27/01/2026
সাৰথি হোমকেয়াৰ চাৰ্ভিছ প্রাইভেট লিমিটেড ত নাৰ্ছিং কেয়াৰ টেকাৰৰ (ৰোগীৰ পৰিচৰ্যা) বাবে পদ মুকলি কৰা হৈছে। থকা আৰু খোৱাৰ সু-ব্যৱস্থা আছে, লগতে pf-esi লাগু থাকিব, মাহিলী দৰমহা ১০,০০০-১৬০০০ থাকিব। ইচ্ছুক সকলে নিম্নলিখিত নম্বৰ সমূহত যোগাযোগ কৰিব পাৰে (৯৪৩৫৯৩৭৮৯৪/৯০২১১০৯৫৪৬)
Sarathi home care
JobBuzz