৱনত শান্তি, সৌভাগ্য আৰু সফলতা বৃদ্ধি পায়।

🔮 নৱগ্ৰহ আৰু তেওঁলোকৰ শক্তিশালী মন্ত্রসমূহ:

☀️ সূৰ্য — “ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः”
🌙 চন্দ্ৰ — “ॐ श्रां श्रीं श्रौं सः चन्द्राय नमः”
🔴 মঙ্গল — “ॐ क्रां क्रीं क्रौं सः भौमाय नमः”
🟢 বুধ — “ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः”
🟡 বৃহস্পতি — “ॐ ग्रां ग्रीं ग्रौं सः गुरवे नमः”
⚪ শুক্ৰ — “ॐ द्रां द्रीं द्रौं सः शुक्राय नमः”
⚫ শনি — “ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः”
🐉 ৰাহু — “ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः”
🐍 কেতু — “ॐ स्रां स्रीं स्रौं सः केतवे नमः”

✨ বিশেষ পৰামৰ্শ:
নিজৰ জন্মকুণ্ডলী অনুসাৰে যি গ্ৰহ দুৰ্বল, সেই গ্ৰহৰ মন্ত্র জপ কৰিলে অধিক ফলপ্ৰসূ হয়।

💫 আজি পৰা আৰম্ভ কৰক আৰু অনুভৱ কৰক জীৱনৰ ইতিবাচক পৰিৱর্তন!

🔯 Alternative Astro24
আপোনাৰ জীৱনৰ সঠিক দিশ দেখুৱাবলৈ সদায় আপোনাৰ লগত আছে 🙏✨

14/04/2026

প্ৰাচীন জ্যোতিষ শাস্ত্ৰ অনুসাৰে আপোনাৰ জীৱনৰ দিশ নিৰ্ণয় কৰক আৰু সঠিক সিদ্ধান্ত লওক। 🌟

📞 অধিক জানিবলৈ যোগাযোগ কৰক: 97063 41606
📩 ব্যক্তিগত পৰামৰ্শৰ বাবে DM কৰক 🙏

Address

DPI Kahilipara, Janakpur Path, Laxmi Niwas
Guwahati
781019

Alerts

Be the first to know and let us send you an email when Alternative Astro24 by Dr. Paraash M Sarmah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Alternative Astro24 by Dr. Paraash M Sarmah:

Share

Dr Paraash M Sarmah24

Dr Paraash M Sarmah24 provides various services like Numerology, Tarot Card Reading, Horoscope/ Kundali making.

He is based out of Guwahati, Assam India. He is an expert in his field and enjoys an excellent reputation.

For online consultation with Astro specialist Dr.Paraash M Sarmah.

You may contact @9706341606(WhatsApp), 8133043407.