01/05/2026
গেট ৰাজধানী হাস্পতালত বহাগৰ আৰম্ভনিতে -
দীৰ্ঘদিন ধৰি কষ্ট পাই থকা ৰোগীৰ মূখলৈ উভতি আহিছে হাঁহি।
Best Surgeon of the year বঁটাপ্ৰাপ্ত বিশিষ্ট শল্য চিকিৎসক ডা° বেদব্ৰত পাঠকৰ দ্বাৰা Gall bladder-ৰ Bloodless Surgery.
এক লাখতকৈও অধিক লেপাৰোস্কোপিক চাৰ্জাৰী তথা সুদীৰ্ঘ 20 বছৰে সমাজৰ সকলো স্তৰৰ ৰোগীৰ প্ৰতি সমান্তৰলভাৱে চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসক ডা° বেদব্ৰত পাঠক।
GATE Hospital, Guwahati
প্ৰতিজন ৰোগীৰ প্ৰতি সহায়ৰ হাত।