NE Ambulance 24x7

NE Ambulance 24x7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NE Ambulance 24x7, Safety & first aid service, Jilika Path, Panjabari, Guwahati.

19/04/2026
14/04/2026

# NE Ambulance # Ambulance Ambulance #9862560000 #9402194020

17/09/2025

এজন AMBULANCE চালকৰ সৈতে বাৰ্তালাপ AMBULANCE ত জন্ম, AMBULANCEত শেষ নিশ্বাসকোটি টকাৰ গাড়ী থকাৰ পিছতো হাস্পতাললৈ AMBULANCE ত কিয় যায়?মৃত...

14/12/2024

#নৱজাতকৰ_জণ্ডিচ_আৰু_হালধী_দিয়া_তৰকাৰী ----****
#নৱজাতকৰ_জণ্ডিচ_কিয়_হয়?
✍️ ডা: যুতিকা বৈদ্য
আমি জানো মূখ্যত: তেজৰ গ্ৰুপ চাৰিটা
ABO grouping-- A, B, AB, O
Rh Typing-- Rh (+) and Rh( -)
এতিয়া কথা হ'ল সহজ ভাষাত তেজৰ ৰক্তকণাবোৰ ভাঙি বিলিৰুবিন উৎপন্ন হোৱাটোৱে জণ্ডিচ।
ৰক্তকণা কিয় ভাঙে?
মাকৰ পৰা নাড়ীডাল কাটি সন্তানটো বিচিন্ন হওঁতে মাকৰ তেজত আৰু সন্তানৰ তেজৰ মাজত এণ্টিজেন এণ্টিবডিৰ যুদ্ধ এখন হৈ ৰক্তকণাবোৰ ভাঙে। মাক যদি "0" গ্ৰুপ অথবা "Rh নিগটিভ" হয় তেতিয়া এই প্ৰক্ৰিয়াটো অধিক খৰটকীয়া হৈ জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত জণ্ডিচ দেখা দিয়ে। ( ABO incompatability// Rh incompatability)
Fetal red blood cell সন্তানৰ গৰ্ভজাত যিবোৰ অপৰিপক্ক ৰক্তকণা থাকে সেইবোৰও ভাঙি বিলিৰুবিণ বৃদ্ধি কৰে।
ৰক্তকণাৰ আৱৰণখন মজবুজ কৰি ৰাখিবলৈ যিটো এনজাইম সন্তানৰ তেজত থাকিব লাগে তাৰ অভাৱত ৰক্তকণাবোৰ ভাঙিব পাৰে। এনজাইমটো হ'ল G6PD enzyme.
কেতিয়াবা ৰক্তকণাৰ আকৃতিৰ বিসংগতি হব পাৰে। ৰক্তকণাৰ আকৃতি বাইকনকেভ । কিন্তু কিছুমান হেৰিডিটাৰি গুণৰ বাবে ই স্পেয়াৰ আকৃতি লয় আৰু প্লীহাৰ চালনিখন পাৰ হওঁতে ৰক্তকণা ভাঙিবলৈ লয় আৰু বিলিৰুবিণ বাঢ়ি যায়( Hereditary spherocytosis)
কেতিয়াবা মাকৰ গাখীৰত থকা ৩ আলফা ২০ বিটা প্ৰেগনানেদিয়ল নামৰ এবিধ পদাৰ্থৰ কাৰণে জণ্ডিচ বহুদিনলৈ ( ২-৩ মাহ) থাকিব পাৰে (Breast milk jaundice)
জন্ম হৈয়ে লগে লগে ন-কন্দা নৱজাতক (Asphyxiated baby), তেজত জটিল বীজাণুৰ সংক্ৰমণ (Neonatal sepsis), জন্মগত থাইৰয়ড( Congenital hypothyroidism) জন্মগত লিভাৰৰ বেমাৰ ( Choledochal cyst)
জন্মৰ আগে আগে মাকৰ শৰীৰত অধিক oxytocin প্ৰয়োগ ( a labour induction medicine) , অধিক ভিটামান কে প্ৰয়োগ, মাকে ব্যৱহাৰ কৰা কিছুমান ঔষধ আদিয়ে নৱজাতকৰ শৰীৰৰ ৰক্তকণাৰ ওপৰত প্ৰভাৱ পেলায়।
এনেকুৱা আৰু বহুতো কাৰণ আছে। ইয়াৰ চিকিৎসা হ'ল ফটোথেৰাপী (নীলা লাইটৰ চিকিৎসা)। এটা নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিলে তেজত থকা বিলিৰুবিন মগজুৰ Blood brain barrier পাৰ হৈ মগজুত প্ৰৱেশ কৰি মগজুৰ কোষবোৰ চিৰদিনৰ বাবে মাৰি পেলায়। ইয়াক Kernicterus বুলি কোৱা হয় আৰু চিৰদিনৰ বাবে শিশুটো বিকাৰগ্ৰস্ত হৈ পৰে (mentally re****ed) এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি নৱজাতকৰ শৰীৰৰ তেজ অনতিপলমে সলনি কৰি পেলাব লাগে (Blood exchange transfusion)
কিমান পৰিমাণৰ জণ্ডিচ নৱজাতকৰ বাবে ক্ষতিকাৰক এই কথা নিৰ্ভৰ কৰিব নৱজাতকৰ পৰিপূৰক অৱস্থা (Maturity at birth ;Term OR prematurity) ওজন আৰু আনুসাঙ্গিক বেমাৰ ইত্যাদি কাৰকৰ ওপৰত।
জণ্ডিচ হলে নৱজাতক মূখৰ পৰা ভৰিৰ তলুৱালৈ ক্ৰমান্বয়ে হালধীয়া হৈ পৰে (Cephalo-caudal progression)
উপৰোক্ত কথাখিনিৰে এটা থূলমুল আভাষ দিবলৈ চেষ্টা কৰিলো। ইয়াত আমি ভাতৰ লগত খোৱা হালধীৰ কিবা সম্পৰ্ক বিচাৰি পালেনে ? গতিকে শিশুটি সুস্থ হৈ ঘৰলৈ যোৱাৰ পিছত প্ৰসূতি মাতৃগৰাকীক হালধী বিহীন বগাকৈ সিজোৱা আহাৰ দিয়াৰ যুক্তি কিবা আছেনে ?? জনাবচোন।

Shout out to my newest followers! Excited to have you onboard! Riya Khan, Redoi Pakhi
17/03/2024

Shout out to my newest followers! Excited to have you onboard! Riya Khan, Redoi Pakhi

Address

Jilika Path, Panjabari
Guwahati
781037

Alerts

Be the first to know and let us send you an email when NE Ambulance 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share