NHMGolaghat

NHMGolaghat fb page for Health Dept, Golaghat

Glimpses of House to House fever survey and visit to a suspected measles positive case (fever with rash) at Hatikhuli Ma...
12/04/2026

Glimpses of House to House fever survey and visit to a suspected measles positive case (fever with rash) at Hatikhuli Mazline under Haldhibari AAM of Bokakhat BPHC.

National Health Mission,Assam
Directorate of Health Services - Family Welfare, Assam
District Administration, Golaghat

House to house visit by the Block team of Sarupathar following the suspected food poisoning cases. Awareness by frontlin...
12/04/2026

House to house visit by the Block team of Sarupathar following the suspected food poisoning cases. Awareness by frontline workers going on at various areas on hand hygiene and food safety.

National Health Mission,Assam
District Administration, Golaghat

12/04/2026

দুপালি মাত্ৰ প্ৰতিষেধকে আপোনাৰ শিশুটিক দিব পাৰে জীৱনযোৰা সুৰক্ষা। পলম নকৰিব, সঠিক টীকাকৰণেৰে আপোনাৰ শিশুটিক সৰু আইৰ পৰা সুৰক্ষিত ৰাখক।

12/04/2026
12/04/2026

এয়া সৰু আইৰ বতৰ। সৰু আই এবিধ সংক্ৰামক ৰোগ। ইয়াৰ লক্ষণ সমূহ দেখা পালে শীঘ্ৰে চিকিৎসকৰ কাষলৈ যাওক।

12/04/2026

আপোনাৰ সুস্বাস্থ্যৰ আধাৰ গঢ়ি উঠে আপোনাৰ পৰাই। নিয়মীয়া স্বাস্থ্য পৰীক্ষাই দিব পাৰে আপোনাক বহু বিপদজনক ৰোগৰ পৰা সুৰক্ষা।

12/04/2026

সঠিক সময়ত সতৰ্কতাৰে প্ৰতিৰোধ কৰিব পৰা যায় বহুতো বিপদজনক ৰোগ। ইয়াৰ বাবে প্ৰয়োজন নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ অভ্যাস।

12/04/2026

বহু ৰোগৰ আৰম্ভণি হয় নিৰৱে, কোনো আগতীয়া লক্ষণ নেদেখুৱাকৈ। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰে আপোনাৰ স্বাস্থ্য সুৰক্ষিত ৰাখক।

12/04/2026

ডায়েৰীয়া যিকোনো সময়তে যিকোনো বয়সৰ লোকৰ মাজত দেখা দিব পাৰে। সঠিক সময়ত সঠিক সতৰ্কতাৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়।

12/04/2026

খাদ্য গ্ৰহণৰ ক্ষেত্ৰত আপোনাৰ সামান্য অসাৱধানতাইও কেতিয়াবা আপোনাৰ জীৱনলৈ মাতি আনিব পাৰে ভয়ংকৰ বিপদ! আহাৰ গ্ৰহণত সতৰ্কতাৰে বিষক্ৰিয়া ৰোধ কৰি নিজৰ জীৱন সুৰক্ষিত ৰাখক।

Address

National Health Mission
Golaghat
785621

Website

Alerts

Be the first to know and let us send you an email when NHMGolaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram