HGM Nursing Home

HGM Nursing Home A premier health care institution, started in 1992 with a humble beginning.

HGM Nursing Home continues to deliver multi-speciality services to the people of Golaghat district.

জন্ম দিনৰ শুভেচ্ছা জনালোঁ ছাৰ আহি থকা দিনবোৰ জাতে সুস্বাস্হ্য আৰু আনন্দেৰে পাৰ কৰিব পাৰে তাকেই ভগৱানৰ ওচৰত কামনা কৰিলো।স...
01/06/2026

জন্ম দিনৰ শুভেচ্ছা জনালোঁ ছাৰ আহি থকা দিনবোৰ জাতে সুস্বাস্হ্য আৰু আনন্দেৰে পাৰ কৰিব পাৰে তাকেই ভগৱানৰ ওচৰত কামনা কৰিলো।
সমূহ এইচ জি এম পৰিয়াল

11/05/2026

ইউৰেথ্ৰাল ষ্ট্ৰিকচাৰ
হৈছে মূত্ৰনলী ঠেক হৈ পৰা অৱস্থা, যাৰ ফলত মূত্ৰ সঠিকভাৱে ওলাই যাব নোৱাৰে। এই সমস্যাত প্ৰস্ৰাৱ কৰোঁতে কষ্ট , প্ৰস্ৰাৱৰ বেগ কমি যোৱা, জ্বলা-পোৰা, বা সঘনাই প্ৰস্ৰাৱ লাগি থাকিব পাৰে। সময়ত চিকিৎসা ল’লে এই সমস্যাৰ পৰা হ’ব পৰা গম্ভীৰ যন্ত্ৰনাৰ পৰা মুক্ত হ’ব পাৰি।

19/04/2026

বিৰতিৰ পিচত কাম পুনৰ আৰম্ভ

15/04/2026

ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছো।

বাপতি সাহোন "ৰঙালী বিহুৰ" আটাইলৈকে শুভ কামনা জনালোঁ।    নতুন বছৰে আনি দিয়ক ৰঙেৰে ভৰপূৰ এখন সমৃদ্ধিৰ সমাজ তাকেই অন্তৰেৰে ...
14/04/2026

বাপতি সাহোন "ৰঙালী বিহুৰ" আটাইলৈকে শুভ কামনা জনালোঁ।
নতুন বছৰে আনি দিয়ক ৰঙেৰে ভৰপূৰ এখন সমৃদ্ধিৰ সমাজ তাকেই অন্তৰেৰে কামনা কৰিলো।

11/04/2026

💎 **কিডনি ষ্ট’নৰ চিকিৎসাত লেজাৰ — এক নতুন যুগ** 💎

কটা নাযায় ✅ চিলাই নাথাকে ✅ বিষ কম ✅ কষ্ট কম ✅
এতিয়া চিকিৎসা হৈছে *সহজ আৰু নিৰাপদ💖**

🔹 লেজাৰত অপাৰেচন নাই, কিন্তু ফলাফল আছে।
🔹 কম সময়, কম সমস্যা, অধিক সুবিধা ।

চিকিৎসকৰ বাবে আশা, ৰোগীৰ বাবে সুখ

30/03/2026

**সফল পেডিয়াট্ৰিক (শিশু)লেপাৰোস্কোপিক অস্ত্ৰোপচাৰ 👨‍⚕️✨**

আমি আনন্দেৰে জনাও যে **৫ বছৰীয়া এটি শিশুৰ bilateral inguinal hernia** সফলভাৱে **লেপাৰোস্কোপিৰ জৰিয়তে** অস্ত্ৰোপচাৰ কৰা হয় ।
এই **minimally invasive** পদ্ধতিৰ কৰা অস্ত্ৰোপচাৰৰ পিছত **কম বিষ, সৰু ক্ষতচিহ্ন আৰু দ্ৰুত আৰোগ্য** সম্ভৱ হয়।

**পেডিয়াট্ৰিক অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডাঃ ভাস্কৰ হাজৰিকাই** 💙

শিশুৰ উন্নত আৰু বিশেষজ্ঞ অস্ত্ৰোপচাৰ চিকিৎসাৰ বাবে যোগাযোগ কৰিব পাৰে।

24/03/2026
23/03/2026

Advance kidney stone surgery, RIRS now at HGM Golaghat

26/01/2026

সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো।
💐💐💐

Address

Golaghat
785621

Telephone

+918876377844

Website

Alerts

Be the first to know and let us send you an email when HGM Nursing Home posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to HGM Nursing Home:

Share