Team Humanity

Team Humanity Spreading Voluntary Blood Donation and all Social Activity.

03/12/2024

টিম হিওমেনিটীৰ হৈ যোৱা নৱম বৰ্ষপুৰ্তি অনুষ্ঠান,23 নবেম্বৰ 2024(গোৱালপাৰা)ৰ মাজতে হোৱা এক অন্তৰংগ আলোচনাৰ মাধ্যমেৰে গোৱালপাৰা জিলা সমিতিৰ প্ৰাক্তন সভাপতি আনিমূল হক চৌধুৰীৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ,সকলো পক্ষই হৈ যোৱা ভুল ত্ৰুটি বোৰ পাহৰি ,তেখেতৰ ওপৰত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ বাতিল কৰা হল । হক মহোদয়ক আমাৰ মাজলৈ পুনৰ আন্তৰিক স্বাগতম জনালোঁ 🙏

18/11/2024

প্ৰতি,
সভাপতি/সম্পাদক
জিলা সমিতি(প্ৰত্যেকখন),টিম হিওমেনিটি
নমস্কাৰ গ্ৰহণ কৰিব,বিশেষ কাৰণত এই সংবাদ প্ৰেৰণ কৰা হৈছে।আপুনালোক সকলোৰে জ্ঞাত,আগন্তুক 23 নবেম্বৰ 2024 তৰিখে গোৱালপাৰা অধিবেশন অনুস্থিত হব।অনুষ্ঠান ভাগ অনুস্থিত কৰাৰ বাবে আয়োজক সমিতি যথেষ্ঠ অৰ্থৰ অভাৱত পৰিছে।গতিকে জিলা সমিতি সমূহে যৎপৰোনাস্তি কিছু অৰ্থ বা সামগ্ৰীৰে তেখেত সকলক সহায় কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ।
ধন্যবাদেৰে.........
প্ৰাঞ্জল দত্ত
সভাপতি, কেন্দ্ৰীয় সমিতি
টিম হিওমেনিটি

টিম হিওমেনিটিৰ নিয়মীয়া ৰক্তদাতা ,সমাজকৰ্মী গড়মূৰ পি. ডি.জি.কলেজৰ অধ্যাপক পৰাগ কলিতা দেৱ আজি ইহলোকৰ পৰা অনন্ত ধামলৈ গতি...
03/11/2024

টিম হিওমেনিটিৰ নিয়মীয়া ৰক্তদাতা ,সমাজকৰ্মী গড়মূৰ পি. ডি.জি.কলেজৰ অধ্যাপক পৰাগ কলিতা দেৱ আজি ইহলোকৰ পৰা অনন্ত ধামলৈ গতি কৰে।আমি টিম হিওমেনিটিৰ হৈ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

শ্ৰদ্ধাৰ ৰক্তদাতা, সদস্য, সদস্যা আৰু শুভাকাংখি বৃন্দ           আপোনালোক সকলোৰে জ্ঞাত যে,অহা 23নবেম্বৰ 2024ত আমাৰ সকলোৰে ...
22/10/2024

শ্ৰদ্ধাৰ ৰক্তদাতা, সদস্য, সদস্যা আৰু শুভাকাংখি বৃন্দ
আপোনালোক সকলোৰে জ্ঞাত যে,অহা 23নবেম্বৰ 2024ত আমাৰ সকলোৰে অতি আদৰৰ টিম হিওমেনিটীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত অনুস্থিত হব।
আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজ, ৰক্তদাতা তথা সদস্য সকলক এই গোহাৰিৰ জৰিয়তে উক্ত সমাৰোহলৈ নিমন্ত্ৰণ জনালোঁ।
লগতে আৰু এটি গোহাৰি জনাও যে....সমাৰোহখনি সূচাৰুৰূপে অনুস্থিত কৰিবৰ বাবে এক মোটা সংখ্যক ধনৰ প্ৰয়োজন হোৱাৰ কথা আমাক আয়োজক সমিতিৰ তৰফৰ পৰা অৱগত কৰিছে।আমি এটি বাহিৰৰ পৰা কোনো ধৰণৰ ধন সংগ্ৰহ নকৰি আমাৰ নিজৰ মাজতে কম বেছি পৰিমাণে অৰ্থ আৰু সামগ্ৰী সংগ্ৰহ কৰি অনুষ্ঠান অনুস্থিত কৰা সংগঠন।গতিকে সকলো সদাশয় সদস্যকে অনুৰোধ জনাও যে আপোনালোকে আপোনালোকৰ সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াই আগন্তুক অনুষ্ঠান ভাগি সূচাৰুৰূপে অনুস্থিত কৰাত সহযোগ কৰিব।
এয়ে আপোনাসবৰ ওচৰত সৰল গোহাৰি।
ধন্যবাদেৰে
প্ৰাঞ্জল দত্ত দিব্যজ্যোতি কলিতা
সভাপতি সম্পাদক
টিম হিওমেনিটী
কেন্দ্ৰীয় সমিতি
বি: দ্র:- লগত আমাৰ একাউণ্ট নম্বৰ দিয়া আছে। online দিয়া সকলে লগত দিয়া কিওৱাৰ কোডত দিব পাৰিব।অনুদান দিয়াৰ স্ক্ৰীনস্বত দিব।

14/10/2024

জৰুৰী ভাবে গুৱাহাটিত 2 unit তেজৰ প্ৰয়োজন হৈছে । অনুগ্ৰহ কৰি কোনোবা সদাশয় ব্যক্তি ওলাব নেকি

01/06/2024

শ্ৰদ্ধাৰ সদস্য বৃন্দ,
জৰুৰী আলোচনাৰ অন্তত লোৱা এক সিদ্ধান্ত সকলোৰে জ্ঞাতাৰ্থে প্ৰেৰণ কৰা হৈছে টিম হিউমেনিটিৰ সক্ৰিয় সদস্য সকলৰ মতামতক অগ্ৰাধিকাৰ দি এই সিদ্ধান্ত লোৱা হয় যে... সংগঠনৰ নীতি নিয়ম উলংঘা কৰাৰ বাবে মৰিগাঁও জিলা সমিতিৰ সদস্য তথা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বাবু অসম আৰু গোৱালপাৰা জিলা সমিতিৰ প্ৰাক্তন সভাপতি অনিমুল হক চৌধুৰীক বহিস্কাৰ কৰা হল।আত্মপক্ষ সমৰ্থনত কিবা কব লগা থাকিলে জিলা সমিতিৰ যোগেদি জনাব পাৰিব।
প্ৰাঞ্জল দত্ত
সভাপতি
কেন্দ্ৰীয় সমিতি
টিম হিউমেনিটি
(নিৰ্দিষ্ট জিলা সমিতিৰ সভাপতি, সম্পাদকে এই বাৰ্তা লিখিত আকাৰে উক্ত ব্যক্তি সকললৈ প্ৰেৰণ কৰিব)

20/11/2023

Address

Jorhat _Assam_
Jorhat
785001

Telephone

+919435692893

Website

Alerts

Be the first to know and let us send you an email when Team Humanity posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Team Humanity:

Share

Category

TEAM HUMANITY

Any combination of 26 letters can’t ever explain the greatness of a good Human who preaches Humanity. “HUMANITY IN BLOOD, FLOWS THROUGH THE HEART”. An organisation is known by its vision-mission & values-work. For TEAM HUMANITY- BLOOD DONORS & SOCIAL ACTIVISTS IN INDIA is a Non-profit Organisation for Donating Blood Voluntary to the patient who really need blood and Social Development. The organization was established in 23rd Nov’2015...with the keen interest of some like minded voluntary social workers in ASSAM. The Founder name was HEMANTA MAHANTA.

REGISTRATION

Under the Societies Registration Act XXI of 1860.

Guwahati/02-08-2018