সহজযোগ আজিৰ মহাযোগ Sahaj jog Ajir Mahajog

  • Home
  • India
  • Jorhat
  • সহজযোগ আজিৰ মহাযোগ Sahaj jog Ajir Mahajog

সহজযোগ আজিৰ মহাযোগ Sahaj jog Ajir Mahajog সহজযোগ এক শাস্ত্ৰ সন্মত তথা বৈজ্ঞানিক ধ্যান পদ্ধতি যাৰ দ্বাৰা নিজৰ মাজত থকা সুপ্ত শক্তি জাগ্ৰত হয়।

18/02/2023

আজি মহাশিৱৰাত্ৰি......
"যত জীৱ তত শিৱ"..
ইয়াৰ অৰ্থ জীৱ অৰ্থাৎ সকলো আত্মাতেই পৰমাত্মা বিৰাজমান। কিন্তু নিজৰ ভিতৰত পৰমাত্মাৰ সন্ধান নকৰি বাহিৰত বিচাৰি ফুৰি আজি আমি ভ্ৰমত জীয়াই আছো।

প্ৰভু মহাদেৱৰ অসীম কৃপাত সকলোৰে জ্ঞান চকু মুকলি হওক। সকলো সত্য সন্ধানী একোটা মনৰ অধিকাৰী হওক। এয়াই প্ৰাৰ্থনা।
#শিৱৰাত্ৰি
#ভোলেবাবা
#শিৱশম্ভু
#মহাদেৱ

নমস্কাৰ,এই গ্ৰুপত যি সকল লোক অন্তৰ্ভুক্ত হৈছে, তেখেত সকলে যদি সহজযোগ ধ্যান সম্পৰ্কে বিশদ ভাবে জানিবলৈ আগ্ৰহী তেনেহলে নিজ...
21/08/2021

নমস্কাৰ,
এই গ্ৰুপত যি সকল লোক অন্তৰ্ভুক্ত হৈছে, তেখেত সকলে যদি সহজযোগ ধ্যান সম্পৰ্কে বিশদ ভাবে জানিবলৈ আগ্ৰহী তেনেহলে নিজৰ ফোন নম্বৰ সহ আমালৈ ফেচবুক মেছেঞ্জাৰৰ যোগেদি মেচেজ কৰক।
ধন্যবাদ

আপোনালোকলৈ কেইটা মান সহজ প্ৰশ্ন... ভাবি চাওকচোন-----১)আপোনালোকে বাৰু এটা চিন্তামুক্ত, টেনশ্যন মুক্ত, শান্তিপূৰ্ণ, সুখী জ...
06/08/2021

আপোনালোকলৈ কেইটা মান সহজ প্ৰশ্ন... ভাবি চাওকচোন-----
১)আপোনালোকে বাৰু এটা চিন্তামুক্ত, টেনশ্যন মুক্ত, শান্তিপূৰ্ণ, সুখী জীৱন অতিবাহিত কৰিব নিবিচাৰে নে?? নিশ্চয় বিচাৰে নহয় জানো?
২) আপোনালোকে সকলো ধৰনৰ শাৰীৰিক,মানসিক, ভাৱনাত্মক ৰোগৰ পৰা মুক্ত হৈ এটি নিৰোগী শৰীৰ কামনা নকৰেনে? নিশ্চয় কৰে?
৩) সকলো ধৰ্মৰ লোকেই কম বেছি পৰিমাণে ঈশ্বৰ বিশ্বাস কৰে.. আপুনিও তাৰ মাজৰ এজন.. কিন্তু আপুনি কেতিয়াবা আমাৰ চাৰিওফালে অহৰহ প্ৰবাহমান ঈশ্বৰৰ প্ৰেম শক্তিৰ অনুভুতি লাভ কৰিছেনে???

আপুনি যদি জীৱনত সকলো দিশৰ পৰা হতাশ আৰু নিৰাশ হৈ পৰিছে আৰু ওপৰোক্ত প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আপুনি যদি ইচ্ছুক তেনেহ'লে অহা ১৫ আগষ্ট ২০২১ ৰবিবাৰে বিয়লি ৪ বজাত Zoom application ৰ জৰিয়তে অনুষ্ঠিত হ'ব লগা আমাৰ অনুস্থানত অংশগ্ৰহণ কৰিবলৈ আজিয়েই নিজৰ নাম পঞ্জীয়ন কৰক।
*এই অংশগ্ৰহণ সম্পূৰ্ণ বিনামূলীয়া*

আমাৰ যোগাযোগ নম্বৰ 8638239455

22/06/2021
21/05/2021

Myths and truth about Meditation 🧘🏻‍♂️

13/05/2021

#সুপ্ৰভাত
এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো শুভ ঘটনা বা পৰিঘটনা সেই পৰমপিতা পৰমেশ্বৰৰ ইচ্ছাতে সংঘটিত হয়। আপোনাৰ মোৰ সকলোৰে উশাহ-নিশাহ তেওঁৰ ইচ্ছা অনুসৰি চলি আছে। সেয়েহে যিটো শক্তিয়ে আমাক পৰিচালনা কৰি আছে আমিও সেই পৰম শক্তিশালী শক্তিৰ ইচ্ছাক সন্মান জনাই তেওঁৰ দৃষ্টিত এজন সৎ আৰু শুদ্ধ চিত্তৰ মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা উচিত।
আমাৰ চাৰিওকাষে থকা মানুহ খিনিৰ দৃষ্টিত আমি কেনে সেইটো বিষয়তকৈ ঈশ্বৰৰ দৃষ্টিত আমি তেওঁৰ কৃপাদৃষ্টিৰ যোগ্য হয়নে নহয় সেইটো বেছি গুৰুত্বপূৰ্ণ।
গতিকে আহকচোন আত্ম বিশ্লেষণৰ দ্বাৰা আমি নিজৰ মাজত থকা অৱগুণ সমূহৰ প্ৰতি সচেতন হওঁ আৰু ঈশ্বৰৰ প্ৰিয় হ'বলৈ যত্ন কৰো।
www.sahajayoga.org

12/05/2021
10/04/2021

শুপ্ৰভাত
বৰ্তমান বহুতে ভাবে যে জীৱনৰ সকলো সুখ ভোগ কৰি আজৰি হৈ বৃদ্ধ অৱস্থাত হে আধ্যাত্মিক জীৱনত প্ৰৱেশ কৰাৰ প্ৰকৃত সময়। তাৰ আগতে আধ্যাত্মিক জীৱনত প্ৰবেশ কৰিলে জীৱনৰ বিভিন্ন সুখ ভোগ কৰাৰ পৰা বঞ্চিত হ'ব লগা হয়।
কিন্তু সেইয়া একে বাৰেই সত্য নহয়। আধ্যাত্মিক জীৱন যাপন কৰা মানে মানে সংসাৰ ত্যাগ কৰি বৈৰাগ্যক আঁকোৱালি লোৱা নুবুজায়।
নিজৰ চেতনা শক্তিক আৰু অধিক উন্নত কৰি মানৱ জীৱনৰ প্ৰকৃত অৰ্থ বুজি লৈ ইয়াক আৰু অধিক সুখ আনন্দৰে সমৃদ্ধিশালী কৰি তোলাই হ'ল প্ৰকৃত আধ্যাত্মিকতা।

~সহজযোগ আজিৰ মহাযোগ~

12/03/2021

Greetings everyone,

“You cannot know the meaning of your life until you are connected to the power that created you.”

Join us on the given link

*Day: Sunday, 14th March, 2021*

*Time: Beginners session : 9 am - 10 am IST*
*Practitioners session : 11 am - 12 pm IST*

Zoom link to join (for both sessions)
https://zoom.us/j/278960932

Kindly register on
www.sahajaonline.com to get useful blogs

*It's always free*

Zoom is the leader in modern enterprise video communications, with an easy, reliable cloud platform for video and audio conferencing, chat, and webinars across mobile, desktop, and room systems. Zoom Rooms is the original software-based conference room solution used around the world in board, confer...

18/02/2021

आप सभी प्रियजनों को अभिवादन,

इच्छा से मुक्ति और प्रकृति के उपहार को संजोने से आंतरिक शांति मिलती है।

विचारों के बोझ से खुद को मुक्त करने हेतु नीचे दिए गए लिंक के माध्यम से ध्यान सत्र में भाग लें।

*दिन: रविवार, 21 फरवरी, 2021*

*समय:*

*सहज योग ध्यान शुरुआत करने हेतु सत्र - 9 बजे प्रातः से 10 बजे प्रातः तक*

*सहज योग ध्यान के अभ्यास हेतु सत्र - 11 बजे प्रातः से 12 बजे दोपहर तक*

ध्यान सत्र से जुडने के लिए ज़ूम लिंक (दोनों सत्रों हेतु)

https://zoom.us/j/278960932

*उपयोगी ब्लॉग और नियमित अपडेट के लिए कृपया www.sahajaonline.com पर रजिस्टर करें*

*सर्वदा पूर्णतः नि:शुल्क*

Zoom is the leader in modern enterprise video communications, with an easy, reliable cloud platform for video and audio conferencing, chat, and webinars across mobile, desktop, and room systems. Zoom Rooms is the original software-based conference room solution used around the world in board, confer...

শুদ্ধ আধ্যাত্মিক জ্ঞান আৰু আত্মোপলবদ্ধি লাভ কৰিবলৈ লগ ইন কৰক-www.sahajayoga.org.in
30/01/2021

শুদ্ধ আধ্যাত্মিক জ্ঞান আৰু আত্মোপলবদ্ধি লাভ কৰিবলৈ লগ ইন কৰক-www.sahajayoga.org.in

Address

Jorhat

Alerts

Be the first to know and let us send you an email when সহজযোগ আজিৰ মহাযোগ Sahaj jog Ajir Mahajog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share