
14/06/2025
Thank you sir
ৰক্তদানৰ দৰে মহান কাৰ্যই কোনো ব্যক্তিৰ জীৱনলৈ আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে। ৰক্তদান মানেই জীৱন দান। এই নি:স্বাৰ্থ কাৰ্যৰ সৈতে নিজক জড়িত কৰিবলৈ সুযোগ পোৱাটো সৌভাগ্যৰ কথা। আজি 'বিশ্ব ৰক্তদাতা দিৱস'ত এই পৱিত্ৰ কাৰ্যৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আহক, আমি ৰক্তদানৰ বিষয়ে সমাজত অধিক সজাগতাৰ সৃষ্টি কৰোঁ।
A single drop of blood can bring a ray of hope to someone's life. This , I urge everyone to donate blood and spread the joy of life to innumerable faces.