Tulumoni Mind & Wellness

Tulumoni Mind & Wellness Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tulumoni Mind & Wellness, Health & Wellness Website, Guwahati.
(2)

Mindset & Wellness Coach ✨
🧠 NLP • Emotional Healing
💆 Face Yoga + Body Yoga
💖 Stress Relief • Confidence • Natural Glow
🎓 AYUSH Certified Yoga Teacher & Evaluator

10/05/2026

Happy Mother’s Day

10/05/2026

প্ৰতিগৰাকী মাৰ বাবে ৫ টা অতি গোপনীয় কথা 🌸 (5 Secrets Every Mother Needs to Know) এগৰাকী সুখী মাতৃ মানেই এটা সুখী পৰিয়াল। 💖 আপুনি এই ৫ টা কথাৰ সৈতে একমত নে? তলত কমেন্ট কৰি জনাওক! 👇
HappyMom AssameseReels ParentingAdvice

09/05/2026

FREE WEBINAR For Parents ✅আপেনাৰ সন্তানৰ পঢ়াত মনোযোগ কেনেকৈ বৃদ্ধি কৰাব✅WhatsApp-8822123202

সকলো পৰিচয়তকৈ মোৰ প্ৰিয় পৰিচয়টো হৈছে মাক হিচাপে। যদিও মই এগৰাকী অতি উচ্চাকাংক্ষী নাৰী।
08/05/2026

সকলো পৰিচয়তকৈ মোৰ প্ৰিয় পৰিচয়টো হৈছে মাক হিচাপে। যদিও মই এগৰাকী অতি উচ্চাকাংক্ষী নাৰী।

08/05/2026

3 Sessions to Success: How Jyotishna ended her Exam Panic! 🎓

The exam results aren’t even out yet, but Jyotishna has already won. 🏆

Before working with us, she would come home exhausted from panic and frustrated by “silly mistakes” caused by overthinking. But this time, everything changed.

After just 3 sessions, Jyotishna walked into her exams with:
✅ A calm and focused mind.
✅ Zero mid-exam panic attacks.
✅ The confidence to answer without second-guessing herself.

Watching her walk out of that exam hall with a smile is the best result a parent could ask for! ❤️

Parents, is your child’s hard work being hidden by exam anxiety?

Stop the “silly mistakes” and help them unlock their true potential. We are here to help your child become Exam Fear-Free.

📢 Want a personal solution? Book a 1-on-1 Session for your child now.
📲 WhatsApp “CONFIDENCE” to 8822123202 to secure your slot! examstress mindsetmatters

07/05/2026

শ্ৰেষ্ঠৰ জাপানৰ হোষ্টেলৰ কোঠাটো

এটা নতুন IDENTITY create কৰি মোৰ Money Blockage নাইকিয়া কৰিলোঁ। প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ পৰা সফল Wellness Coach ...
06/05/2026

এটা নতুন IDENTITY create কৰি মোৰ Money Blockage নাইকিয়া কৰিলোঁ। প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ পৰা সফল Wellness Coach লৈ। আৰু সন্তানৰো Japan ত পঢ়াৰ সপোন পূৰ কৰিব পাৰিলোঁ। আপোনাৰো MONEY Blockage আঁতৰাব বিচাৰে যদি MONEY বুলি Comment কৰক!

NEET ৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী প্ৰশিক্ষাৰ্থীক Advance NLP Session দিছিলোঁ। তেওঁ exam ৰ সময়ত খুব Panic কৰে আৰু পৰী...
05/05/2026

NEET ৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী প্ৰশিক্ষাৰ্থীক Advance NLP Session দিছিলোঁ। তেওঁ exam ৰ সময়ত খুব Panic কৰে আৰু পৰীক্ষাত পাহৰি যায়। দেওবাৰ, ৩ মে'ৰ দিনা পৰীক্ষা দি আহিয়েই জনাইছে, তেওঁ panic কৰা নাই আৰু exam ভাল হৈছে। মনটো খুব ভাল লগাত আপোনালোকৰ লগত share কৰিবৰ মন গ'ল।



05/05/2026

✨ Before You Get Up From Bed… Do This 1 Yoga Pose

What’s-8822123202 for Online yoga classes specifically designed for Women only

48 বছৰত ভৰি দিয়াৰ পাছত এটা সিদ্ধান্ত লৈছিলোঁ-  কোনো মানুহৰ পৰা বিশেষ একো আশা নকৰা আৰু নিজক কষ্ট দি কাকো সুখী নকৰা । সেয়া...
04/05/2026

48 বছৰত ভৰি দিয়াৰ পাছত এটা সিদ্ধান্ত লৈছিলোঁ- কোনো মানুহৰ পৰা বিশেষ একো আশা নকৰা আৰু নিজক কষ্ট দি কাকো সুখী নকৰা । সেয়া কোনোবা ব্যক্তি বা সমাজেই নহওঁক কিয়? সম্পূৰ্ণ হ'বলৈ যত্ন কৰিম। জানো, নিজক সুখী কৰিবলৈকে আটাইতকৈ বেছি সাহস লাগে, কিন্তু সেই সাহস সকলো ব্যক্তিয়ে গোটোৱা উচিত। জীৱনৰ আৰুনো কিমান সময় বাকী আছে! এতিয়াই যদি জীয়াই নলওঁ, সেই দিন আহিবনো কেতিয়া?

Address

Guwahati
781024

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918822123202

Alerts

Be the first to know and let us send you an email when Tulumoni Mind & Wellness posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Tulumoni Mind & Wellness:

Share