07/01/2026
কেঞ্চাৰৰ বিৰুদ্ধে একেলগে 🤝
কেঞ্চাৰ এটা ৰোগ — শেষ নহয়।
ঠিক সময়ত পৰীক্ষা, আধুনিক চিকিৎসা আৰু মানৱীয় যত্নে আশা ঘূৰাই আনে। 💙
Swagat Superspeciality Hospital-ত আমি প্ৰতিটো ৰোগীৰ সৈতে আছোঁ—চিকিৎসাৰ পৰা মনোবললৈকে।
আপোনাৰ স্বাস্থ্যই আমাৰ অগ্ৰাধিকাৰ।
📍 Maligaon, Guwahati
📞 যোগাযোগ কৰক: 94355 88800