07/06/2017
সকলোৱে এবাৰ নিশ্চই পঢ়িব ।
আপোনালোক সকলোৱে জানি আচৰিত হব যে ২০৪২ চনৰ পাচত পৃথিৱীত মানুহৰ বসতি নাথাকিব ।
UN ৰ দ্বাৰা প্ৰকাশিত এক তথ্য অনুসৰি ২০৪২ চনৰ পিচত কোনো স্থলত থকা জীৱ জিয়াই নাথাকে । অৰ্থাত মাছ বা তেনেকুৱা পানীত উশাহ লব পৰা জীৱহে জীয়াই থাকিব । আৰু ইয়াৰ দোষি আমি নিজেই ।
বৰ্তমান যি হাৰত গছ গছনিৰ সংখ্যা কমি আহিছে যদি তেনেকৈয়ে চলি থাকে তেন্তে ২০২২ চনত গছ গছনিৰ হাৰ ইমানেই কমি আহিব যে আমি সকলোৱে সদায় এডাল গছ ৰোপন কৰিলেও আমি মানৱ অস্থিত্ব বচাব নোৱাৰো ।
সকলোতকৈ বিপদজনক কথাটো হল য়ে গছ গছনিৰ অভাৱত মানুহৰ মৃত্যু হোৱাৰ কাৰনো অক্সিজেন নহয় , এবিধ বিশেষ প্ৰকাৰৰ ভাইৰাচহে ।
W.H.O. ৰ গৱেষকে অবিস্কাৰ কৰা এই ভাইৰাচ বিধৰ নাম হল H.I.M.A. ( Homo Interior Mass of Anatomy ) .
২০১৬ চনৰ ২০ মে ত MJN Adam নামৰ বিজ্ঞানীজনে আৱিস্কাৰ কৰে এই ভাইৰাচবিধ । বিজ্ঞানীসকলৰ মতে সৃৰ্যৰ পৰা অহা অতি বেঙূনীয়া ৰশ্মিৰ ফলত ভাইৰাজবিধ সৃষ্টি হৈছে ।
Africa , Madagascar আদিৰ দৰে ঠাইত ইয়াৰ প্ৰভাৱ দেখা গৈছে ।
ভাইৰাছ বিধৰ আক্ৰমনৰ ফলত জীৱৰ জনন অংগ অচল হৈ পৰে । যাৰ ফলত ই জন্ম দিব পৰা শক্তি হেৰাই পেলাই । আৰু ৪-৫ গুণ সোনকালে বৃদ্ধ হৈ পৰে লগতে ২৫-৩০ বয়সতে মৃত্যু হয় ।
এক বিশেষ তথ্য অনুসৰি ২০২৫-২৬ চনৰ পৰা পৃথিৱীৰ সকলো মানুহ বা অন্য স্থল জীৱই জন্ম দিব পৰা শক্তি হেৰাই পেলাব ।
আপোনালোক সকলোলৈ মোৰ বিনম্ৰ অনুৰোধ যে সকলোৱে এই খৱৰটো পৃথিৱীৰ সকলো যুৱক যুৱতীলৈ what's app , Facebook , hike , Twitter বা SMS ৰ যোগেদি তেওলোকলৈ পঠায় যাতে তেওলোকেও আজিৰে পৰা সদায় এডালতকৈ অধিক গছ ৰোপন কৰে , তেতিয়াহে হয়টো ২০৪২ চনৰ পাচত মানৱ সভ্যতা জীয়াই থাকিব পাৰে । নহলে অন্য কোনো উপাই নাই ।
Secretary
GDF , united nation
Copy ( translation from English )
সংগ্ৰহ কৰা হৈছে..