01/04/2024
ক্ৰমিক নং ০৯
নাম- ৰক্সিতা শইকীয়া
ঠিকনা-জাগীৰোড।
বয়স- ৪বছৰ
*নমস্কাৰ, বহাগ বিহুৰ আগমূহুৰ্তত আমাৰ পেজ ফালৰ পৰা সকলোৰে মাজত এখনি ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে*
অংশগ্ৰহণ কৰিবৰ বাবে আপোনাৰ এখনি ফটো আমাক ৱাটচএপ (whatsApp) যোগে প্ৰেৰণ কৰক এই নম্বৰত
7002198570
6001800040
7035239610
*নিয়মাৱলী*
১/প্ৰত্যেক প্ৰতিযোগিয়ে এখনহে ফটো প্ৰতিযোগিতালৈ পঠিয়াব পাৰিব৷
২/ফটোৰ লগতে নিজৰ সম্পূৰ্ণ নাম, ঠিকনা আৰু বয়স লিখি পঠিয়াব লাগিব৷ সকলো মাৰ্জিত জাতীয় সাজপাৰৰ ফটো accept কৰা হ’ব৷
৩/প্ৰতিটো লাইকৰ বাবে 1 পইন্ট আৰু প্ৰতিটো শ্বেয়াৰৰ বাবে 5 পইন্ট দিয়া হ'ব৷
৪/ প্ৰতিযোগি সকলে আমাৰ পেজ টো like আৰু follow কৰিব লাগিব৷ তাৰ screenshot ফটো দিয়া নম্বৰত ফটোৰ লগতে দিব লাগিব৷
৫/আমাৰ পেজৰ পৰা পোনপটীয়াকৈ পোৱা লাইক আৰু শ্বেয়াৰৰ নম্বৰহে ধৰা হব৷
৬/ প্ৰতিযোগি সকলে যিকোনো জাতি জনজাতিৰ মাৰ্জিত সাজ পোচাক পৰিধান কৰিব লাগিব
প্ৰতিজন প্ৰতিযোগিয়ে নিজৰ ফটোখন এবাৰহে শ্বেয়াৰ কৰিব পাৰিব৷
মাৰ্জিত সাজ-পাৰৰ লগতে অত্যাধিক ইডিত (Edit) নকৰা ফটোহে গ্ৰহণ কৰা হ'ব৷
প্ৰতিযোগিতাত তিনিগৰাকীক বিজয়ী ঘোষণা কৰা হ'ব৷বহুত কেইগৰাকীৰ পইন্ট একে হ'লে লটাৰীযোগে বা যি দুগৰাকীৰ শ্বেয়াৰ পইন্ট বেছি, তেওঁলোকক নিৰ্বাচন কৰা হ'ব৷
তিনিও গৰাকী বিজয়ী মানপত্ৰ ট্ৰফী আৰু উপহাৰৰ টোপোলাৰে পুৰস্কিত কৰা হ’ব৷ ৫ গৰাকীক নিচুকনি পুৰস্কাৰো দিয়া হ’ব
যোগদানৰ সময়সীমা- 26 মাৰ্চৰ পৰা 5 মে’ দিনৰ 12 বজালৈকে , 2024
প্ৰতিযোগিতাৰ ফলাফল আমাৰ পেজত 13 মে’ (৩০ ব’হাগ), 2024 তাৰিখে ঘোষণা কৰা হ'ব