28/03/2026
MAGICAL PREDICTION 2026
বিগত বছৰ সমূহৰ দৰে এইবাৰো আমি আৰম্ভ কৰিছো “নিৰ্বাচনী মেজিকেল প্ৰেডিকশ্যন”। এইবাৰো আমি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা চলাই আৰম্ভ কৰিম এক বিশেষ নিৰ্বাচনী সমীক্ষা।
এই সমীক্ষাত আমি সাঙুৰি লওঁ সাধাৰণ জনতাৰ মতামত, বিশিষ্ট ব্যক্তিৰ বিশ্লেষণ, সংবাদ মাধ্যম আৰু ৰাজনৈতিক বিশেষজ্ঞৰ অভিমত।
আগন্তুক নিৰ্বাচনী পৰিস্থিতিৰ ওপৰত আজিৰ আলোচনা জেষ্ঠ সাংবাদিক শিৱানু বৰাৰ সৈতে।