Dr. Debajit Baishya Urologist

Dr. Debajit Baishya Urologist urologist, ready to work with precision perfection and patient friendly

Urosurgery, Kidney Stone Surgery, Prostet Surgery , Urological Cancer Surgery, Male Sexual Disorder

“ৰঙে ফাগু খেলে চৈতন্য বনমালী,দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰী৷” সমূহ ৰাজ্যবাসীলৈ পবিত্ৰ দৌল উৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱাৰ ...
14/03/2025

“ৰঙে ফাগু খেলে চৈতন্য বনমালী,
দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰী৷”

সমূহ ৰাজ্যবাসীলৈ পবিত্ৰ দৌল উৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰীতি আৰু শুভেচ্ছা যাচিলোঁ। আবিৰৰ ৰঙে প্ৰত্যেকৰে জীৱন ৰং-আনন্দ-প্ৰাপ্তিৰে ভৰাই তোলক, এয়াই আমাৰ শুভকামনা।

🩺 𝐀𝐫𝐞 𝐘𝐨𝐮𝐫 𝐊𝐢𝐝𝐧𝐞𝐲𝐬 𝐎𝐊? 🩺  Early detection is key! This 𝐖𝐨𝐫𝐥𝐝 𝐊𝐢𝐝𝐧𝐞𝐲 𝐃𝐚𝐲, let's prioritize our kidney health with regular...
13/03/2025

🩺 𝐀𝐫𝐞 𝐘𝐨𝐮𝐫 𝐊𝐢𝐝𝐧𝐞𝐲𝐬 𝐎𝐊? 🩺

Early detection is key! This 𝐖𝐨𝐫𝐥𝐝 𝐊𝐢𝐝𝐧𝐞𝐲 𝐃𝐚𝐲, let's prioritize our kidney health with regular check-ups and a healthy lifestyle.

🏥 𝐢𝐔𝐊𝐃 𝐊𝐢𝐝𝐧𝐞𝐲 𝐇𝐨𝐬𝐩𝐢𝐭𝐚𝐥– The 1st & only kidney hospital in Northeast India 𝟐𝟒𝐱𝟕 𝐜𝐚𝐫𝐞, always ready for you and your kidneys!

📞 Call us for more info: 𝟖𝟎𝟏𝟏𝟓𝟎𝟏𝟖𝟑𝟑 / 𝟗𝟖𝟔𝟒𝟏𝟎𝟒𝟒𝟒𝟒
📍 Find us here:
𝐈𝐧𝐬𝐭𝐢𝐭𝐮𝐭𝐞 𝐨𝐟 𝐔𝐫𝐨𝐥𝐨𝐠𝐲 𝐚𝐧𝐝 𝐊𝐢𝐝𝐧𝐞𝐲 𝐃𝐢𝐬𝐞𝐚𝐬𝐞𝐬
Near Warisa Estate, Nazirakhat, Sonapur, Tepesia, Guwahati, Assam 782402
📍https://maps.app.goo.gl/fnyF4XqMsyUzZFrM8?g_st=iw

🔹𝕊𝕒𝕪 𝔾𝕠𝕠𝕕𝕓𝕪𝕖 𝕥𝕠 𝕂𝕚𝕕𝕟𝕖𝕪 𝕊𝕥𝕠𝕟𝕖𝕤! 🔹If you're battling kidney stones, it's time to experience the most advanced, compassiona...
29/01/2025

🔹𝕊𝕒𝕪 𝔾𝕠𝕠𝕕𝕓𝕪𝕖 𝕥𝕠 𝕂𝕚𝕕𝕟𝕖𝕪 𝕊𝕥𝕠𝕟𝕖𝕤! 🔹
If you're battling kidney stones, it's time to experience the most advanced, compassionate care available. At 𝐢𝐔𝐊𝐃 𝐊𝐢𝐝𝐧𝐞𝐲 𝐇𝐨𝐬𝐩𝐢𝐭𝐚𝐥, under the expert guidance of Team iUKD and 𝐢𝐔𝐊𝐃 𝐒𝐭𝐨𝐧𝐞 𝐂𝐥𝐢𝐧𝐢𝐜, we're committed to getting you back to a pain-free, vibrant life.

Our state-of-the-art treatments are designed to provide quick relief and lasting results, ensuring you don't just survive, but THRIVE.

Take the first step towards a stone-free future today. Your health is in trusted hands.

𝐇𝐨𝐬𝐩𝐢𝐭𝐚𝐥 𝐀𝐝𝐝𝐫𝐞𝐬𝐬-
Near Warisa Estate, Nazirakhat, Sonapur, Tepesia, Guwahati, Assam 782402
https://maps.app.goo.gl/fnyF4XqMsyUzZFrM8?g_st=iw

📞𝐅𝐨𝐫 𝐦𝐨𝐫𝐞 𝐢𝐧𝐟𝐨, 𝐠𝐢𝐯𝐞 𝐮𝐬 𝐚 𝐫𝐢𝐧𝐠: 𝟖𝟎𝟏𝟏𝟓𝟎𝟏𝟖𝟑𝟑 / 𝟗𝟖𝟔𝟒𝟏𝟎𝟒𝟒𝟒𝟒

সমূহ অসমবাসীক পৱিত্র 'অসম দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১২২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চাওলুং ছ্যু-কাফাই পাটকাই পৰ্বত প...
02/12/2024

সমূহ অসমবাসীক পৱিত্র 'অসম দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১২২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চাওলুং ছ্যু-কাফাই পাটকাই পৰ্বত পাৰ হৈ অনৈক্যৰ মাজত ঐক্য গঢ়ি বৰ অসমৰ ভেটি গঢ়িছিল ।
স্বৰ্গদেউ চাওলুং ছ্যু-কাফাক আজিৰ দিনটোত পৰম শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।।

মোৰ মতে সেইখনেই আদৰ্শ সমাজ, য'ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে।"মামণি ৰয়ছম গোস্বামী বাইদেউৰ সৃষ্টিসম্ভাৰ আধুনিক অস...
29/11/2024

মোৰ মতে সেইখনেই আদৰ্শ সমাজ, য'ত মানুহে মানুহক মানুহ বুলি ভাবিব পাৰে।"

মামণি ৰয়ছম গোস্বামী বাইদেউৰ সৃষ্টিসম্ভাৰ আধুনিক অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। গভীৰ অন্তৰ্দৃষ্টি আৰু সুনিপুণ বৰ্ণনাৰে সমকালীন সমাজ জীৱনক অৱলোকন কৰা তেখেতৰ গল্প, উপন্যাসকে ধৰি সকলো সৃষ্টিতে মানৱীয় আদৰ্শবাদ প্ৰোথিত হৈছে। "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা", "মামৰে ধৰা তৰোৱাল", "নীলকণ্ঠী ব্ৰজ", "তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা" আদি অমৰ উপন্যাস আৰু অনবদ্য গল্পসম্ভাৰেৰে অসমীয়া সাহিত্যক মহীয়ান কৰা জ্ঞানপীঠ বিজয়িনী সাহিত্যিকগৰাকীক আজি তেখেতৰ পুণ্য মৃত্যুবাৰ্ষিকীত অন্তৰৰ গভীৰতম কোণৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিলোঁ

27/11/2024

🔴অসমত কিডনীৰ পাথৰৰ সমস‍্যা কিয় ইমান বেছি ❓
🔴বিয়েৰ খালে কিডনীৰ পাথৰ ওলাই যায় নেকি❓
🔴কিডনী পাথৰৰ প্ৰাৰম্ভিক লক্ষন কি ❓
🔴কলড্ৰিং খালে কিডনীত পাথৰ হয় নেকি ❓

জানিবলৈ ভিডিঅ’টি শেষলৈ চাওঁক ▶⏸

Head of iUKD Stone clinic
Dr Debajit Baishya
MS,MCh, Urology

𝐇𝐨𝐬𝐩𝐢𝐭𝐚𝐥 𝐀𝐝𝐝𝐫𝐞𝐬𝐬-
Institute of Urology and Kidney Diseases
iUKD Kidney Hospital
Near Warisa Estate, Nazirakhat, Sonapur, Tepesia, Guwahati, Assam 782402
https://maps.app.goo.gl/fnyF4XqMsyUzZFrM8?g_st=iw
Book your appointment today.
📞𝐅𝐨𝐫 𝐦𝐨𝐫𝐞 𝐢𝐧𝐟𝐨, 𝐠𝐢𝐯𝐞 𝐮𝐬 𝐚 𝐫𝐢𝐧𝐠: 𝟖𝟎𝟏𝟏𝟓𝟎𝟏𝟖𝟑𝟑 / 𝟗𝟖𝟔𝟒𝟏𝟎𝟒𝟒𝟒𝟒

The Constitution of India is not just a legal document; it’s the soul of our democracy.  On this Constitution Day, let’s...
26/11/2024

The Constitution of India is not just a legal document; it’s the soul of our democracy. On this Constitution Day, let’s reaffirm our commitment to the ideals of equality, freedom, and justice for all.

Happy World Television Day
21/11/2024

Happy World Television Day

সতৰ্কবাণীআপোনাৰ বাৰু কিডনীৰ পাথৰৰ অস্ত্ৰোপচাৰ কৰা হৈছে নেকি ?? যদি হৈছে, তেনেহলে এই বিশেষ চিত্ৰখন আপোনাৰ বাবে অত্যন্ত প্...
19/11/2024

সতৰ্কবাণী

আপোনাৰ বাৰু কিডনীৰ পাথৰৰ অস্ত্ৰোপচাৰ কৰা হৈছে নেকি ??
যদি হৈছে, তেনেহলে এই বিশেষ চিত্ৰখন আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিডনীৰ পাথৰৰ অস্ত্ৰোপচাৰৰ সময়ত অধিকাংশ ৰোগীৰ ক্ষেত্ৰতেই এক বিশেষ ধৰণৰ নলী (Double J Stent অথবা DJ Stent ) ৰোগীৰ শৰীৰত সংস্থাপন কৰাৰ প্ৰয়োজন হয়; যি নলীয়ে কিডনীৰ পৰা প্ৰস্ৰাৱ সহজতে ওলাই যোৱাটো নিশ্চিত কৰে। লগতে আগলৈ হ'ব পৰা কিডনীৰ বিভিন্ন সমস্যা যেনে ৰোগৰ সংক্ৰমণ (Infection) অথবা কিডনীৰ পৰা মূত্ৰাশয় বা মূত্ৰথলিলৈ মূত্ৰ অহা প্ৰস্ৰাৱৰ নলী চাপ খোৱা (Ureteric Stricture) আদি ৰোধত সহায় কৰে। সাধাৰনতে এই নলীসমূহ 3-4 সপ্তাহৰ বাবেহে সংস্থাপন কৰা হয় আৰু তাৰ পিছত ইয়াক উলিয়াই দিয়া হয় বা প্ৰয়োজন অনুসৰি সলনি কৰা হয়। কিয়নো 3-4 সপ্তাহৰ অধিক কাল হ'লে ই অন্যান্য আনুসংগিক ৰোগৰ কাৰক হোৱাৰ সম্ভাবনাহে বৃদ্ধি পায়। যিয়ে হয়টো পৰৱৰ্তী পৰ্যায়ত ৰোগীৰ বাবে অধিক কষ্টকৰ ৰূপ লোৱাহে পৰিলক্ষিত হয়। অৱশ্যে বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগতে বিভিন্ন দিঘলীয়া সময়ৰ বাবে শৰীৰত সংস্থাপন কৰিব পৰা নলীৰো উদ্ভাৱন হৈছে; যেনে চিলিকন ষ্টেণ্ট ( Silicon Stent ) অথবা মেটেলিক ষ্টেণ্ট (Metallic Stent)। কিন্তু বহু সময়ত দেখা যায় যে ৰোগীগৰাকীক তেওঁৰ চিকিৎসাৰ বিষয়ে সঠিক তথ্য জনোৱাৰ অভাৱতে হওক বা ৰোগীৰ নিজৰ অৱহেলাৰ বাবেই হওক, এই নলী ৰোগীৰ দেহত বহুদিনলৈ ৰৈ যায় আৰু শেষত অস্ত্ৰোপচাৰৰ জৰিয়তেহে ইয়াক উলিওৱা সম্ভৱ হয়। বহু সময়ত আনকি এনে উপেক্ষিত নলীয়ে ৰোগীৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনে।
সেয়েহে কিডনীৰ পাথৰ, কিডনীৰ পৰা মূত্ৰথলিলৈ অহা প্ৰস্ৰাৱৰ নলী চাপ খোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰোৱা ৰোগীসকলে অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসকৰ পৰা তেখেতৰ অস্ত্ৰোপচাৰ সম্পৰ্কে সকলো তথ্য জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। লগতে অস্ত্ৰোপচাৰৰ তিনি মাহৰ ভিতৰত এবাৰ পেটৰ X-ray পৰীক্ষা কৰোৱাটো বাঞ্ছনীয়। এই সামান্য পৰীক্ষাটোৱেই আপোনাক বহুতো অনাকাংক্ষিত সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।

Address

Harabala Market, 2nd Floor, GMCH Road, Bhangagarh
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Dr. Debajit Baishya Urologist posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Debajit Baishya Urologist:

Share

Category