Shree Dhyan Griha

Shree Dhyan Griha Meditation and wellness centre
Yoga | Meditation | Yoga Nidra
A safe space for silence & self-awareness
Guided • Simple • Ethical
📍Studio | DM for sessions

16/03/2026
15/02/2026

🕊️ এই মন্ত্রই মোক ভিতৰৰ শান্তিৰ ওচৰলৈ লৈ যায়।🌸
🔱In every soft note, I find Shiva.

03/02/2026
শ্ৰী ধ্যান গৃহৰ তৰফৰ পৰা সকলো অসমবাসীলৈ ভোগালীৰ ওলগ ❤️
14/01/2026

শ্ৰী ধ্যান গৃহৰ তৰফৰ পৰা সকলো অসমবাসীলৈ ভোগালীৰ ওলগ ❤️

31/12/2025

21/12/2025

When the mind becomes still, life becomes clear.
Celebrate World Meditation Day by reconnecting with yourself. 🌸

21/12/2025

শান্তি ক’ত?
বাহিৰত নহয়…
শান্তি আছে আপোনাৰ ভিতৰত।

শান্ত মনেই সুন্দৰ জীৱনৰ আৰম্ভণি 🌿বিশ্ব ধ্যান দিৱসৰ শুভেচ্ছা 🧘🏻‍♀️🙏🏻🕉️✨
20/12/2025

শান্ত মনেই সুন্দৰ জীৱনৰ আৰম্ভণি 🌿
বিশ্ব ধ্যান দিৱসৰ শুভেচ্ছা 🧘🏻‍♀️🙏🏻🕉️✨

20/12/2025

আজি বিশ্ব ধ্যান দিৱস 🧘🏻‍♀️
ব্যস্ততাৰ মাজতেই,দৈনিক ৫ মিনিট হ’লেও ধ্যান কৰিবলৈ প্ৰয়াস কৰক ৷🕉️✨

Meditation/ধ্যান মানে—🧘🏻‍♀️নিজৰ মনটোৰ লগত অলপ সময় কটোৱা।🧘🏻‍♀️নিজৰ শ্বাস-প্ৰশ্বাস মন কৰা ।🧘🏻‍♀️নিজৰ ভিতৰৰ শব্দবোৰ শান্ত ক...
20/12/2025

Meditation/ধ্যান মানে—
🧘🏻‍♀️নিজৰ মনটোৰ লগত অলপ সময় কটোৱা।
🧘🏻‍♀️নিজৰ শ্বাস-প্ৰশ্বাস মন কৰা ।
🧘🏻‍♀️নিজৰ ভিতৰৰ শব্দবোৰ শান্ত কৰা।

18/12/2025

শ্ৰীমদ্ভাগৱত গীতাৰ পঞ্চম অধ্যায়ঃ কৰ্ম সন্যাস যোগ
"যিজনে কাম কৰে কিন্তু ফলত আসক্ত নহয়, তেখেতেই প্ৰকৃত যোগী।"
Shree Dhyan Griha

18/12/2025

শ্ৰীমদ্ভাগৱত গীতাৰ **চতুৰ্থ অধ্যায়**– "জ্ঞান কৰ্ম সন্ন্যাস যোগ"
🌼 এই অধ্যায়ৰ মূল বাণী —
"কৰ্ম কৰাঁ, কিন্তু জ্ঞানৰে বুজি কৰাঁ।
কৰ্ম নিস্বাৰ্থ হওঁক, ফলৰ আশাৰ পৰা মুক্ত হওঁক।এনে কৰ্মই হ’ল সঁচা সন্ন্যাস।"

Address

Noonmati
Guwahati
781020

Website

Alerts

Be the first to know and let us send you an email when Shree Dhyan Griha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram