20/10/2025
বগাস্ৰাৱ কিয় হয় আৰু আমি এই সমস্যাৰ পৰা কেনেকৈ প্ৰতিৰোধ কৰিৱ পাৰো?
কাৰনঃ
👉 সাধাৰন ভাৱেও বগাস্ৰাৱ ওলাৱ পাৰে, যেনে মাহেকিয়াৰ আগত বা মাহেকিয়াৰ ওচৰে পাজৰে
👉 দুৰ্বল স্বাস্থ্যৰ বাবেও স্ৰাৱ ওলাৱ পাৰে।
👉 Infection ৰ বাবেহে বেছিকে ওলোৱা দেখা পোৱা যায়
Infection ৰ বাবে নে Normal স্ৰাৱ, কেনেকৈ গম পাৱ?
♦️দুৰ্গন্ধ, বহুত বেছি স্ৰাৱেই Infection ৰ সাধাৰন লক্ষন♦️
কেনেকৈ Infection ৰ পৰা বাচি থাকিৱ পাৰি?
✅Sanitary Pad- Whisper/Stayfree ব্যাৱহাৰ কৰক
✅ Vaginal area ভালকে ছাফা কৰি ৰাখক। মনত ৰাখিৱ Vaginal area ত চাৱোন ব্যাৱহাৰ নকৰিৱ, সাধাৰন পানীৰে চাফা কৰিলেই হৱ। বহুত বেছি ছাফা কৰিৱ থাকিলে Intiwas/V-Wash ব্যাৱহাৰ কৰিৱ পাৰে।
Infection হৈ থাকিলে কিন্তু নিৰাময়ৰ বাবে Antibiotics for bacterial vaginosis, for trichomas etc নিশ্চিত ভাৱে লাগিৱ।
বিতং বুজিৱলৈ চিকিৎসকৰ পৰামৰ্শ লওক...
প্ৰশ্ন থাকিলে Comment Box বা DM কৰিৱ পাৰে Mesenger ত...