Dhupguri Health and Wellness Center,Golaghat

Dhupguri Health and Wellness Center,Golaghat Promotes awareness on health and hygiene with provision of treatments

Conducted a Special Menstrual Health Management Workshop & Career counseling at Pinnacle English High school, Panjan. Ha...
26/12/2023

Conducted a Special Menstrual Health Management Workshop & Career counseling at Pinnacle English High school, Panjan. Had a great session with the students, parents and teachers.. Thanks to Neha Arora, project coordinator BODHANA NGO and Smita Sharma, CHO BORBALI HWC.. We did a free disposable pads distribution drive.. Thanks to The Eco Hub too for the pads.

Diwali Celebration at Dhupguri HWC.. When CHO can't go home during festivals then it has to be celebrated.. Diwali is th...
12/11/2023

Diwali Celebration at Dhupguri HWC.. When CHO can't go home during festivals then it has to be celebrated.. Diwali is the festival of light. Not sound.. Be responsible to other living members around us.. Happy Diwali to all....

14/02/2023

Cyclathon.. 150 minutes/week workout is required to maintain our health.. Riding cycle is one of the best exercises.. It helps us to keep our body active and free from NCD.. And most importantly it helps us to control Air pollutions. So today's Cyclathon moto was-"cycle for health"

মধ্যমপুৰ ৰাস মহোৎসৱত ধূপগুৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ৰ সকলো কৰ্মকৰ্তা স্বাস্থ্য বিভাগ ৰ দায়িত্ব পালন কৰি থকা মূহুৰ...
09/11/2022

মধ্যমপুৰ ৰাস মহোৎসৱত ধূপগুৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ৰ সকলো কৰ্মকৰ্তা স্বাস্থ্য বিভাগ ৰ দায়িত্ব পালন কৰি থকা মূহুৰ্তত।
সকলো ৰাইজলৈ ৰাস পূ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

দুদিনিয়া কৈ চকু পৰীক্ষা শিবিৰ ধুপগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত অনুষ্ঠিত কৰা হয়(4/11/2022, 5/11/2022)। প্ৰায় 150 কৈ...
08/11/2022

দুদিনিয়া কৈ চকু পৰীক্ষা শিবিৰ ধুপগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত অনুষ্ঠিত কৰা হয়(4/11/2022, 5/11/2022)। প্ৰায় 150 কৈ অধিক লোকে বিনামূলীয়াকৈ চকু পৰীক্ষা কৰাই উপকৃত হয়। অনাগত সময়ত আকৌ চকু পৰীক্ষা শিবিৰ আয়োজন কৰা হব।

Poshan health mela was organised at Madhyampur Gaon Panchayat Rangamancha today(20/9/2022). And Im previledged to be abl...
20/09/2022

Poshan health mela was organised at Madhyampur Gaon Panchayat Rangamancha today(20/9/2022). And Im previledged to be able to be a part of it. All the nutritious meals was prepared by the groups with all the locally available resources. And being a judge I got to taste all the beautiful self-made meals. All the AWW baidos have worked very hard and I'm very thankful to them. They are working a lot for the society with a lot of dedication for the improvement of the society..

আজি আমাৰ স্বাস্থ্য কেন্দ্ৰত সৰুপথাৰ সমষ্টি ৰ MLA শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু ধনশিৰি মহকুমা SDO Civil, Ms Dincheng...
27/08/2022

আজি আমাৰ স্বাস্থ্য কেন্দ্ৰত সৰুপথাৰ সমষ্টি ৰ MLA শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু ধনশিৰি মহকুমা SDO Civil, Ms Dinchengfa Borauh Ma'am উপস্থিত হয় আৰু সুন্দৰকৈ পৰিদৰ্শন কৰি সকলো অভাৱ অভিযোগৰ বুজ লয়।ধন্যবাদ আমাৰ কেন্দ্ৰ লৈ অহাৰ বাবে।

MD, NHM পৰামৰ্শ অনুসৰি প্ৰতি মাহৰ ২৫ তাৰিখে এটা specialist medical camp পাতিব কৈছিল যাতে গাওঁ এলেকাত সকলো ৰাইযে ভালদৰে ব...
25/08/2022

MD, NHM পৰামৰ্শ অনুসৰি প্ৰতি মাহৰ ২৫ তাৰিখে এটা specialist medical camp পাতিব কৈছিল যাতে গাওঁ এলেকাত সকলো ৰাইযে ভালদৰে বিশেষজ্ঞ চিকিৎসক সকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। তাৰে উদেশ্য পালন কৰি আজি ধুপগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ অন্তৰ্গত থকা নবপুৰ ৰাজহুৱা মঞ্চত special camp তো আয়োজন কৰা হল। আজি ১০০ত কৈ অধিক ৰোগীয়ে লভাম্বিত হয় l মধ্যম্পুৰ গাওঁ পঞ্চয়তৰ সভাপতি শ্ৰীযুত অনিল ৰাভা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই শিবিৰ টো successful হবলৈ সহায় কৰী দিয়াৰ বাবে। আৰু সকলোঁ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো ইমান সুন্দৰ ভাৱে পৰিচালনা, সহায় সহযোগিতা আগবহুৱাৰ বাবে।

ধূপগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আজি জীৱন সুৰক্ষা সাম্ৰগ্ৰী (Safe Life Kit) উদ্বোধন কৰা হৈছে। এই উদ্বোধনীত Dr. Ajit...
15/08/2022

ধূপগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আজি জীৱন সুৰক্ষা সাম্ৰগ্ৰী (Safe Life Kit) উদ্বোধন কৰা হৈছে। এই উদ্বোধনীত Dr. Ajit Gogoi Sir(SDM&HO, HQ), শ্ৰীযুত অনিল ৰাভা President(Madhyampur G.P), ধূপগুৰী গাওঁবুঢ়া শ্ৰীযুত চতোৰাম ৰাভা আৰু Sarupathar CHC ৰ BPM, BCM,BAM লগতে ধূপগুৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকে। ইয়াৰ দ্বাৰাই Unwanted Pregnancy পৰা বাচি থাকিবলৈ সাম্ৰগী সমূহ সহজে উপলব্ধ কৰা হৈছে। Safe Life Kit বিনামূলীয় কে উপলব্ধ। নিজ ইচ্ছা অনুসৰি ইয়াক ৰাইজে ব্যৱহাৰ কৰিব পাৰিব।



Address

Dhupguri
Golaghat

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 2pm

Telephone

+918876533136

Website

Alerts

Be the first to know and let us send you an email when Dhupguri Health and Wellness Center,Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dhupguri Health and Wellness Center,Golaghat:

Share