Medicine House Baihata Chariali

Medicine House Baihata Chariali medicine

02/11/2025 sunday.
01/11/2025

02/11/2025 sunday.

Medicine House Baihata chariali. Goreswar road. Near SBI ATM.  Contact = 7086643160
31/10/2025

Medicine House
Baihata chariali. Goreswar road. Near SBI ATM.
Contact = 7086643160

30/10/2025

কাইলৈ (31/10/2025) আৰু পৰহিলৈ (01/11/2025) সন্ধিয়া ৫:৩০ বজাৰ পৰা নিশা ১০ বজালৈ বাইহাটা চাৰিআলিত আপোনালোকক তলত দিয়া ঠিকনাত লগ পাম। মোক লগ পাব বাইহাটা চাৰিআলিৰ MEDICINE HOUSE-ত। এপইণ্টমেণ্ট ল’বলৈ নম্বৰকেইটা তলত দিয়া হৈছে।

Appointment of
Dr(Maj) Dipam Kumar Barman,
Contact for prior appointment. 📱 7086643160, 9864689183

Address:
Medicine House
Baihata Chariali
Goreswar Road

কাতি বিহুৰশুভেচ্ছা জনালো  🙏সকলোৰে জীৱনলৈ সুখ , শান্তি আহক , কৃষকৰ পথাৰ শষ্যৰে ভৰি পৰক 🙏❤
18/10/2025

কাতি বিহুৰশুভেচ্ছা জনালো 🙏
সকলোৰে জীৱনলৈ সুখ , শান্তি আহক , কৃষকৰ পথাৰ শষ্যৰে ভৰি পৰক 🙏❤

অহাকালি ১২ বজাৰ পৰা ৫ বজালৈ মেডিচিন হাউচত উপস্থিত থাকিব ডাঃ দিপম কুমাৰ বৰ্মন (দেৱোত্তম অসম)Appointment কাৰণে যোগাযোগ নম্...
06/10/2025

অহাকালি ১২ বজাৰ পৰা ৫ বজালৈ মেডিচিন হাউচত উপস্থিত থাকিব ডাঃ দিপম কুমাৰ বৰ্মন (দেৱোত্তম অসম)
Appointment কাৰণে যোগাযোগ নম্বৰ 7086643160

04/10/2025

কাইলৈ (05/10/2025) আৰু পৰহিলৈ (06/10/2025) ৰাতিপুৱা 11 বজাৰ পৰা ৰাতি 10 বজালৈ বাইহাটা চাৰিআলিত আপোনালোকক তলত দিয়া ঠিকনাত লগ পাম। মোক লগ পাব বাইহাটা চাৰিআলিৰ MEDICINE HOUSE-ত। এপইণ্টমেণ্ট ল’বলৈ নম্বৰকেইটা তলত দিয়া হৈছে। Appointment লোৱাৰ আগত অনুগ্ৰহ কৰি তলত দিয়া কথাখিনি ভালদৰে তথা সম্পূৰ্ণৰূপে পঢ়ি চাই যাতে।

কেইটামান কথা মনত ৰাখে যেন🙏🏻

✅ যদিও মই এজন Emergency Physician, মই OPD-ত এজন General Practitioner হিচাপেহে ৰোগী চাও। সেয়েহে কোনো Superspecialist-ক দেখুৱাবলগীয়া বেমাৰবোৰৰ বাবে যাতে বিভাগীয় চিকিৎসককহে দেখুৱাই।
✅ আপোনালোকে ইতিমধ‍্যে গম পাইছে চাগে যে মই বিশেষকৈ Lifestyle Disease যেনে,মেদ বহুলতা (Obesity), উচ্চ ৰক্তচাপ (High BP), মধুমেহ (Diabetes), Fatty Liver, High Cholesterol, Thyroid disease, PCOD, Anxiety ইত‍্যাদিৰ প্ৰতিৰোধ তথা প্ৰাথমিক অৱস্থাত দৈনন্দিন জীৱন শৈলীৰ সালসলনি কৰি চিকিৎসা কৰাৰ ওপৰতহে গুৰুত্ব দিও। ঔষধৰ প্ৰয়োজন হ’লে prescription দিয়া হ’ব, কিন্তু যিমান পাৰো কিছু যত্ন আৰু চেষ্টাৰে ৰোগবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰা হ’ব।
✅ প্ৰতিজন ৰোগীৰ লগত ১০-১৫ মিনিটকৈ কথা পতা হ’ব৷ সেয়েহে ৰোগীৰ অসুবিধাৰ কথাখিনি যাতে চমুকৈ কয়৷ পাছে Physiotherapy দিওতে যিমান সময়ৰ প্ৰয়োজন হয় সিমান সময়ৰ বাবে দিয়া হ’ব।
✅ বৰ্তমান সময়ত যদি ৰোগীয়ে কিবা ঔষধ ব্যৱহাৰ কৰি আছে, যদি কিবা লেবৰেট'ৰী টেষ্টৰ ৰিপ’ৰ্ট আছে সেই সকলোবোৰ নথিপত্ৰ যাতে পৰিপাটীকৈ লৈ আহে৷
✅ শেষৰ ৰোগী চাঁওতে হয়তো সন্ধিয়া/ৰাতি হৈ যাব পাৰে৷ সেয়েহে সকলোৰে সহযোগিতা কামনা কৰিলো৷
✅ প্ৰয়োজন সাপেক্ষে কাৰোবাক যদি Diet list দিব লগা হয় তেখেতক তেখেতৰ বয়স,লিংগ,ওজন, ইতিমধ্যে চলি থকা বেমাৰ তথা লেবৰেটৰী টেষ্ট ইত্যাদি জুখি মাখি চাই এটি সামান্য মাচুলৰ বাবদ যোগান ধৰা হ’ব৷ তাত ব্যক্তিজনে কৰিবলগীয়া ব্যায়ামৰ বিষয়েও জনোৱা হ’ব৷

Appointment of
Dr(Maj) Dipam Kumar Barman,
Contact for prior appointment. 📱 7086643160, 9864689183

Address:
Medicine House
Baihata Chariali

Devottom Axom available at Medicine House 5th October & 6th October ( Sunday & Monday) Time -10 am to 10 pm For appointm...
04/10/2025

Devottom Axom available at Medicine House 5th October & 6th October ( Sunday & Monday)
Time -10 am to 10 pm
For appointment - 7086643160 / 8822684132

Happy durga puja❤❤
01/10/2025

Happy durga puja❤❤

জয় জুবিন দা 🥺
25/09/2025

জয় জুবিন দা 🥺

17/09/2025

Happy biswakarma puja 🙏

12/09/2025

১৩/০৯/২০২৫ ইং তাৰিখে আবেলি ৪ বজাত মেডিচিন হাউচত উপস্থিত থাকিব ডাঃ দিপম কুমাৰ বৰ্মন (দেৱোত্তম অসম) Appointment কাৰণে 7086643160 যোগাযোগ কৰিব পাৰে।@

“গুৰুৰ জ্ঞানেই জীৱনৰ পথপ্ৰদৰ্শক।”❣️ “শুভ শিক্ষক দিবস”❣️
05/09/2025

“গুৰুৰ জ্ঞানেই জীৱনৰ পথপ্ৰদৰ্শক।”❣️ “শুভ শিক্ষক দিবস”❣️

Address

Baihata Chariali College Road
Baihata

Telephone

+919707080831

Website

Alerts

Be the first to know and let us send you an email when Medicine House Baihata Chariali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram