MEDINA HERBAL AYURVEDIC RESEARCH CENTRE

MEDINA HERBAL AYURVEDIC RESEARCH CENTRE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MEDINA HERBAL AYURVEDIC RESEARCH CENTRE, Medical and health, Howli.

Medina Herbal Ayurvedic Research Centre Contact 7002729769
23/07/2025

Medina Herbal Ayurvedic Research Centre
Contact 7002729769

গৰম যথেষ্ট হৈছে…এই সপ্তাহত উষ্ণতা হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। বৰষুণ অত্যন্ত কম হ'ব আগন্তুক সাত দিনত ; প্ৰায় নাই বুলিয়...
14/06/2025

গৰম যথেষ্ট হৈছে…এই সপ্তাহত উষ্ণতা হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। বৰষুণ অত্যন্ত কম হ'ব আগন্তুক সাত দিনত ; প্ৰায় নাই বুলিয়েই ক' ব পাৰি… গতিকে…

(1) মাছ, মাংস, ডিম খোৱাৰ পৰা যথাসম্ভৱ বিৰত থাকক।
(2) তেল, ঘিঁউ আদি কৰি অন্য চৰ্বিযুক্ত খাদ্য যথাসম্ভৱ পৰিহাৰ কৰক ।
(3) যথেষ্ট পৰিমাণে পৰিস্কাৰ পানী খাওক। গৰম লাগিছে বুলি ফ্ৰীজত ঠাণ্ডা কৰা পানী, কল্ড ড্ৰিংকছ, আইচক্ৰীম উৎকট গৰমৰ সময়ত নাখাব ; বিয়লিৰ পিছত কম পৰিমাণে খাব পাৰে।
(4) নেমুৰ চৰবৎ, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস, গ্লুকজপানী মাজে মাজে খাব পাৰে। ডায়েবেটিজৰ ৰোগীয়ে গ্লুকজ পানী বৰ্জন কৰিব, কম পৰিমাণৰ কুঁহিয়াৰৰ ৰস খাব পাৰে যদি তেজৰ শৰ্কৰাৰ পৰিমাণ যথেষ্ট বেছি নহয়।
(5) ঢিলা, বগা কপাহী কাপোৰ পিন্ধক। চিন্থেটিক পোছাক পৰিহাৰ কৰক।
(6)বাহিৰলৈ ওলাই গ'লে ছাতি, টুপী, ক'লা চশমা ইত্যাদি ব্যৱহাৰ কৰিবলৈ সংকোচ নকৰিব।
(7) উচ্চ ৰক্তচাপৰ ৰোগী আৰু হৃদৰোগী সকলে পোনপটীয়া সূৰ্য্যৰ পোহৰত বেছি সময় ঘূৰাপকা নকৰিব।
(8) বাৰে বাৰে গা নুধুব।
(9) কঠোৰ শাৰিৰীক পৰিশ্ৰমৰ কাম পুৱা ৯/১০ বজাৰ আগতে শেষ কৰক, বিয়লি ৪ বজাৰ পৰা পুণৰ সৰ্বাধিক ডেড় দুঘণ্টাৰ বাবে কৰিব পাৰে যদি শৰীৰে অনুমতি দিয়ে।
(10) যথেষ্ট পৰিমাণে জিৰণি লওক, নিজকে উত্তেজিত কৰিব পৰা খাদ্য, আচৰণ আৰু পৰিৱেশৰ পৰা দূৰত ৰাখক।
(11) শৰীৰে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে অভ্যাস বশতঃ খাদ্য গ্ৰহণ নকৰিব।
(12) ৰন্ধা খাদ্য বেছি সময় ৰাখি থৈ নাখাব।
(13) চিৰা দৈ কল গুড় আদি খাদ্যৰ প্ৰতি মনোযোগ দিয়ক।
(14) শাকপাচলি, ছালাড, শুকান ফল আদি এই সময়ত উপকাৰী।
(15) পৰম্পৰাগত খাদ্য যেনে ভেদাইলতা, নৰসিংহ মানিমুনিৰ লগত সম্পৰ্ক স্থাপন কৰক। নহৰু আৰু তেতেলি ব্যৱহাৰ কৰিব পাৰে।
(16) উপযুক্ত পৰিমাণে প্ৰস্ৰাৱ যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখক।

কুশলে থাকক, সুস্থ থাকক।

31/10/2024
27/06/2024

Address

Howli
781319

Telephone

+917002729769

Website

Alerts

Be the first to know and let us send you an email when MEDINA HERBAL AYURVEDIC RESEARCH CENTRE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to MEDINA HERBAL AYURVEDIC RESEARCH CENTRE:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram