21/07/2025
এই ভদ্ৰ লোক জন মোৰ ওচৰলৈ আহিছিল। তেখেতক মাটি বাৰীৰ সংক্ৰান্তত ওচৰৰ চুবুৰীয়া ই বহুত বেয়াকৈ মাৰ ধৰ কৰিছিল। পৰীক্ষা কৰি পোৱা গল তেখেতৰ বাওঁ হাত খন সম্পূৰ্ণ ভাৱে বিকল।xray কৰি পৰা গল যে তেখেতৰ হাৰৰ ২ ঠাইত ( বাহু আৰু হাতত)বহুত বেয়াকৈ fracture hoise ( ফটো ১,২) লগতে radial nerve injury হৈছে যাৰ বাবে তেখেতৰ হাত খন সম্পুৰ্ন বিকল হৈ পৰিছে। সময় নষ্ট নকৰি তেখেতক অতি সোনকালে operation কৰা হল (ফটো ৩,৪)।আৰু Radial nerve(ৰেডিয়েল স্নায়ু) ডাল যিখিনি ঠাইত চেপা খাই আছিল তাক সম্পুৰ্ণ ভাবে গুচাই দিয়া হল লগতে ভঙা ঠাইত plate এখন এখন লগাই দিয়া হল। এতিয়া ভদ্ৰ লোক জনে লাহে লাহে হাত খন লৰাব পৰিছে আৰু সম্ভবত তেখেতে ৩ মাহ মানৰ ভিতৰত সম্পুৰ্ণ সুস্থ hoi উঠিব ।