Assam Healthcare Cooperative Society Ltd.

Assam Healthcare Cooperative Society Ltd. Established in Sep 2016, Assam Healthcare Cooperative Society (No. Assam Cooperative is committed to promoting affordable, accessible and quality healthcare.

G-05/2016-17) is pioneering a citizen driven initiative to promote health and make healthcare affordable by leveraging its membership strength. Our members avail rebates on their medical bills at over 60 hospitals, diagnostic centres and pharmacies. The membership fee is Rs. 500 per individual LIFELONG.

Our new tie-up.Lowar  Hospital & Research CenterBongaigaon
04/12/2025

Our new tie-up.Lowar Hospital & Research Center
Bongaigaon

Swagat Super Speciality Hospital and Surgical institute maligaon ৰ সহযোগত আৰু assam healthcare cooperative society Ltd ৰ...
05/11/2025

Swagat Super Speciality Hospital and Surgical institute maligaon ৰ সহযোগত আৰু assam healthcare cooperative society Ltd ৰ উদ্যোগত আজি শুৱালকুচি পোষ্ট অফিচ ৰোডত এটা ৰোগ প্ৰতিৰোধী চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

The latest newsletter of Assam Healthcare Co-op Society is available to download from the link in the comment box. অনুগ্...
01/11/2025

The latest newsletter of Assam Healthcare Co-op Society is available to download from the link in the comment box. অনুগ্ৰহ কৰি ৰাইজৰ‌ হিতাৰ্থে বিতৰণ কৰক।

আজি অসম স্বাস্থ্য সেৱা সমবায়ৰ অফিচ সলনি হ'ল।ঘৰ লোৱাৰ মাংগলিক আনুষ্ঠানিকতা।মাথো ৫০০ টকাৰে সমবায়ৰ আজীৱন হিতাধিকাৰী সদস্য...
14/10/2025

আজি অসম স্বাস্থ্য সেৱা সমবায়ৰ অফিচ সলনি হ'ল।ঘৰ লোৱাৰ মাংগলিক আনুষ্ঠানিকতা।
মাথো ৫০০ টকাৰে সমবায়ৰ আজীৱন হিতাধিকাৰী সদস্য হৈ আপুনি ৰাজ্যৰ আৰু দেশৰো প্ৰায় ৫০খনৰো অধিক ডায়গনষ্টিক ছেন্টাৰ, হস্পিটাল আৰু ফাৰ্মাছিত ১০-৪০% ৰেহাই পাব পাৰে। সদস্য ভুক্তিৰ লিংকটো কমেন্টত।
অফিচৰ নতুন ঠিকনা
ASSAM HEALTHCARE COOPERATIVE SOCIETY
144, Rajgarh Road, Bhangagarh
Opposite Aruna Memorial Hospital (2nd floor on the building just opposite)
Guwahati: 781005

আজি অসম স্বাস্থ্য সেৱা সমবায়ৰ অংশীদাৰসকলৰ সভাৰ কেইখনমান ফটো। অসম স্বাস্থ্য সেৱা সমবায় দেশৰ প্ৰথমখন‌ Not-for-Profit সমব...
09/10/2025

আজি অসম স্বাস্থ্য সেৱা সমবায়ৰ অংশীদাৰসকলৰ সভাৰ কেইখনমান ফটো। অসম স্বাস্থ্য সেৱা সমবায় দেশৰ প্ৰথমখন‌ Not-for-Profit সমবায়।‌‌ ২০২৪ চনৰ মাৰ্চ মাহৰ এখন বিশেষ সাধাৰণ সভাত অংশীদাৰসকলে সমবায়‌খন অংশীদাৰসকলৰ লাভৰ বাবে নহয় বৰং জনসেৱাৰ হকেহে মূলতঃ কাম কৰিব বুলি সমবায়ৰ নিয়মাৱলী সংশোধনৰ প্ৰস্তাৱ লৈছিল।‌ কিন্তু অসম চৰকাৰৰৰ সমবায় বিভাগে উক্ত প্ৰস্তাৱটো প্ৰথমে অগ্ৰাহ্য কৰিছিল যে সমবায়ে Not-for-Profit কামৰ বাবে অনুদান আদি লোৱাটো সমবায়ৰ বিধিত নাই। কিন্তু আমি এইধৰণৰ ব্যৱস্থা লিখিত ৰূপত নাথাকিলেও সমবায় আন্দোলনৰ নীতিৰ আধাৰত বিধিয়ে বাধা নিদিয়ে বুলি যুক্তিসহ পুণৰ বিবেচনাৰ বাবে আৱেদন দিয়াত ২০২৫ চনৰ আগষ্ট মাহত প্ৰস্তাৱটোত মঞ্জুৰী দিয়ে। লগে লগে ৰাজ্যত আনকি দেশতো অসম স্বাস্থ্য সেৱা সমবায়ে মূলতঃ দাতব্য কাম‌ কৰা‌ এখন‌ Not -for-Profit সমবায়ৰ ৰূপ ল'লে। সমবায়খন ইতিমধ্যে Corporate Social Responsibility Fund গ্ৰহণ কৰিব পৰাকৈ পঞ্জীয়ন হৈছে। আমাৰ অংশীদাৰসকলৰ উদ্দেশ্য জনসেৱা। ইয়াক এখন সম্পূৰ্ণ আৰু নানান সেৱা আগবঢ়াবলৈ সক্ষম এটা ৰাইজৰ অনুষ্ঠান ৰূপে গঢ়ি তুলিবলৈ আমি দায়বদ্ধ। আমাৰ গতি চমক লগা নহ'লেও‌ নিৰবিচ্ছিন্ন। আত্মপ্ৰচাৰ আৰু আত্মস্বাৰ্থ ভৰা সামাজিক বাতাবৰণ অনুকূল নহয়। কিন্তু আমি এই বাস্তৱ স্বত্তেও আশাবাদী।
মাথো ৫০০ টকাৰে সমবায়ৰ আজীৱন হিতাধিকাৰী সদস্য হৈ আপুনি ৰাজ্যৰ আৰু দেশৰো প্ৰায় ৫০খনৰো অধিক ডায়গনষ্টিক ছেন্টাৰ, হস্পিটাল আৰু ফাৰ্মাছিত ১০-৪০% ৰেহাই পাব পাৰে। সদস্য ভুক্তিৰ লিংকটো কমেন্টত।

সুৰে মন ভৰালে, দয়াই হৃদয় পৰশিলে।ৰক্ত প্ৰৱাহৰ সুৰধ্বনিত তোমাৰেই সুৰ নিগৰিলে।আমাৰ শ্ৰদ্ধাঞ্জলি।
29/09/2025

সুৰে মন ভৰালে, দয়াই হৃদয় পৰশিলে।
ৰক্ত প্ৰৱাহৰ সুৰধ্বনিত তোমাৰেই সুৰ নিগৰিলে।

আমাৰ শ্ৰদ্ধাঞ্জলি।

যদি আপুনি ৰক্তদান কৰিব বিচাৰিছে আমাক আগতীয়াকৈ তলৰ WhatsApp লিংকযোগে যোগাযোগ কৰক।
23/09/2025

যদি আপুনি ৰক্তদান কৰিব বিচাৰিছে আমাক আগতীয়াকৈ তলৰ WhatsApp লিংকযোগে যোগাযোগ কৰক।

৩০ আগষ্টৰ দিনা AIPL আৰু অসম স্বাস্থ্য সেৱা সমবায়ে AIPL ভাঙাগৰস্থিত Officeত মনিপুৰৰ সদস্য সকলৰ কাৰণে এটা শিবিৰ অনুষ্ঠিত ...
31/08/2025

৩০ আগষ্টৰ দিনা AIPL আৰু অসম স্বাস্থ্য সেৱা সমবায়ে AIPL ভাঙাগৰস্থিত Officeত মনিপুৰৰ সদস্য সকলৰ কাৰণে এটা শিবিৰ অনুষ্ঠিত কৰে।

খানাপাৰাস্থিত সমবায় ভৱনৰ পৰা (আমাৰ মুখ্য অফিচ) আমাৰ অফিচলৈ দুগৰাকী বাইদেউ আহি  কিছুমান প্ৰশিক্ষণ দি যায়।
13/08/2025

খানাপাৰাস্থিত সমবায় ভৱনৰ পৰা (আমাৰ মুখ্য অফিচ) আমাৰ অফিচলৈ দুগৰাকী বাইদেউ আহি কিছুমান প্ৰশিক্ষণ দি যায়।

24/07/2025
অসমীয়া যুৱ মঞ্চ দৰং জিলাৰ সহযোগত আৰু অসম স্বাস্থ্য সেৱা সমবায়ৰ উদ্যোগত আজি মঙ্গলদৈৰ মোৱামাৰীত এটা ৰোগ প্ৰতিৰোধী চিকিৎসা...
11/07/2025

অসমীয়া যুৱ মঞ্চ দৰং জিলাৰ সহযোগত আৰু অসম স্বাস্থ্য সেৱা সমবায়ৰ উদ্যোগত আজি মঙ্গলদৈৰ মোৱামাৰীত এটা ৰোগ প্ৰতিৰোধী চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

Max Healthcare is pleased to offer members ofcthe Assam Healthcare Cooperative the following benefits:  Offer I - Max St...
26/05/2025

Max Healthcare is pleased to offer members ofcthe Assam Healthcare Cooperative the following benefits:

Offer I - Max Standard Packages
15% discount on Standard Preventive Health Packages (PHPs)

Offer II – OPD Services
20% Discount on Investigations (Including CT scan& PET CT), Diagnostics and 20% on Consultations (Excluding outsourced items, consumable pharmacy, Implants)

Offer III – Eye and Dental Procedures
10% Discount on procedures

Offer IV – Hospitalization Services/Emergency Services 10% Discount on Room Rent, Investigations and Diagnostics (Only Applicable for NON TPA cases)

Offer V – Home Sample Collection
10% Discount Home Sample Collection

Should you require any further clarification on the above offers, please feel free to contact your relationship manager Mr. Parveen Chandel (7018937075, parveen.chandel@maxhealthcare.com).

This offer is valid from the date of acceptance, till 31st Dec. 2026 on an auto-renewal basis.

Address

Goswami Bhawan, Ward Street Road
Guwahati
781001

Opening Hours

Monday 8am - 8pm
Tuesday 8am - 8pm
Wednesday 8am - 8pm
Thursday 8am - 8pm
Friday 8am - 8pm
Saturday 8am - 8pm
Sunday 8am - 8pm

Telephone

+919085228863

Alerts

Be the first to know and let us send you an email when Assam Healthcare Cooperative Society Ltd. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Assam Healthcare Cooperative Society Ltd.:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram