
31/08/2022
ঔঁম শ্ৰী মংগল মূৰ্তি মোৰিয়া
ঔঁম শ্ৰী গণপতি বাপ্পা মোৰিয়া
শিৱপুত্ৰ সিদ্ধিবিনায়ক শ্ৰীগণেশৰ শ্ৰীচৰণত সেৱা জনাই সদৌটিলৈকে পবিত্ৰ গণেশ চতুৰ্থীৰ ওলগ যাঁচিছো।
শ্ৰীগণেশ মহাপ্ৰভুৱে সকলোৰে বিপদ-আপদ, সংকট হৰণ কৰি সুখ আৰু শান্তিৰে সকলোকে সমৃদ্ধ কৰি ৰাখক।