19/10/2025
আমি সদায় জীৱনৰ ওপৰত অভিযোগ কৰোঁ —
এই সমস্যা, সেই সমস্যা।
কিন্তু আজি লগ পোৱা মোৰ বিশেষ ৰোগী —
ইয়াৰ ক্লিনিকলৈ দ্বিতীয় আগমন।
জন্মৰ দিনৰ পৰাই অন্ধ —
এই সুন্দৰ বিশ্ব দেখা নাই কেতিয়াও,
নাই দেখা তাৰে জননীকো,
যিয়ে তেওঁক জীৱন দিছিল