Pathak Herbal & Ayurveda

Pathak Herbal & Ayurveda 100% HERBAL & AYURVEDIC FORMULA

11/04/2026
03/04/2026

আজিৰ দিনটো PNR Polyclinic ৰ বাবে এটা
গৌৰৱৰ মুহূৰ্ত আছিল।
প্ৰসিদ্ধ চিকিৎসক Dr. D. P. Goswami দেৱে আমাৰ PNR Polyclinic পৰিদৰ্শন কৰিছিল।

তেওঁৰ আগমনে আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে। এই উপলক্ষে আমি তেওঁক “প্ৰগতি প্ৰেৰণা বঁটা” প্ৰদান কৰি আন্তৰিকভাৱে সম্বৰ্ধনা জনালোঁ।

তেওঁৰ আশীৰ্বাদ আৰু পৰামৰ্শ আমাৰ আগন্তুক যাত্ৰাত অধিক উৎসাহ যোগাব।

PNR Polyclinic ৰ পৰিয়ালৰ তৰফৰ পৰা Dr. D. P. Goswami দেৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ

Address

Pragati House, Jalukbari, Sadilapur, Seuji Lakhimi Path
Guwahati
781012

Telephone

+918822833516

Website

Alerts

Be the first to know and let us send you an email when Pathak Herbal & Ayurveda posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share