Masum Medical

Masum Medical All kind of Madicin available.

শ্ৰদ্ধাৰ ৰাইজআপোনালোকলৈ এটা সু খবৰ। সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে দিনৰ ১বজাৰ পৰা ৫ বজালৈ জয়নগৰ বজাৰৰ MASUM MEDICAL ত উপস্থি...
19/04/2026

শ্ৰদ্ধাৰ ৰাইজ
আপোনালোকলৈ এটা সু খবৰ।
সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে দিনৰ ১বজাৰ পৰা ৫ বজালৈ জয়নগৰ বজাৰৰ MASUM MEDICAL ত উপস্থিত থাকিব Dr. Shahrukh Khan Bahadur (ড° শ্বাহৰুখ খান বাহাদুৰ)MBBS Fellowship Neurological Rehab & Pain Management,
আৰু লগতে বাত-বিষ, আঁঠুৰ বিষ, গাঁঠিৰ বিষ, ভৰিৰ তলুৱাৰ বিষ, ৰাজহাড়ৰ বিষ, হাড় ভাঙা, হাড়ৰ প্লাষ্টাৰ ইত্যাদিৰ চিকিৎসাৰ বাবে পৰামৰ্শ ল'ব পাৰিব।
আৰু প্ৰতিদিন লগ পাব .
Dr .M.I Laskar
Reg No - 1070(ASCIM)
Former Medical officer Mercy hospital, Nagaon.
গতিকে যোগাযোগ নম্বৰ 9957657427 /6003722253/8638374878
ধন্যবাদেৰে জয়নগৰ বজাৰৰ MASUM MEDICAL

19/04/2026

শ্ৰদ্ধাৰ ৰাইজ
আপোনালোকলৈ এটা সু খবৰ।
সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে দিনৰ ১বজাৰ পৰা ৫ বজালৈ জয়নগৰ বজাৰৰ MASUM MEDICAL ত উপস্থিত থাকিব Dr. Shahrukh Khan Bahadur (ড° শ্বাহৰুখ খান বাহাদুৰ)MBBS Fellowship Neurological Rehab & Pain Management,
আৰু লগতে বাত-বিষ, আঁঠুৰ বিষ, গাঁঠিৰ বিষ, ভৰিৰ তলুৱাৰ বিষ, ৰাজহাড়ৰ বিষ, হাড় ভাঙা, হাড়ৰ প্লাষ্টাৰ ইত্যাদিৰ চিকিৎসাৰ বাবে পৰামৰ্শ ল'ব পাৰিব।
গতিকে যোগাযোগ নম্বৰ 9957657427 /6003722253/8638374878
ধন্যবাদেৰে জয়নগৰ বজাৰৰ MASUM MEDICAL

22/03/2026

শ্ৰদ্ধাৰ ৰাইজ
আপোনালোকলৈ এটা সু খবৰ।
সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে দিনৰ ১বজাৰ পৰা ৫ বজালৈ জয়নগৰ বজাৰৰ MASUM MEDICAL ত উপস্থিত থাকিব Dr. Shahrukh Khan Bahadur (ড° শ্বাহৰুখ খান বাহাদুৰ)MBBS Fellowship Neurological Rehab & Pain Management,
আৰু লগতে বাত-বিষ, আঁঠুৰ বিষ, গাঁঠিৰ বিষ, ভৰিৰ তলুৱাৰ বিষ, ৰাজহাড়ৰ বিষ, হাড় ভাঙা, হাড়ৰ প্লাষ্টাৰ ইত্যাদিৰ চিকিৎসাৰ বাবে পৰামৰ্শ ল'ব পাৰিব।
গতিকে যোগাযোগ নম্বৰ 9957657427 /6003722253/7002136575
ধন্যবাদেৰে জয়নগৰ বজাৰৰ MASUM MEDICAL

সঞ্জু চেমছনৰ দুৰ্দান্ত ৯৭ ৰাণৰ ইনিংছৰ বাবে ইন্ডিয়া ফাইনেলত প্ৰৱেশ কৰিলে ।
01/03/2026

সঞ্জু চেমছনৰ দুৰ্দান্ত ৯৭ ৰাণৰ ইনিংছৰ বাবে ইন্ডিয়া ফাইনেলত প্ৰৱেশ কৰিলে ।

New looks Masum Medical .
22/01/2026

New looks Masum Medical .

26/12/2025
01/10/2025
28/09/2025

জয়নগৰ অঞ্চলৰ ৰাইজৰ বাবে সুখবৰ -
আপোনাৰ স্বাস্থ্যই হৈছে আপোনাৰ পৰিয়ালৰ সঁচা সম্পদ। এতিয়া সেই সম্পদৰ যত্ন ল’বলৈ আপুনি যাব নালাগে দূৰ চহৰত।

আজি ৰবিবাৰ আবেলি 3 বজাত মুকলি হল জয়নগৰ খান মাৰ্কেটৰ কাষত থকা Masum Medical & Clinic
আপোনাৰ অঞ্চলৰ প্ৰথম সৰ্বাংগীন স্বাস্থ্য সেৱা কেন্দ্ৰ।

Masum Medical & Clinic

উপলব্ধ সুবিধা সমূহ:
✅ সকলো ধৰণৰ গুণগতমান সম্পন্ন ঔষধ
✅ অভিজ্ঞ ডাক্তৰৰ পৰামৰ্শ
✅ আধুনিক ECG Test সুবিধা
✅ বিশেষজ্ঞ Physiotherapy
✅ Blood Collection Center
✅ শিশু সকলৰ বাবে Nebulizing সুবিধা

স্থান: Joynagar, Khan Market, Hojai (Assam) - 782445

📞 যোগাযোগ: 9957657427 / 6003722253

আপোনাৰ স্বাস্থ্য, আপোনাৰ হাতত
এতিয়া জয়নগৰৰ বুকুতেই সহজলভ্য হ’ব চিকিৎসা, পৰীক্ষা আৰু স্বাস্থ্য সেৱা।

আহক, আমাৰ সৈতে জড়িত হওক আৰু স্বাস্থ্যকৰ জীৱনৰ দিশে এক নতুন পথ আৰম্ভ কৰক।

Masum Medical & Clinic “আপোনাৰ বিশ্বাসেই আমাৰ শক্তি”।

20/09/2025

ইয়াৰ দ্বাৰা জয়নগৰ অঞ্চলৰ
সকলো ৰাইজক যোনোৱা যায় যে আজি সন্ধিয়া ৭বজাত জয়নগৰ বজাৰত মাচুম medical উচৰত জুবিন গাৰ্গেৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰ্য্ সুচী হাতত লোৱা হৈছে।
গতিকে সকলো ৰাইজ আৰু যুব সংঘৰ কৰ্ম কৰতা সকলক উপস্থিত থাকি বলৈ অনুৰোধ জনোৱা হল
লগতেই জয়নগৰ ব্যৱসায়িক দোকান বন্ধ থাকিব।
# জয়নগৰ যুব সংঘ।

Address

Hojai
782435

Telephone

+919957657427

Website

Alerts

Be the first to know and let us send you an email when Masum Medical posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share