01/05/2026
ষ্ট্ৰোকৰ পিছত জীৱন থমকি নাথাকে — সঠিক ৰিহেবিলিটেচনৰ সহায়ত পুনৰ গতি পোৱা যায়।
শৰীৰৰ শক্তি, মনৰ সাহস আৰু নিয়মীয়া চিকিৎসাৰ যোগে আপোনাৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহক। 💙
Life doesn’t stop after a stroke — with the right rehabilitation, movement and independence can return.
Through strength, determination, and consistent care, you can work your way back to a normal life. 💙