Harmony Homeo Clinic

Harmony Homeo Clinic Harmony homoeo clinic is one of the best homoeopathic clinic in the entire Northeast. We provide pu

You can control your chronic Urticaria using Homeopathy. Homeopathy offers best treatment for hives. Homoeopathy control...
09/03/2023

You can control your chronic Urticaria using Homeopathy. Homeopathy offers best treatment for hives. Homoeopathy controls Urticaria using Constitutional remedies. The constitutional homeopathic remedies works by balancing our immune system, reducing allergic sensitivity and by stimulating the body’s own healing mechanism.


03/03/2023


03/03/2023

26/01/2023
01/01/2023

Happy New Year 2023

Call for appointment:+919707723404
26/12/2022

Call for appointment:+919707723404

আজিকালি নিচেই সাধাৰণ এটি বেমাৰ যিটো আমি পুহি পুহি জটিল এক সমস্যালৈ ৰুপান্তৰ কৰো| সেইটো হৈছে কিডনিত পাথৰ| কিডনি অৰ্থাৎ বৃ...
17/08/2022

আজিকালি নিচেই সাধাৰণ এটি বেমাৰ যিটো আমি পুহি পুহি জটিল এক সমস্যালৈ ৰুপান্তৰ কৰো| সেইটো হৈছে কিডনিত পাথৰ| কিডনি অৰ্থাৎ বৃক্ক আমাৰ শৰীৰত দুটা কৈ থাকে| আমাৰ সকলোৰে ঘৰত পানীৰ ফিলটাৰ আছে নহয় নে বাৰু, ঠিক‌ একে দৰে আমাৰ শৰীৰতো ফিলটাৰ আছে যিটো বৃক্ক বা কিডনি বুলি কোৱা হয়|

কিছুদিন আগৰ কথা| মোৰ ক্লিনিকত ১৮-১৯ বছৰীয়া যুৱক ল'ৰা এজন আহিছিল| খুৱ হতাশাৰে মোক কব ধৰিলে- বাইদেউ ৩বছৰ ৰ পৰা ম্ই অত তত চিকিৎসা হৈ আছো পথাৰৰ কাৰণে এতিয়া ডা: ৰে কৈছে অপাৰেশ্যন কৰিব লাগিব| মোৰ অপাৰেশ্যন কৰাৰ সামৰ্থ্য নাই বাইদেউ| ঘৰটো মই অকলে চাব লাগে| পিছত আপোনাৰ এজন ৰুগিয়ে আপোনাৰ কথা কলে| তেওঁৰ হেনো ভাল হৈছে আপোনাৰ ঔষধ খাই| মইও বিনা অপাৰেশ্যন ত ভাল হব খুজু বাইদেউ|

প্ৰথমতে মই লৰাজনক খুব ভালদৰে বুজালো বেমাৰ আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা পদ্ধতিবোৰ| তাৰ পিছত আগৰ গুটেই কাগজবোৰ চালোঁ|
হোমিওপেথিক চিকিৎসা পদ্ধতিৰে কেছটেকিঙ কৰাৰ পিছত ঔষধ দিলো আৰু ১৫ পিছত আকৌ আহিব দিলো| এনেদৰে চিকিৎসা চলি থাকিল| যোৱা সপ্তাহ ত তাৰ USG ৰিপ'ৰ্ট নৰমেল আহিছে|
ল'ৰা জনৰ মুখত হাহি দেখা পাই খুব ভাল লাগিল
ধৈনবাদ!

Address

Guwahati
781018

Opening Hours

Monday 10am - 9pm
Tuesday 10am - 9pm
Wednesday 10am - 9pm
Thursday 10am - 9pm
Saturday 10am - 9pm
Sunday 10am - 9pm

Telephone

+918638795874

Website

Alerts

Be the first to know and let us send you an email when Harmony Homeo Clinic posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Harmony Homeo Clinic:

Share