AyurMax Pharmacy & Clinic ,Jorhat

AyurMax Pharmacy & Clinic ,Jorhat A Unit Of Complete Ayurvedic Treatment ,Therapy & Yoga Centre.

01/09/2024

আশা কৰো আপোনালোক সকলোৱে আৰ্য়ুবেদিক চিক্যিসাৰ যোগেদি সুস্থ থাকে I

আজি 13 /5 /24 তাৰিখ সোমবাৰে আমাৰ AyurMax Pharmacy  & Clinic ৰ দ্বিতীয় বৰ্ষপুতিৰ লগত সংগতি ৰাখি এটি বিনামুলীয়া চিক্যিসা আ...
13/05/2024

আজি 13 /5 /24 তাৰিখ সোমবাৰে আমাৰ AyurMax Pharmacy & Clinic ৰ দ্বিতীয় বৰ্ষপুতিৰ লগত সংগতি ৰাখি এটি বিনামুলীয়া চিক্যিসা আৰু ঔষধ বিতৰণ শিবিৰ অনুস্থিত কৰা হয় I এই অনুস্থানত উপস্থিত হোৱা সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালো Iআমাক যাতে আগুৱাই যোৱাত আৰ্শীবাদ কৰে I

25/11/2023
Overian Cyst ৰ সফল আৰ্য়ুবেদিক চিক্যিসা =================================এগৰাকী 27 বছৰীয়া  মহিলাৰ 32 ×40 mm Overian Cyst ...
25/11/2023

Overian Cyst ৰ সফল আৰ্য়ুবেদিক চিক্যিসা
=================================
এগৰাকী 27 বছৰীয়া মহিলাৰ 32 ×40 mm Overian Cyst ভাল হ'ল মাত্ৰ তিনিমাহ চিক্যিসা কৰি I
আপুনিওঁ যদি ভুগি আছে সোনকালে যোগাযোগ কৰক 97065 68820

আজি 11 Nov 2023 শনিবাৰে 8 ম আৰ্য়ুবেদ দিৱস ৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ AMO ৰ সহযোগত Geeta Ashram ত এক স্বাস্থ্য সজাগতা ...
11/11/2023

আজি 11 Nov 2023 শনিবাৰে 8 ম আৰ্য়ুবেদ দিৱস ৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ AMO ৰ সহযোগত Geeta Ashram ত এক স্বাস্থ্য সজাগতা শিবিৰ আৰু বিনামুলীয়া চিক্যিসা প্ৰদান কৰা হয় I উক্ত শিবিৰত প্ৰায় 50 -60 জন মান ৰোগীক চিক্যিসা প্ৰদান কৰা হয় I উক্ত শিবিৰত চিক্যিসা সেৱা আগবহায় জেষ্ঠ চিক্যিসক Dr.Moniram Kalita ,Dr.Dilip Borah & Dr Uma S***a .

13/10/2023

AYURVEDA is the Father of all medical science . So pls follow Ayurveda for a healthy life .

13/10/2023

আঠুঁ বিষৰ এক বিশেষ আৰ্য়ুবেদিক থেৰাপী I

Save your Liver "World Hepatities Day "
28/07/2023

Save your Liver
"World Hepatities Day "

সকলোকে আৰ্য়ুমেক্স ৰ্ফামাছী আৰু ক্লিনিকৰ তৰফৰ পৰা বহাগ বিহুৰ ওলগ জনালো
14/04/2023

সকলোকে আৰ্য়ুমেক্স ৰ্ফামাছী আৰু ক্লিনিকৰ তৰফৰ পৰা বহাগ বিহুৰ ওলগ জনালো

Address

A. T. Road Kenduguri
Jorhat

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm

Website

Alerts

Be the first to know and let us send you an email when AyurMax Pharmacy & Clinic ,Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to AyurMax Pharmacy & Clinic ,Jorhat:

Share