14/01/2026
ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। মেজিৰ জুইৰ উমে আপোনাৰ মন-প্ৰাণ উজলাই তোলক, সকলো দুখ-কষ্ট জ্বলাই নিয়ক। পিঠা-পনা, লাৰু-চিৰাৰে ভৰা এই ভোগালী বিহুৱে আপোনাৰ ঘৰখন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই ৰাখক।
Happy Bhogali Bihu ✨️