Dr. Anup Dutta Baruah

Dr. Anup Dutta Baruah This is the official page of Dr. Anup Dutta Baruah, MBBS , MS , DNB UROLOGY, Consultant urologist

আপুনি শীঘ্ৰপতনৰ সমস্যাত ভুগি আছে নেকি ? অথচ কাকো ক'ব পৰা নাই !iUKD-ৰ যৌন স্বাস্থ্য বিশেষজ্ঞৰ পৰা বিনামূলীয়াকৈ পৰামৰ্শ গ...
27/05/2025

আপুনি শীঘ্ৰপতনৰ সমস্যাত ভুগি আছে নেকি ?
অথচ কাকো ক'ব পৰা নাই !
iUKD-ৰ যৌন স্বাস্থ্য বিশেষজ্ঞৰ পৰা বিনামূলীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰক, আহি থকা ‘যৌন স্বাস্থ্য সপ্তাহ’ত (২ জুনৰ পৰা ৭ জুনলৈ) |

𝐇𝐨𝐬𝐩𝐢𝐭𝐚𝐥 𝐀𝐝𝐝𝐫𝐞𝐬𝐬-
Institute of Urology and Kidney Diseases
iUKD Kidney Hospital
Near Warisa Estate, Nazirakhat, Sonapur, Tepesia, Guwahati, Assam - 782402
Contact here: 6001626200/ 98641 04444/ 8011501833

“ৰঙে ফাগু খেলে চৈতন্য বনমালী,দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰী৷” সমূহ ৰাজ্যবাসীলৈ পবিত্ৰ দৌল উৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱাৰ ...
14/03/2025

“ৰঙে ফাগু খেলে চৈতন্য বনমালী,
দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰী৷”

সমূহ ৰাজ্যবাসীলৈ পবিত্ৰ দৌল উৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰীতি আৰু শুভেচ্ছা যাচিলোঁ। আবিৰৰ ৰঙে প্ৰত্যেকৰে জীৱন ৰং-আনন্দ-প্ৰাপ্তিৰে ভৰাই তোলক, এয়াই আমাৰ শুভকামনা।

🩺 𝐀𝐫𝐞 𝐘𝐨𝐮𝐫 𝐊𝐢𝐝𝐧𝐞𝐲𝐬 𝐎𝐊? 🩺  Early detection is key! This 𝐖𝐨𝐫𝐥𝐝 𝐊𝐢𝐝𝐧𝐞𝐲 𝐃𝐚𝐲, let's prioritize our kidney health with regular...
13/03/2025

🩺 𝐀𝐫𝐞 𝐘𝐨𝐮𝐫 𝐊𝐢𝐝𝐧𝐞𝐲𝐬 𝐎𝐊? 🩺

Early detection is key! This 𝐖𝐨𝐫𝐥𝐝 𝐊𝐢𝐝𝐧𝐞𝐲 𝐃𝐚𝐲, let's prioritize our kidney health with regular check-ups and a healthy lifestyle.

🏥 𝐢𝐔𝐊𝐃 𝐊𝐢𝐝𝐧𝐞𝐲 𝐇𝐨𝐬𝐩𝐢𝐭𝐚𝐥– The 1st & only kidney hospital in Northeast India 𝟐𝟒𝐱𝟕 𝐜𝐚𝐫𝐞, always ready for you and your kidneys!

📞 Call us for more info: 𝟖𝟎𝟏𝟏𝟓𝟎𝟏𝟖𝟑𝟑 / 𝟗𝟖𝟔𝟒𝟏𝟎𝟒𝟒𝟒𝟒
📍 Find us here:
𝐈𝐧𝐬𝐭𝐢𝐭𝐮𝐭𝐞 𝐨𝐟 𝐔𝐫𝐨𝐥𝐨𝐠𝐲 𝐚𝐧𝐝 𝐊𝐢𝐝𝐧𝐞𝐲 𝐃𝐢𝐬𝐞𝐚𝐬𝐞𝐬
Near Warisa Estate, Nazirakhat, Sonapur, Tepesia, Guwahati, Assam 782402
📍https://maps.app.goo.gl/fnyF4XqMsyUzZFrM8?g_st=iw

31/01/2025

🚨 Are you facing issues related to sexual health or urology? Don't let it affect your quality of life! 🚨

Meet Dr. Anup Dutta Baruah, a renowned Urologist, Andrologist, and Sexologist dedicated to providing comprehensive care for all your sexual health concerns. Whether it's a medical condition or just a consultation, Dr. Baruah is here to support you every step of the way.

🩺 Dr. Anup Dutta Baruah
MBBS, MS (General Surgery), Dr. NB (Urology), Master in Sexual Medicine
Consultant Urologist, Andrologist & Sexologist

🗓 Date: 07/02/2025
📍 Venue: M/s Maa Aysha Medical Hall, Near Bank of India, Agia Road, Bapujinagar
📞 Book your appointment now: 7002619785, 9101426231

🔹 Treatments Offered:
✅ Erectile Dysfunction – Regain your confidence
✅ Premature Ej*******on – Find lasting solutions
✅ P***s Curvature – Non-invasive treatments available
✅ Dhat Syndrome – Overcome psychological barriers
✅ Impotency – Get the help you deserve
✅ Diseases of the Te**is & Epididymis – Expert diagnosis and care
✅ Loss of Libido & Or**sm – Restore your sexual health
✅ H***n Rupture Repair – Gentle and professional care

🔑 Get the professional help you need from a trusted specialist. Take control of your health and well-being today!

Don't wait – your health matters!

*******on

সমূহ অসমবাসীক পৱিত্র 'অসম দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১২২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চাওলুং ছ্যু-কাফাই পাটকাই পৰ্বত প...
02/12/2024

সমূহ অসমবাসীক পৱিত্র 'অসম দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১২২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চাওলুং ছ্যু-কাফাই পাটকাই পৰ্বত পাৰ হৈ অনৈক্যৰ মাজত ঐক্য গঢ়ি বৰ অসমৰ ভেটি গঢ়িছিল ।
স্বৰ্গদেউ চাওলুং ছ্যু-কাফাক আজিৰ দিনটোত পৰম শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।।

মোৰ মতে সেইখনেই আদৰ্শ সমাজ, য'ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে।"মামণি ৰয়ছম গোস্বামী বাইদেউৰ সৃষ্টিসম্ভাৰ আধুনিক অস...
29/11/2024

মোৰ মতে সেইখনেই আদৰ্শ সমাজ, য'ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে।"

মামণি ৰয়ছম গোস্বামী বাইদেউৰ সৃষ্টিসম্ভাৰ আধুনিক অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। গভীৰ অন্তৰ্দৃষ্টি আৰু সুনিপুণ বৰ্ণনাৰে সমকালীন সমাজ জীৱনক অৱলোকন কৰা তেখেতৰ গল্প, উপন্যাসকে ধৰি সকলো সৃষ্টিতে মানৱীয় আদৰ্শবাদ প্ৰোথিত হৈছে। "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা", "মামৰে ধৰা তৰোৱাল", "নীলকণ্ঠী ব্ৰজ", "তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা" আদি অমৰ উপন্যাস আৰু অনবদ্য গল্পসম্ভাৰেৰে অসমীয়া সাহিত্যক মহীয়ান কৰা জ্ঞানপীঠ বিজয়িনী সাহিত্যিকগৰাকীক আজি তেখেতৰ পুণ্য মৃত্যুবাৰ্ষিকীত অন্তৰৰ গভীৰতম কোণৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিলোঁ

28/11/2024

🔴যৌন সমস্যা ❓
🔴শীঘ্ৰপতন ❓
🔴লিংগৰ আকাৰ সৰু ❓❓

এতিয়া আৰু চিন্তাৰ কাৰন নাই
ইনষ্টিটিউট অৱ ইউৰ’লজি এণ্ড কিডনি ডিজিজেছ, সোনাপুৰ-ত আমি সদায় স্বাস্থ্যক্ষেত্ৰৰ উন্নত সেবা আগবঢ়াই আছোঁ, যাতে আপোনাৰ জীৱন সুস্থ আৰু আনন্দময় হয়।
আজিয়েই আহক উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ পূৰুষ আৰু মহিলাৰ যৌন সমস্যা সমাধান কেন্দ্ৰলৈ (Andrology Department)

অধিক জানিবলৈ আজি আমালৈ ফোন কৰক-
আমাৰ ফোন: 𝟖𝟎𝟏𝟏𝟓𝟎𝟏𝟖𝟑𝟑 / 𝟗𝟖𝟔𝟒𝟏𝟎𝟒𝟒𝟒𝟒

হস্পিটেলৰ ঠিকনা:Institute of Urology and Kidney Diseases
iUKD Kidney Hospital
Near Warisa Estate, Nazirakhat, Sonapur, Tepesia, Guwahati, Assam 782402

Wishing you a blissful Guru Nanak Jayanti.May the blessings of Guru Nanak Dev Ji fill your life with love and harmony.  ...
15/11/2024

Wishing you a blissful Guru Nanak Jayanti.
May the blessings of Guru Nanak Dev Ji fill your life with love and harmony.

মোৰ মতে সেইখনেই আদৰ্শ সমাজ, য'ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে।"মামণি ৰয়ছম গোস্বামী বাইদেউৰ সৃষ্টিসম্ভাৰ আধুনিক অস...
14/11/2024

মোৰ মতে সেইখনেই আদৰ্শ সমাজ, য'ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে।"

মামণি ৰয়ছম গোস্বামী বাইদেউৰ সৃষ্টিসম্ভাৰ আধুনিক অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। গভীৰ অন্তৰ্দৃষ্টি আৰু সুনিপুণ বৰ্ণনাৰে সমকালীন সমাজ জীৱনক অৱলোকন কৰা তেখেতৰ গল্প, উপন্যাসকে ধৰি সকলো সৃষ্টিতে মানৱীয় আদৰ্শবাদ প্ৰোথিত হৈছে। "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা", "মামৰে ধৰা তৰোৱাল", "নীলকণ্ঠী ব্ৰজ", "তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা" আদি অমৰ উপন্যাস আৰু অনবদ্য গল্পসম্ভাৰেৰে অসমীয়া সাহিত্যক মহীয়ান কৰা জ্ঞানপীঠ বিজয়িনী সাহিত্যিকগৰাকীক আজি জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।

Today is World Diabetes Day! Let’s raise awareness, spread knowledge, and support those living with diabetes. Together, ...
14/11/2024

Today is World Diabetes Day! Let’s raise awareness, spread knowledge, and support those living with diabetes. Together, we can work towards a healthier future and better management of this condition.

Remember: Small changes can make a big difference!

Children are not just the future; they are the present joy we should all treasure!  Let’s celebrate their laughter, love...
14/11/2024

Children are not just the future; they are the present joy we should all treasure! Let’s celebrate their laughter, love, and light on this special day.
Happy Children’s Day to all the little wonders in the world

Happy National Education Day! Today, we commemorate the tradition of those who have devoted their lives to forming minds...
11/11/2024

Happy National Education Day! Today, we commemorate the tradition of those who have devoted their lives to forming minds and creating futures, as well as the transformational potential of education. By pursuing knowledge, let's keep inspiring, empowering, and elevating. We can build a better tomorrow if we work together!


Address

IUKD, Sonapur, Kamrup (M)
Guwahati
782403

Alerts

Be the first to know and let us send you an email when Dr. Anup Dutta Baruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Anup Dutta Baruah:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category