N B Drugs Distributor

N B Drugs Distributor All kinds of Genuine and Generic medicines are available here.

বিশ্ব ধঁপাত বিৰোধী দিৱস'ত আমি যুৱপ্ৰজন্মক ধঁপাতজাত দ্ৰব্যৰ আসক্তিৰপৰা আঁতৰাই আনি এখন সুস্থ-সবল সমাজ গঢ়াৰ হকে প্ৰতিশ্ৰুতি...
31/05/2025

বিশ্ব ধঁপাত বিৰোধী দিৱস'ত আমি যুৱপ্ৰজন্মক ধঁপাতজাত দ্ৰব্যৰ আসক্তিৰপৰা আঁতৰাই আনি এখন সুস্থ-সবল সমাজ গঢ়াৰ হকে প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক৷

01/01/2025

HAPPY NEW YEAR
2025

আজি বিশ্ব এইডছ দিৱস। আহক, আজিৰ এই বিশেষ দিনটোত এইছ. আই. ভি. আৰু এইডছ ৰোগত আক্ৰান্ত লোকসকলৰ যুঁজত সমগ্ৰ বিশ্বৰ লগতে থিয় ...
01/12/2024

আজি বিশ্ব এইডছ দিৱস। আহক, আজিৰ এই বিশেষ দিনটোত এইছ. আই. ভি. আৰু এইডছ ৰোগত আক্ৰান্ত লোকসকলৰ যুঁজত সমগ্ৰ বিশ্বৰ লগতে থিয় দিওঁ। এই ভাইৰাছৰ সৈতে সাহসিকতাৰে যুঁজি অহা ব্যক্তিসকলক শাৰিৰীক অসুস্থতাৰ লগতে ইয়াৰ সৈতে জড়িত অপবাদে মানসিকভাৱেও দূৰ্বল কৰিব পাৰে। সেয়ে আজি সকলোকে আহ্বান জনাও যে এইছ. আই. ভি. -ত আক্ৰান্তসকলৰ প্ৰতি কোনো ভেদ-ভাৱ নাৰাখি কেৱল সমাজত সতৰ্কতা সৃষ্টিৰ প্ৰচেষ্টা চলায়।


আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস
08/11/2024

আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস

আজি "বিশ্ব ফাৰ্মাচিষ্ট দিৱস" উপলক্ষে ফাৰ্মাচিষ্টসকলক আন্তৰিক শুভেচ্ছা জনালোঁ আৰু তেওঁলোকৰ নিৰলস সেৱা তথা কৰ্তব্যনিষ্ঠাৰ ...
25/09/2024

আজি "বিশ্ব ফাৰ্মাচিষ্ট দিৱস" উপলক্ষে ফাৰ্মাচিষ্টসকলক আন্তৰিক শুভেচ্ছা জনালোঁ আৰু তেওঁলোকৰ নিৰলস সেৱা তথা কৰ্তব্যনিষ্ঠাৰ শলাগ লৈছোঁ।

ধপাতে জীৱন ধ্বংস কৰে।আজি ৩১ মে' দিনটোত "বিশ্ব ধপাত বিৰোধী দিৱস" উপলক্ষে ধপাতজাত সামগ্ৰী সেৱন নকৰাৰ কেৱল দৃঢ় সংকল্প লোৱাই...
31/05/2024

ধপাতে জীৱন ধ্বংস কৰে।

আজি ৩১ মে' দিনটোত "বিশ্ব ধপাত বিৰোধী দিৱস" উপলক্ষে ধপাতজাত সামগ্ৰী সেৱন নকৰাৰ কেৱল দৃঢ় সংকল্প লোৱাই নহয়, আমি আনকো এনে হানিকাৰক সামগ্ৰী পৰিহাৰ কৰিবলৈ উদ্বুদ্ধ কৰোঁ আহক।

আহক আমি সকলোৱে মিলি ধঁপাতক বিদায় দিওঁ।

Welcome  to everyone...
07/10/2023

Welcome to everyone...

Be Carefull...
18/08/2023

Be Carefull...

Welcome to N B Drugs Distributor
03/07/2023

Welcome to N B Drugs Distributor

Address

VILL: MANAHKUCHI, PO: MANAHKUCHI
Hajo

Website

Alerts

Be the first to know and let us send you an email when N B Drugs Distributor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share