All Assam Registered Pharmacist Union

All Assam Registered Pharmacist Union Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Assam Registered Pharmacist Union, Medical and health, Guwahati.

25/03/2023
অসম ফাৰ্মাচী কাউন্সিলৰ দুৰ্নীতিৰ বিৰুদ্ধে চলিব ধাৰাসাৰ প্ৰতিবাদ । AARPU য়ে দিব ফাৰ্মাচিষ্টৰ সুৰক্ষাৰ সমিধান । ফাৰ্মাচিষ...
13/03/2023

অসম ফাৰ্মাচী কাউন্সিলৰ দুৰ্নীতিৰ বিৰুদ্ধে চলিব ধাৰাসাৰ প্ৰতিবাদ । AARPU য়ে দিব ফাৰ্মাচিষ্টৰ সুৰক্ষাৰ সমিধান । ফাৰ্মাচিষ্টৰ পুৰণি সংগঠন বোৰে APC ৰ দুৰ্নীতি বোৰক অতদিনে দি আহিছে ৰক্ষণাবেক্ষণ । গতিকে সকলো স্বাভিমানী ফাৰ্মাচিষ্টে নিজৰ প্ৰফেচনটো সবল আৰু সমাজত সন্মানিত কৰাৰ উদ্দেশ্যে AARPU ত যোগদান কৰক ।
All Assam Registered Pharmacist Union

ফেচবুকত সুধীৰ সাহাৰ বিৰুদ্ধে সৰৱ ভূমিকা লোৱাৰ পাছতেই সংবাদ মাধ্যম ওলাই আহিছে, এই সমূহ ৰজাঘৰীয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে । আম...
13/03/2023

ফেচবুকত সুধীৰ সাহাৰ বিৰুদ্ধে সৰৱ ভূমিকা লোৱাৰ পাছতেই সংবাদ মাধ্যম ওলাই আহিছে, এই সমূহ ৰজাঘৰীয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে । আমি অসমীয়া প্ৰতিদিন কাকতলৈ ধন্যবাদ জনাইছোঁ । আমাৰ বাহিৰে আন সমূহ ফাৰ্মাচিষ্টৰ ভাষণৰ ফুলজাৰি মাৰি থকা সংগঠনৰ সাহস হ'ব নে এই দুৰ্নীতি বোৰৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিবলৈ !!!!

13/03/2023

নিশা বাৰ বজাত সংবাদ মাধ্যমক দোষাৰোপ কৰি সকলো বিফলতাক ঢাকি ৰাখিব খোজা অসমৰ সৰ্ব কালৰ অদক্ষ মন্ত্ৰী ৰণোজ পেগুৱে আজিয়েই পদত্যাগ কৰক । লক্ষ লক্ষ ছাত্ৰ -ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলাৰ অধিকাৰ ৰণোজ পেগুক কোনে দিলে ??? অসম চৰকাৰ যে সকলো ফালৰ পৰাই বিফল সেই কথা আগৰ পৰীক্ষা দুখনতেই গম পোৱা গৈছিল । যি নহওঁক অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে পদত্যাগ কৰক ।

08/03/2023

Join AARPU

ৰঙীন ফাঁকুগুড়িয়ে জীৱন আৱৰে৷ পূৰ্ণিমাত পালন কৰা পৱিত্ৰ ফাঁকুৱা আৰু দৌলোৎসৱে সকলোকে পোহৰাই তোলক৷ প্ৰকৃতিৰ হৃদয়ৰ পৰা প্ৰত্...
07/03/2023

ৰঙীন ফাঁকুগুড়িয়ে জীৱন আৱৰে৷ পূৰ্ণিমাত পালন কৰা পৱিত্ৰ ফাঁকুৱা আৰু দৌলোৎসৱে সকলোকে পোহৰাই তোলক৷ প্ৰকৃতিৰ হৃদয়ৰ পৰা প্ৰত্যেকৰে জীৱনলৈ বিয়পি পৰক আবিৰৰঙী বৰ্ণচ্ছটা৷ অসমবাসীলৈ আমাৰ হৃদয়ভৰা শুভকামনা৷

AARPU ৰ সন্মানিত সভাপতি মহোদয়ৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ পৰীক্ষাৰ শুভে...
02/03/2023

AARPU ৰ সন্মানিত সভাপতি মহোদয়ৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ পৰীক্ষাৰ শুভেচ্ছা জনালোঁ ।

01/03/2023

ফাৰ্মাচিষ্ট প্ৰফেচনটো সুৰক্ষিত কৰি তোলাৰ স্বাৰ্থত সকলো ফাৰ্মাচিষ্টে AARPU ত যোগদান কৰক ।

01/03/2023
আহক সকলো অসমৰ বলিষ্ঠ কণ্ঠ মনোজ গগৈৰ সমৰ্থনত । ফাৰ্মাচিষ্ট সকলে সমৰ্থন আগবঢ়াওক ।
28/02/2023

আহক সকলো অসমৰ বলিষ্ঠ কণ্ঠ মনোজ গগৈৰ সমৰ্থনত । ফাৰ্মাচিষ্ট সকলে সমৰ্থন আগবঢ়াওক ।

এইদৰে আৰু ধৰা পৰিব ।
28/02/2023

এইদৰে আৰু ধৰা পৰিব ।

▶️আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে। গোৱালপাৰাৰ ঔষধ পৰিদর্শকৰ কাৰ্যালয়ত ঘোচ লৈ গ্ৰেপ্তাৰ দ্বীপজিৎ সৰকাৰ আৰু আনছেৰ আলী। ফাৰ্মাচীৰ লাইচেন্সৰ নামত বিচাৰিছিল ১৫ হাজাৰ টকা উৎকোচ ।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when All Assam Registered Pharmacist Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram