Reiki Universal energy

Reiki Universal energy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Reiki Universal energy, Health & Wellness Website, Guwahati.

উপশম উৰ্জা( Healing energy) পঠিয়াই দিয়া হ'ল ৷পঠিওৱাৰ ২৪ ঘণ্টাৰ ( 24 hours) ভিতৰত , ইয়াক যিকোনো সময়ত গ্ৰহণ  কৰক ৷অনুগ্ৰহ ...
07/04/2025

উপশম উৰ্জা( Healing energy) পঠিয়াই দিয়া হ'ল ৷
পঠিওৱাৰ ২৪ ঘণ্টাৰ ( 24 hours) ভিতৰত , ইয়াক যিকোনো সময়ত গ্ৰহণ কৰক ৷
অনুগ্ৰহ কৰি, চকী ( Chair) ত বহি গ্ৰহণ কৰক বা নিজৰ পিঠি চিধা কৰি বিচনাত শুই পাৰে ৷ এগিলাচ পানী খাওক ৷ নিজৰ নাকৰ উশাহ-নিশাহ মনোযোগ দিয়ক বা ধ্যান কেন্দ্ৰিত কৰক আৰু লাহে লাহে নিজৰ চকুযুৰি বন্ধ কৰি তাৰ পিছত তিনি বাৰ ( 3 বাৰ) দীঘল দীঘল কৈ উশাহ লওঁক ৷
তাৰ পিছত কওঁক , মই মাষ্টাৰ Jonali জৰিয়তে পঠিওৱা উপশম উৰ্জা(Healing Energy) মোৰ সৰ্বোচ্চ ভাল (উত্তম) ৰ বাবে ৷ মই গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ কৰিছোঁ ( তিনিবাৰ ক'ব লাগে ) ৷ ২০-৩০ মিনিট বহক আৰু তাৰ পিছত পানী খাওক ৷ যদি আপুনি শুই যায়, তেতিয়াও কোনো কথা নাই বা সমস্যা নাই ৷🙏💜

Healing energy sent.

Receive it anytime within 24hours of sending.

Plz receive by sitting on a chair or lying on bed, with your back straight. Drink a glass of water. Focus your attention on the tip of your nose and slowly Close yr eyes and take 3 deep breaths.
Then say, I receive the healing energy sent by Master Jonali for my highest good. I receive I receive I receive.
Sit for 25-30 minutes n then drink water.
If u fall asleep, no issue.🙏💜

এই যে কেতিয়াবা কাৰোবাক পানী charge কৰি দিও/ energy circle বিলাক দি তাত পানী ৰাখিব কৈ সেই পানী খিনি খাই থাকিব কও কিয় জা...
25/06/2023

এই যে কেতিয়াবা কাৰোবাক পানী charge কৰি দিও/ energy circle বিলাক দি তাত পানী ৰাখিব কৈ সেই পানী খিনি খাই থাকিব কও কিয় জানে ......পানীয়ে আমাৰ যিকোনো ভাল/ বেয়া কথা গ্ৰহন কৰি ল'ব পাৰে । সৰুতে পঢ়িছিলোঁ পানীক যি পাএত থোৱা যায় সেই পাএটোৰে আকাৰ লয় ঠিক তেনেকৈ পানীয়ে আমাৰ যিকোনো ভাল/ বেয়া কথা গ্ৰহন কৰি লয়।

তাৰবাবে আপোনালোকক এটা homework 😊 দিওঁ -
২টা কাছৰ গিলাছত পানী ভৰায় ল'ব।
এতিয়া এটা গিলাছত Good আৰু আনটো গিলাছত bad বুলি লিখিক।

Good লিখা গিলাছটোক বহুত মৰমেৰে কথা কওক ( যেনে - আজিৰ দিনত আমি আটাইতকৈ এৰি থাকিব নোৱাৰা বষ্টুটো হৈছে আমাৰ মোবাইলটো বহুতৰে চাগে🤔 মোবাইটোক আপুনি কিমান ভাল পায় মোবাইল টো কাষত নাথাকিলে যেনেকুৱা অনুভৱ হয় ঠিক তেনেকৈ এই পানী খিনিকো তেনেকৈ ভাল পাওক মানে আপুনি আটাইতকৈ ভাল পোৱা বস্তুটোৰ দৰে ব্যবহাৰ কৰক , ভাল পোৱা বস্তু এটাৰ যেনেকৈ care লয় বা মৰম কৰে ঠিক তেনেকৈ গিলাছটোক মৰম / care লওক positive mind ৰে positive কথা / ভাল পোৱাৰ কথা কওক।

আনহাতে bad লিখা গিলাছটোৰ পানী খিনিত আপোনাৰ মনৰ ভিতৰত যিমান negative energy আছে / খং আছে এই গিলাছটোৰ আগত খংটো প্ৰকট কৰক , husband/ wife ৰ ওপৰত খং উঠি আছে😜 কিন্তু কব পৰা নাই গিলাছৰ পানী খিনিক husband / wife বুলি অনুভব কৰি খংটো উজাৰি 😜 দিওক, যিমান পাৰে সিমান বেয়াকৈ কওক।

এতিয়া গিলাছ দুটা ২ ঢাকি লৈ fridge ৰ ice ৰ chamber ত এদিন ৰাখক দিন/ ৰাতি তাৰ পিছদিনা পানী খিনি ওলাই আনি চাওক ।
Good লিখাটো কেনে হৈছে আৰু bad লিখাটো কেনেকুৱা colour হৈছে বা কি পৰিৱৰ্তন দেখিছে গিলাছ দুটাত।
যিসকলে কৰে ফটো দিব group ত‌ ,পানী খিনি উলিয়াই অনাৰ পিছত।

HOPE সকলোবে কৰিব।

27/01/2023

আমি কোনদিশে অগ্ৰসৰ হৈছোঁ ৰাতিপুৱা শুই উঠা পৰা ৰাতি বিচনাত উঠালৈ কেৱল ব্যস্ততা।এক পলৰ যেন অৱকাশ নাই কি বিচাৰি দৌৰি আছোঁ।বিচৰা খিনি পোৱা নাই যদি হতাশ হৈছোঁ ,depresssion, anxity আদি শব্দ বোৰ খুব খুব জনপ্ৰিয় হৈছে। কথাবোৰ ভাবিলে খেলিমেলি লাগে ,আচলতে কি হৈছে।সফল প্ৰতিতিষ্ঠ ব্যক্তি এজন ও হতাশা ত ভুগিছে আকৌ ভোগবাদী সমাজ ত নিজক প্ৰতিষ্ঠিত কৰিব নোৱাৰা জনো হতাশাত ভুগিছে। কব গলে অংক টো তেনেই উজু।নিজকে অলপ জুকীয়াই চাওক নিজক অলপ সময় দিয়ক।সকলো সমস্যাৰ উত্তৰ প্ৰত্যেক লোকৰ নিজৰ মাজতে আছে।মাথোঁ অপেক্ষা নিজক বুজি চোৱাৰ।বৰ্তমান ক যেনেকৈ পাইছে তেনেকৈ গ্ৰহণ কৰাৰ।ভৱিষ্যত ৰ চিন্তাত মানসিক ভাৰসাম্য হেৰোৱাতকৈ বৰ্তমান ক গ্ৰহণ কৰি নিজক সুস্থ কৰি ৰখাটো।তেনেকৈ অতীত হৈ যোৱা কোনো ভুল বা পোৱা কিছুমান দুখ ক অকাৰণে টানি থাকি বৰ্তমান নষ্ট কৰাটো ও সঠিক নহয়।অতীতক Let Go কৰি সেই খোলা তোৰ পৰা নিজকে উলিয়াই আনিব পৰা টো বুধিয়কৰ কাম। নতুন habit বনাওক, নিজৰ ভুল বুলি ভবা কাম বোৰ এৰি পেলাওক,meditation কৰক, নিজৰ নিজৰ বৰ্তমানৰ কৰ্ম বোৰ শুদ্ধ হলে নিশ্চয় ভৱিষ্যত সুন্দৰ হব। অলপ অলপ কে আৰম্ভণি কৰিলে নিশ্চয় এদিন সফলতা আহিবই।ধনাত্মক চিন্তাধাৰাই হে ধনাত্মক ফল প্ৰদান কৰিব।আমি নিজে কৈ থকা কথাবোৰ যদি ঋণাত্মক হয় আমি ধনাত্মক ফল আশা কৰা অনুচিত।
আগলৈ,...

10/01/2023
10/01/2023

ইংৰাজী 2020 চনত কোভিডৰ বাবে মোৰ নিজৰ professional কাম বন্ধ হৈ গৈছিল আৰু মই একপ্ৰকাৰ depression ৰ চিকাৰ হব ধৰিছিলো। Court , Chamber লৈ ব্যস্ত হৈ থকা মই জনী প্ৰথম অৱস্থাত ঘৰুৱা কাম-কাজত লগতে নতুন নতুন খোৱাৰ recipe বনায় সময় পাৰ হৈছিল যদিও লাহে লাহে মই অনুভৱ কৰিছিলোঁ মোৰ পৰিবৰ্তন মোৰ খংটো বহুত বেছিকৈ বাঢ়ি গৈছিল , একো ভাল নলগা হৈছিল কৰিব লাগে খাৱ লাগে কাৰনে, কৰিছো ,খাইছো আৰু সেইখিনি সময়তে মই facebook ত ৰেইকিৰ বিষয়ে জানিব পাৰিলো আৰু online দ্বাৰা ৰেইকি শিকি ৰেইকিৰ Grandmaster complete কৰিলো, আৰু ৰেইকিৰ বিষয়ে প্ৰচাৰৰ তথা আগ্ৰহী সকলক nominal fees লৈ শিকোৱাৰ বাবে মই, (Jonali Deka) Dipti & Mukuta Bhuyan একেলগে ৰেইকিৰ লগতে অন্যান্য কিছুমান modelity জৰিয়তে healing ওপৰত কাম কৰাৰ বাবে Reiki Universal Energy page টো বনালো।
🙏
বিশ্বাসে মিলায় হৰি ঃ
মইও ৰেইকিক এক বিশ্বাস বুলি কম। ৰেইকিত সম্পূৰ্ণ বিশ্বাস তথা আস্থাৰ প্ৰয়োজন । ফল এদিনত নাপায় তাৰবাবে লাগিব সাধনা। ৰেইকি হৈছে মাহাজাগতিক প্ৰানশক্তি ( Universal life force energy)। এক উয্যা (Urja)।

চমুকৈ ৰেইকি ঃ
মহাগুৰু Dr. Mikau Usui ৰেইকি প্ৰচলন কৰে। ৰেইকিৰ পাছটা নীতি আছে। আমাৰ শৰীৰত চক্ৰৰ লগতে বহুতো energy centre থাকে আৰু ইয়াৰ দ্বাৰাই আমাৰ শৰীৰত energy flow হয়। আমাৰ জীৱন ধাৰণৰ প্ৰনালী তথা সমাজ ব্যৱস্থাত , আনুসাংগিক বিভিন্ন কাৰনত লাহে লাহে যেতিয়াই আমাৰ মন মগজুত negative thoughts ক্ৰিয়া কৰে এই energy centre বিলাকত blockage আহে আৰু আমাৰ life ৰ problems , বেমাৰ আজাৰ, stress, anxiety start হয় আৰু ৰেইকিৰ দ্বাৰা আমি আমাৰ blockage বিলাক আতৰাই আমাৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰো। ৰেইকিৰ benefits বহুত আছে........আগলৈ

Address

Guwahati
781032

Telephone

+919707174319

Website

Alerts

Be the first to know and let us send you an email when Reiki Universal energy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram