Dr. Palash Pathak

Dr. Palash Pathak Call or WhatsApp: +91 88228 33516

� Specialized in Naturopathy, Herbal Nutrition, Neuro Physiotherapy and Advance Ayurveda
� MPT Neurology & BNYS
� Pragati Neuro Rehab Polyclinic
� Global Outreach Healthcare Award '17

� Multi Speciality Polyclinic.

27/11/2025

এই ৰোগীগৰাকীয়ে স্নায়ূ চেপা–পৰা (Nerve Compression) সমস্যাৰ বাবে অন্য ঠাইত অস্ত্ৰোপচাৰৰ পৰামৰ্শ পাইছিল।
কিন্তু পিএনআৰ পলিক্লিনিক'ত মাত্র ৭ দিনৰ ভিতৰত ৯৯% পৰ্যন্ত আৰাম পোৱা অভিজ্ঞতাটো আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা।

বহুতে এই ধাৰণা ৰাখে যে দীৰ্ঘদিনৰ বিষ মানেই অস্ত্ৰোপচাৰ। কিন্তু বাস্তৱত সময়তে সঠিক চিকিৎসাই বহু ক্ষেত্ৰতে অস্ত্ৰোপচাৰ এৰি আৰোগ্যৰ পথ দেখুৱাই।

আমাৰ লক্ষ্য সৰল -
সঠিক চিকিৎসা, সময়ত যত্ন, আৰু জীৱনত পুনৰ গতি আনিবলৈ সহায়।

যদি আপোনাৰো দীর্ঘদিনীয়া বিষ আছে, সময়ত চিকিৎসাই সলনি আনিব পাৰে।

— ডা. পালাশ পাঠক
পিএনআৰ পলিক্লিনিক | অস্ত্ৰোপচাৰবিহনে আৰোগ্য

20/11/2025

স্ট্ৰোক ৰ কি কি ভুল ধাৰণা থাকে ?

#আৰোগ্যযাত্ৰা #ৰেচনকাৰ্ড

স্বাস্থ্য সকলোৰে বাবে হ'ব লাগিব — সুলভ, উপলব্ধ আৰু ন্যায্য।PNR Polyclinic'ত আমি বিশেষভাৱে BPL (শাখা) পৰিয়ালৰ বাবে PNR H...
20/11/2025

স্বাস্থ্য সকলোৰে বাবে হ'ব লাগিব — সুলভ, উপলব্ধ আৰু ন্যায্য।

PNR Polyclinic'ত আমি বিশেষভাৱে BPL (শাখা) পৰিয়ালৰ বাবে PNR Health Card আৰম্ভ কৰিছো, যাতে চিকিৎসাৰ খৰচ আপোনালোকৰ ওপৰত অতিৰিক্ত ভাৰ নপৰে।

ৰেচন কাৰ্ড লৈ আহিলে, ডা. কে. বী. বৰুৱাৰ সৈতে দেখা কৰি মেডিকেল বিল, পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎসাত বিশেষ ৰেহাই লাভ কৰিব পৰা যায়।

এই উদ্যোগৰ উদ্দেশ্য —
আপোনাৰ পৰিয়ালক সময়ত চিকিৎসা, মানসম্পন্ন যত্ন আৰু স্বল্প খৰচত আৰোগ্য প্ৰদান কৰা।

মানুহৰ উদ্দেশ্যে, মানুহৰ বাবে, এই দিশতে আগবাঢ়ি আছে PNR Polyclinic.

📍 জলুকবাৰী, গুৱাহাটী
📞 কল: 88228 33516
📲 Whatsapp: 94011 55836

#স্বল্পখৰচতচিকিৎসা #ৰেচনকাৰ্ড

07/11/2025

আমাৰ চিকিৎসা কেনেকৈ লব পাৰিব ?

#আৰোগ্যযাত্ৰা #প্ৰগতি

04/11/2025

স্বাস্থ্য মানৱাধিকাৰ।
প্ৰত্যেকজনৰ যত্ন পোৱাৰ অধিকাৰ আছে — অৰ্থনৈতিক অৱস্থাই সেই অধিকাৰক ৰখাই নিদিয়ে যেন।

পি এন আৰ হেল্থ কাৰ্ড উদ্যোগৰ জৰিয়তে BPL আৰু অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালসমূহে
অতি কম খৰচত চিকিৎসাৰ সুবিধা পাব।

📌 যোগ্যতাঃ
– BPL পৰিয়াল
– ৰেচন কাৰ্ড

📌 কি কৰিব লাগিব?
1️⃣ ৰেচন কাৰ্ড লৈ PNR Polyclinicত আহিব
2️⃣ PNR Polyclinic পেজটো Follow কৰিব
3️⃣ হেল্থ কাৰ্ড জাৰি হ'ব

আমাৰ উদ্দেশ্য — কোনো পৰিয়াল পিছত নাথাকে যেন, সকলোকে সমান যত্ন।

– ডা. পালাশ পাঠক
MD, PNR Polyclinic

04/11/2025

Address

Pragati House, Seuji Lakhimi Path, Pandu Sadilapur, Jalukbari
Guwahati
781012

Telephone

+918822255777

Website

Alerts

Be the first to know and let us send you an email when Dr. Palash Pathak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram